কাস্পিয়ান সাগৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাস্পিয়ান সাগৰ
The Caspian Sea as captured by the MODIS on the orbiting Terra satellite, June 2003
স্থানাংক 41°40′N 50°40′E / 41.667°N 50.667°E / 41.667; 50.667স্থানাংক: 41°40′N 50°40′E / 41.667°N 50.667°E / 41.667; 50.667
প্ৰকাৰ Endorheic, Saline, Permanent, Natural
Primary inflows Volga River, Ural River, Kura River, Terek River

Historically: Amu Darya

Primary outflows Evaporation
Catchment area 36,26,000 বৰ্গ কি.মি. (14,00,000 বৰ্গ মাইল)[1]
Basin countries Azerbaijan, Iran, Kazakhstan, Russia, Turkmenistan

Historically also Uzbekistan

Max. length ১,০৩০ কিমি
Max. width ৪৩৫ কিমি
Surface area 3,71,000 বৰ্গ কি.মি. (1,43,200 বৰ্গ মাইল)
Average depth ২১১ মিটাৰ
Max. depth ১,০২৫ মিটাৰ
Water volume সাঁচ:Convert/km3
Residence time 250 years
Shore length1 ৭,০০০ কিমি
Surface elevation -২৮ মিটাৰ
Islands 26+
Settlements Baku (Azerbaijan), Rasht (Iran), Aktau (Kazakhstan), Makhachkala (Russia), Türkmenbaşy (Turkmenistan) (see article)
References [1]
1 Shore length is not a well-defined measure.

কাস্পিয়ান সাগৰ (ৰুছ: Каспи́йское мо́ре, tr. Kaspiyskoye more; IPA: [kɐˈspʲijskəjə ˈmorʲə], Azerbaijani: Xəzər dənizi, কাজাখ: Каспий теңізі Kaspiy teñizi, ফাৰ্চী: دریای خزر Daryā-e Xazar' ,دریای کاسپین Daryā-e Kāspiyan, তুৰ্কমেন: Hazar deňizi )কালিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ মাটিৰে আৱৰা সাগৰ (inland body of water), বা বহুতে গণ্য কৰাৰ দৰে বিশ্বৰ সৰ্ববৃহৎ হ্ৰদ৷[2][3] এই সাগৰৰ পৃষ্ঠকালি 3,71,000 বৰ্গ কি.মি. (1,43,200 বৰ্গ মাইল) আৰু আয়তন সাঁচ:Convert/km3[4] এই সাগৰৰ পৰা পানী বাহিৰলৈ ওলাই যোৱাৰ বাট নাই (endorheic basin-no outflows)৷ কাস্পিয়ান সাগৰ ইউৰোপ আৰু এছিয়াৰ মাজত অৱস্থিত৷ [5]

এই সাগৰৰ উত্তৰ-পূবে কাজাখাস্তান , উত্তৰ-পশ্চিমে ৰাছিয়া, পশ্চিমে এজাৰবাইজান (Azerbaijan), দক্ষিণে ইৰাণ আৰু দক্ষিণ-পূবত তুৰ্কমেনিস্তান (Turkmenistan)৷ কাস্পিয়ান সাগৰ ক’কেছাছ পৰ্বতমালা (Caucasus Mountains) ৰ পূবে আৰু কেন্দ্ৰীয় এছিয়াৰ পশ্চিমে অৱস্থিত৷ এই সাগৰৰ উত্তৰৰ অংশ যাক কাস্পিয়ান অৱনমন (Caspian Depression) বুলি জনা যায়, পৃথিৱীৰ আটাইতকৈ গভীৰ (the lowest points on Earth) অংশসমূহৰ ভিতৰত অন্যতম৷

কাস্পিয়ান সাগৰৰ প্ৰাচীন অধিবাসীসকলে এই সাগৰৰ বৃহদাকাৰৰ বাবে ইয়াক হ্ৰদ বুলি নাভাৱি সাগৰ বুলি গণ্য কৰিছিল৷ এই সাগৰৰ লোণৰ মাত্ৰা প্ৰায় 1.2% (12 গ্ৰাম/লিটাৰ),যি প্ৰায়বোৰ সাগৰীয় পানীতকৈ এক তৃতীয়াংশহে লুণীয়া৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 van der Leeden, Troise, and Todd, eds., The Water Encyclopedia. Second Edition. Chelsea F.C., MI: Lewis Publishers, 1990, p. 196.
  2. "Caspian Sea – Background". Caspian Environment Programme. 2009. http://www.caspianenvironment.org/newsite/Caspian-Background.htm। আহৰণ কৰা হৈছে: 11 September 2012. 
  3. "ESA: Observing the Earth – Earth from Space: The southern Caspian Sea". ESA.int. http://www.esa.int/esaEO/SEM5GYTLWFE_index_0.html। আহৰণ কৰা হৈছে: 2007-05-25. 
  4. Lake Profile: Caspian Sea. LakeNet.
  5. "Caspian Sea". http://www.sheppardsoftware.com/Asiaweb/factfile/Unique-facts-Asia4.htm. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]