শ্বাস তন্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শ্বাসতন্ত্ৰ হৈছে বিশেষ শ্বাসঅংগৰ জৰিয়তে ৰ সম্পন্ন কৰা এক । শ্বাস তন্ত্ৰৰ সহায়ত জীৱই পৰিৱেশৰ লগত আৰু ৰ বিনিময় কৰে।

ৰ দৰে বোৰৰ প্ৰধান শ্বাসঅংগ হৈছে । ক অক্সিজেনৰ যোগান ধৰিবৰ বাবে হাওঁফাওঁ বায়ুৰে পূৰ্ণ কৰাক শ্বাস আৰু হাওঁফাওঁৰ পৰা কাৰ্বন ডাই-অক্সাইড উলিয়াই দিয়াক প্ৰশ্বাস বোলে। সমগ্ৰ প্ৰক্ৰিয়াটোক শ্বসন বোলে। মানুহ আৰু অন্য ৰ ত, শ্বাস তন্ত্ৰত অন্তৰ্ভুক্ত অংগবোৰ হৈছে , ব্ৰংকি, ব্ৰংকিঅল, হাওঁফাওঁ, আৰু । অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইডৰ বোৰ আৰু বাহ্যিক গেছীয় পৰিৱেশৰ মাজত দ্বাৰা নিষ্ক্ৰিয়ভাৱে বিনিময় হয়। এই বিনিময় প্ৰক্ৰিয়া হাওঁফাওঁৰ বোৰত সংঘটিত হয়।

আৰু অন্য বহু প্ৰাণীৰ শ্বসন ৰ দ্বাৰা সংঘটিত হয়। ৰ দৰে অন্য প্ৰাণীবোৰৰ, শ্বাস তন্ত্ৰৰ শৰীৰ ৰচনা অতি সৰল, আনকি প্ৰাণীবোৰৰ শ্বসন দ্বাৰাই সংঘটিত হয়। ৰ ত থকা নামৰ ছিদ্ৰৰ মাজেৰে শ্বসন সম্পন্ন হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]