নাইজাৰ নদী
নাইজাৰ নদী Fleuve Niger (Joliba, Orimiri, Isa Ber, Oya, gher n gheren) | |
Name origin: Unknown. Likely From Berber for River gher | |
দেশসমূহ | Guinea, Mali, Niger, Benin, Nigeria |
---|---|
উপনৈ | |
- বাঁওদিশত | Sokoto River, Kaduna River, Benue River |
- সোঁদিশত | Bani River |
চহৰসমূহ | Tembakounda, Bamako, Timbuktu, Niamey, Lokoja, Onitsha |
উৎস | Guinea Highlands |
মোহনা | Atlantic Ocean |
- অৱস্থান | Gulf of Guinea, Nigeria |
দৈৰ্ঘ্য | ৪,১৮০ কিমি (২,৫৯৭ মাইল) |
অৱবাহিকা | ২১,১৭,৭০০ বৰ্গকিমি (৮,১৭,৬৪৯ বৰ্গমাইল) |
প্ৰবাহ | for Niger Delta |
- গড় | ৫,৫৮৯ ঘনমিটাৰ/ছেকেণ্ড (১,৯৭,৩৭৪ ঘনফুট/ছেকেণ্ড) [1] |
- সৰ্বোচ্চ | ২৭,৬০০ ঘনমিটাৰ/ছেকেণ্ড (৯,৭৪,৬৮৫ ঘনফুট/ছেকেণ্ড) [2] |
- সৰ্বনিম্ন | ৫০০ ঘনমিটাৰ/ছেকেণ্ড (১৭,৬৫৭ ঘনফুট/ছেকেণ্ড) |
নাইজাৰ নদী (/ˈnaɪdʒər/ ny-jər; ফৰাচী: (le) fleuve Niger, উচ্চাৰণ: [(lə) flœv niʒɛʁ]) পশ্চিম আফ্ৰিকাৰ এখন প্ৰধান নদী৷ ইয়াৰ দৈৰ্ঘ্য 4,180 km (2,600 মাইল)৷ ইয়াৰ অপবাহ দ্ৰোণী (drainage basin) 21,17,700 বৰ্গ কি.মি. (8,17,600 বৰ্গ মাইল) জুৰি বিস্তৃত হৈ আছে ৷[3] এই নদীৰ উৎস হৈছে গিনিৰ পৰ্বতাঞ্চল (Guinea Highlands) ৷ এই নদী মালি (Mali), নাইজাৰ (Niger) আৰু নাইজেৰিয়া (Nigeria)ৰ মাজেৰে প্ৰবাহিত হৈ আটলান্টিক মহাসাগৰত পৰিছেগৈ ৷ নাইজাৰ নদী নীলনদী আৰু কংগো নদীৰ পিছতে আফ্ৰিকাৰ তৃতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী৷ ইয়াৰ প্ৰধান উপনৈখনৰ নাম বেনু নদী (Benue River)৷
ভৌগোলিক বিৱৰণ
[সম্পাদনা কৰক]

নাইজাৰ নদী তুলনামূলভাৱে নিৰ্মল পানীৰ নদী, যিহেতু এই নদীয়ে নীলনদীৰ তুলনাত প্ৰায় এক দশমাংশ গেদ (sediment) কঢ়িয়ায়৷[4] নীলনদীৰ দৰেই এই নদীয়েও প্ৰতিবছৰে বানপানীৰ সৃষ্টি কৰে ৷ এই বানপানীৰ তীব্ৰতা নৱেম্বৰত সৰ্বোচ্চ হয় আৰু মে’ মাহলৈ কমি যায়৷[4]
নাইজাৰ নদীৰ এক ব্যতিক্ৰমী বৈশিষ্ট্য হৈছে ইয়াৰ ভিতৰৰ নাইজাৰ ব-দ্বীপ (Inner Niger Delta)৷ নাইজাৰ নদীৰ কোনো কোনো অংশত প্ৰৱণতা ( gradient) হঠাতে কমি যোৱাৰ ফলত এই ব-দ্বীপৰ সৃষ্টি হয়৷[4] ইয়াৰে ফলশ্ৰুতিত জুৰি, জলভূমি আৰু বেলজিয়ামৰ কালিৰ সমতুল্য হৃদৰ (region of braided streams, marshes, lakes) সৃষ্টি হয়৷ ঋতুকালীন বানৰ বাবে নাইজাৰ নদীৰ ব-দ্বীপসমূহ অতিকে উৰ্বৰা আৰু মৎস্য উদ্যোগ তথা খেতিৰ বাবে অতি উপযোগী৷[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ http://www.geol.lsu.edu/WDD/AFRICAN/Niger/niger.htm Accessed 2010-10-22.
- ↑ https://web.archive.org/web/20160101085233/http://webcache.googleusercontent.com/search?q=cache:gF9Pb96gxA0J:www.risorseidriche.dica.unict.it/Sito_STAHY2010_web/pdf_papers/AbrateT_HubertP_SighomnouD.pdf+niger+river+peak+discharge&cd=2&hl=en&ct=clnk&gl=us Accessed 2010-10-22.
- ↑ Gleick, Peter H. (2000), The World's Water, 2000-2001: The Biennial Report on Freshwater, Island Press, p. 33, ISBN 1-55963-792-7; online at Google Books
- ↑ 4.0 4.1 4.2 Reader 2001, পৃষ্ঠা 191
- ↑ Reader 2001, পৃষ্ঠা 191–192
লগতে চাওক
[সম্পাদনা কৰক]- Reader, John (2001), Africa, প্ৰকাশক Washington, D.C.: National Geographic Society, ISBN 0-620-25506-4
- Thomson, J. Oliver (1948), History of Ancient Geography, Biblo & Tannen Publishers, ISBN 0-8196-0143-8
- Welcomme, R.L. (1986), "The Niger River System", in Davies, Bryan Robert; Walker, Keith F., The Ecology of River Systems, Springer, pp. 9–60, ISBN 90-6193-540-7
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত Niger River সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Information and a map of the Niger's watershed Archived 2004-10-27 at the Wayback Machine
- Map of the Niger River basin at Water Resources eAtlas Archived 2006-11-11 at the Wayback Machine (link broken)
- Niger Currents: Exploring life and technology along the Niger River Archived 2013-06-16 at the Wayback Machine
- Pierre Maas and Geert Mommersteeg, Fishing in the Pondo, 1990, Saudi Aramco World Archived 2014-10-18 at the Wayback Machine