জেমছ কুক
Jump to navigation
Jump to search
কেপ্টেইন জেমছ কুক | |
---|---|
![]() | |
জন্ম | ৭ নৱেম্বৰ (কিছুমান সূত্ৰ মতে ২৭ অক্টোবৰ), ১৭২৮ মাৰ্টন (বৰ্তমানৰ মিডলব'ৰ'), য়ৰ্কশ্বায়াৰ, ইংলেণ্ড |
মৃত্যু | ১৪ ফেব্ৰুৱাৰী, ১৭৭৯ (৫০ বছৰ) কিলাকেকোৱা বে, হাৱায়, মাৰ্কিন যুক্তৰাষ্ট্ৰ |
স্বাক্ষৰ | |
![]() |
কেপ্টেইন জেমছ কুক এজন বৃটিছ অভিযানকাৰী, নাৱিক, নক্সাকাৰ তথা ৰাজকীয় নৌ বাহিনী অধিনায়ক আছিল । কুকে প্ৰশান্ত মহাসাগৰ ভ্ৰমণ কৰাৰ আগতে নিঊ ফাউণ্ডলেণ্ডৰ নিখুঁত নক্সা আঁকি ওলিয়াইছিল । অষ্ট্ৰেলিয়াৰ পূৱ পাৰ আৰু হাৱায় দ্বীপ ভ্ৰমণ কৰা তেওঁ প্ৰথম ইউৰোপীয় আৰু নিউজীলেণ্ডৰ সমগ্ৰ ভুমিখণ্ডৰ কাষেদি ভ্ৰমণৰ সাক্ষী বহন কৰাও প্ৰথমজন লোক ।