গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ
জন্ম Gabriel José de la Concordia García Márquez
৬ মাৰ্চ, ১৯২৭
Aracataca, Colombia
মৃত্যু ১৭ এপ্ৰিল, ২০১৪ (৮৭ বছৰ)
Mexico City, Mexico
ৰাষ্ট্ৰীয়তা Colombian
শিক্ষা University of Cartagena
ধৰণ Novels, short stories
সাহিত্যিক বিপ্লৱ Latin American Boom, magic realism
উল্লেখনীয় কৰ্মৰাজি One Hundred Years of Solitude, Autumn of the Patriarch, Love in the Time of Cholera
উল্লেখযোগ্য বঁটা Nobel Prize in Literature
1982
দাম্পত্যসংগী Mercedes Barcha Pardo
সন্তান Rodrigo García Barcha, Gonzalo García Barcha


স্বাক্ষৰ

গাব্ৰিয়েল হজে ডি লা কনকৰ্ডিয়া (Gabriel José de la Concordia) গাৰ্চিয়া মাৰ্কেছ (স্পেনিছ উচ্চাৰণ: [ɡaˈβɾjel ɣarˈsi.a ˈmarkes] এই শব্দটোৰ বিষয়ে audio ; (৬ মাৰ্চ ১৯২৭ - ১৭ এপ্ৰিল ২০১৪) এগৰাকী কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী আছিল। লেটিন আমেৰিকাৰ দেশসমূহত আদৰত তেখেতক গাব' নামে জনা যায়। বিংশ শতিকাৰ এজন উল্লেখযোগ্য লিখক হিচাবে পৰিগণিত মাৰ্কেছক ১৯৭২ চনৰ Neustadt International Prize for Literature আৰু ১৯৮২ চনৰ সাহিত্যৰ ন'বেল পুৰস্কাৰ প্ৰদান কৰা হয়। স্ব নিৰ্দেশিত (self-directed) শিক্ষা গ্ৰহণকাৰী মাৰ্কেছে আইন শিক্ষা এৰি সাংবাদিকতাৰ পেচা গ্ৰহণ কৰে। প্ৰথমৰ পৰাই তেখেতে কলম্বিয়াৰ আৰু বিদেশী ৰাজনীতিৰ নিৰ্ভিক সমালোচক আছিল। ১৯৫৮ চনত তেওঁ মাৰ্চিডিজ বাৰ্চাক (Mercedes Barcha) বিয়া কৰায়; তেওঁলোকৰ সন্তান দুজন হৈছে ৰ'ড্ৰিগ' গাৰ্চিয়া (নিৰ্দেশক) (Rodrigo García (director)) আৰু গঞ্জাল' (Gonzalo)[6]

সংবাদসেৱী হিচাবে আত্মপ্ৰকাশ কৰা মাৰ্কেছে অনেক বিখ্যাত অ-কাল্পনিক সাহিত্যকৰ্ম আৰু চুটিগল্প ৰচনা কৰিছে যদিও তেখেত সাধাৰণতে তেখেতৰ উপন্যাস যেনে One Hundred Years of Solitude (১৯৬৭), Autumn of the Patriarch (১৯৭৫) আৰু Love in the Time of Cholera (১৯৮৫) আদিৰ বাবেহে বেছিকৈ জনাজাত। তেখেতৰ কৰ্মৰাজী অত্যন্ত উচ্চপ্ৰশংসিত আৰু ব্যাবসায়িকভাবেও সফল। তেখেতে বিশেষকৈ "যাদুকৰী বাস্তবতা" (magic realism) নামেৰে এক ৰচনাশৈলী জনপ্ৰিয় কৰি তোলে য'ত যাদুকৰী তত্ত্ব আৰু দৈনন্দিন জীৱন আৰু বাস্তবতাৰ সমাহাৰ দেখা যায়। তেখেতৰ কিছুমান লিখনী মাক'ণ্ড (Macondo) নামৰ এখন কাল্পনিক গাঁৱৰ পটভূমিত ৰচিত (তেখেতৰ জন্মস্থান আৰাকাটাকাৰ (Aracataca) আধাৰত) আৰু বেছিভাগেই "একান্ততা"ৰ ধাৰা (theme of solitude) অনুসৰণ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. [1]"The Journal of the Plague Year by Daniel Defoe"
  2. [2]" At the university in Bogotá, I started making new friends and acquaintances, who introduced me to contemporary writers. One night a friend lent me a book of short stories by Franz Kafka. I went back to the pension where I was staying and began to read The Metamorphosis. The first line almost knocked me off the bed."
  3. 3.0 3.1 [3]"I had never read Joyce, so I started reading Ulysses. I read it in the only Spanish edition available. Since then, after having read Ulysses in English as well as a very good French translation, I can see that the original Spanish translation was very bad. But I did learn something that was to be very useful to me in my future writing—the technique of the interior monologue. I later found this in Virginia Woolf, and I like the way she uses it better than Joyce."
  4. [4]"I'm not sure whether I had already read Faulkner or not, but I know now that only a technique like Faulkner's could have enabled me to write down what I was seeing. The atmosphere, the decadence, the heat in the village were roughly the same as what I had felt in Faulkner. It was a banana-plantation region inhabited by a lot of Americans from the fruit companies which gave it the same sort of atmosphere I had found in the writers of the Deep South. Critics have spoken of the literary influence of Faulkner, but I see it as a coincidence: I had simply found material that had to be dealt with in the same way that Faulkner had treated similar material."
  5. [5]" My influence had been Faulkner; now it was Hemingway."
  6. Author Gabriel Garcia Marquez dies, BBC News, 17 April 2014.