নাইজাৰ নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাইজাৰ নদী
Fleuve Niger (Joliba, Orimiri, Isa Ber, Oya, gher n gheren)
The Niger at Koulikoro, Mali.
Name origin: Unknown. Likely From Berber for River gher
দেশসমূহ Guinea, Mali, Niger, Benin, Nigeria
উপনৈ
 - বাঁওদিশত Sokoto River, Kaduna River, Benue River
 - সোঁদিশত Bani River
চহৰসমূহ Tembakounda, Bamako, Timbuktu, Niamey, Lokoja, Onitsha
উৎস Guinea Highlands
মোহনা Atlantic Ocean
 - অৱস্থান Gulf of Guinea, Nigeria
দৈৰ্ঘ্য 4,180 কিমি (2,597 মাইল)
অৱবাহিকা 21,17,700 বৰ্গকিলোমিটাৰ (8,17,649 বৰ্গমাইল)
প্ৰবাহ for Niger Delta
 - গড় 5,589 মিটাৰ/ছে (1,97,374 ফুট/ছে) [1]
 - সৰ্বোচ্চ 27,600 মিটাৰ/ছে (9,74,685 ফুট/ছে) [2]
 - সৰ্বনিম্ন 500 মিটাৰ/ছে (17,657 ফুট/ছে)

নাইজাৰ নদী (/ˈnər/ ny-jər; ফৰাছী: (le) fleuve Niger, pronounced: [(lə) flœv niʒɛʁ]) পশ্চিম আফ্ৰিকাৰ এখন প্ৰধান নদী৷ ইয়াৰ দৈৰ্ঘ্য Lua error in Module:Convert at line 1769: attempt to index field 'en_option_name' (a nil value).৷ ইয়াৰ অপবাহ দ্ৰোণী (drainage basin) Lua error in Module:Convert at line 1769: attempt to index field 'en_option_name' (a nil value). জুৰি বিস্তৃত হৈ আছে ৷[3] এই নদীৰ উৎস হৈছে গিনিৰ পৰ্বতাঞ্চল (Guinea Highlands) ৷ এই নদী মালি (Mali), নাইজাৰ (Niger) আৰু নাইজেৰিয়া (Nigeria)ৰ মাজেৰে প্ৰবাহিত হৈ আটলান্টিক মহাসাগৰত পৰিছেগৈ ৷ নাইজাৰ নদী নীলনদী আৰু কংগো নদীৰ পিছতে আফ্ৰিকাৰ তৃতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী৷ ইয়াৰ প্ৰধান উপনৈখনৰ নাম বেনু নদী (Benue River)৷

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

The great bend of the Niger River, seen from space, creates a green arc through the brown of the Sahel and Savanna. The green mass on the left is the Inner Niger Delta, and on the far left are tributaries of the Senegal River.
Mud houses on the center island at Lake Debo, a wide section of the Niger River

নাইজাৰ নদী তুলনামূলভাৱে নিৰ্মল পানীৰ নদী, যিহেতু এই নদীয়ে নীলনদীৰ তুলনাত প্ৰায় এক দশমাংশ গেদ (sediment) কঢ়িয়ায়৷[4] নীলনদীৰ দৰেই এই নদীয়েও প্ৰতিবছৰে বানপানীৰ সৃষ্টি কৰে ৷ এই বানপানীৰ তীব্ৰতা নৱেম্বৰত সৰ্বোচ্চ হয় আৰু মে’ মাহলৈ কমি যায়৷[4]

নাইজাৰ নদীৰ এক ব্যতিক্ৰমী বৈশিষ্ট্য হৈছে ইয়াৰ ভিতৰৰ নাইজাৰ ব-দ্বীপ (Inner Niger Delta)৷ নাইজাৰ নদীৰ কোনো কোনো অংশত প্ৰৱণতা ( gradient) হঠাতে কমি যোৱাৰ ফলত এই ব-দ্বীপৰ সৃষ্টি হয়৷[4] ইয়াৰে ফলশ্ৰুতিত জুৰি, জলভূমি আৰু বেলজিয়ামৰ কালিৰ সমতুল্য হৃদৰ (region of braided streams, marshes, lakes) সৃষ্টি হয়৷ ঋতুকালীন বানৰ বাবে নাইজাৰ নদীৰ ব-দ্বীপসমূহ অতিকে উৰ্বৰা আৰু মৎস্য উদ্যোগ তথা খেতিৰ বাবে অতি উপযোগী৷[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http://www.geol.lsu.edu/WDD/AFRICAN/Niger/niger.htm Accessed 2010-10-22.
  2. http://webcache.googleusercontent.com/search?q=cache:gF9Pb96gxA0J:www.risorseidriche.dica.unict.it/Sito_STAHY2010_web/pdf_papers/AbrateT_HubertP_SighomnouD.pdf+niger+river+peak+discharge&cd=2&hl=en&ct=clnk&gl=us Accessed 2010-10-22.
  3. Gleick, Peter H. (2000), The World's Water, 2000-2001: The Biennial Report on Freshwater, Island Press, p. 33, ISBN 1-55963-792-7 ; online at Google Books
  4. 4.0 4.1 4.2 Reader 2001, পৃষ্ঠা 191
  5. Reader 2001, পৃষ্ঠা 191–192

লগতে চাওক[সম্পাদনা কৰক]

  • Reader, John (2001), Africa, প্ৰকাশক Washington, D.C.: National Geographic Society, ISBN 0-620-25506-4 
  • Thomson, J. Oliver (1948), History of Ancient Geography, Biblo & Tannen Publishers, ISBN 0-8196-0143-8 
  • Welcomme, R.L. (1986), "The Niger River System", in Davies, Bryan Robert; Walker, Keith F., The Ecology of River Systems, Springer, pp. 9–60, ISBN 90-6193-540-7 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]