সমললৈ যাওক

শব্দ (ব্যাকৰণ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা


শব্দ হ'ল বৰ্ণৰ মিলন। সাধাৰণতে এটা বা তাতোকৈ অধিক বৰ্ণ বা আখৰ লগ লাগি অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলে।[1] যেনে: ই, আম, ল'ৰা, ছোৱালী, কিতাপ, কাগজ, কলম আদি।

বহল ব্যাকৰণৰ মতে অৰ্থযুক্ত বৰ্ণ বা বৰ্ণসমষ্টিক শব্দ বোলা যায়।[2] - জুই, পানী, ঘৰ, মানুহ, অৰ্থযুক্ত বৰ্ণসমষ্টি, এতেকে সিহঁত শব্দ। দ, ৰ, ব অৰ্থযুক্ত বৰ্ণ, এতেকে সিহঁতে৷ শব্দ।

অধিক তথ্যৰ বাবে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "অসমীয়া ব্যাকৰণ". devlibrary.com. https://devlibrary.in/class-4-assamese-chapter-15। আহৰণ কৰা হৈছে: ৪ ডিচেম্বৰ, ২০২৪. 
  2. "অসমীয়া ভাষাত লিঙ্গ". as.m.wikisource.org. https://as.m.wikisource.org/wiki/%E0%A6%AC%E0%A6%B9%E0%A6%B2_%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%A3/%E0%A6%9A%E0%A6%A4%E0%A7%81%E0%A7%B0%E0%A7%8D%E0%A6%A5_%E0%A6%85%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AF%E0%A6%BC। আহৰণ কৰা হৈছে: 4 December 2024.