বিপৰীতাৰ্থক শব্দ
অৱয়ব
একোটা ভাষা শব্দ ভাণ্ডাৰত কোনো শব্দৰ বিপৰীত অৰ্থবোধক শব্দও থাকে। অসমীয়া ভাষাৰ শব্দ-সম্ভাৰত থকা এনে বিপৰীত অৰ্থবোধক শব্দই ভাষাটোৰ বৰ্ণাঢ্য ৰূপৰেই কথা আমাক জনায়।
কূএিম
[সম্পাদনা কৰক]মূূলশব্দ:বিপৰীত শব্দ
- অণু:বৃহৎ
- অনুগ্ৰহ:নিগ্ৰহ
- অভ্যাস:অনভ্যাস
- অসভ্য:সভ্য
- অভাৱ:উভৈনদী
- আদান:প্ৰদান
- আদি : অন্ত
- ইহকাল :পৰকাল
- অনুৰাগ :বিৰাগ
- আপোন :পৰ
- কেতিয়া :যেতিয়া
- আৰম্ভ :শেষ
- আচামী :ফৰিয়াদী
- আপদ :নিৰাপদ(সম্পদ)
- আদৰ :অনাদৰ
- আশা :নিৰাশা
- ইষ্ট :অনিষ্ট
- ইচ্ছা : অনিচ্ছা
- ইহলোক :পৰলোক
- ইতি :আৰম্ভণি
- উচ্চ :নীচ
- উন্নতি : অধোন্নতি,অৱনতি
- উন্নত : অনুন্নত
- ওখ :চাপৰ
- ভয় :অভয় ,নিৰ্ভয়,সাহ
- জয় : পৰাজয়
- জন্ম : মৃত্যু
- জাৰ : জহ
- আনন্দ :নিৰানন্দ
- টান:ঢিলা
- মিঠা:তিতা
- ওপৰ:তল
- যশ:অপযশ
- বাদী:বিবাদী
- প্ৰচুৰ:অলপ
- হৰণ:পূৰণ
- সোঁ:বাঁও
- নগদ:বাকী
- ৰজা:প্ৰজা
- দীঘল:চুটি
- আকাশ:পাতাল
- পাপ:পুণ্য
- গাঁও:নগৰ
- গভীৰ:তৰাং
- আয়তী:বিধৱা