নাইজেৰিয়া
নাইজেৰিয়া সংযুক্ত প্ৰজাতন্ত্ৰ | |
|---|---|
| Motto: "একতা আৰু বিশ্বাস, শান্তি আৰু উন্নতি" ("Unity and Faith, Peace and Progress") | |
| Anthem: "এৰাইজ অ' কমপেত্ৰিয়টছ, নাইজেৰিয়াছ কল অবে" | |
| ৰাজধানী | আবুজা |
| Largest city | লেগোছ |
| Official languages | ইংৰাজী ভাষা |
| ভাষা | হাউছা ভাষা, ইগবো ভাষা, ইয়োৰুবা ভাষা, ফুলানি |
| Government | ৰাষ্ট্ৰপতি শাসিত কেন্দ্ৰীয় প্ৰজাতন্ত্ৰ |
• ৰাষ্ট্ৰপতি |
মহম্মদু বুহাৰী অল প্ৰগেছিভছ কংগ্ৰেছ (নাইজেৰিয়া) |
• উপ- ৰাষ্ট্ৰপতি |
য়েমী অশ্বিনবাজ' ( অল প্ৰগেছিভছ কংগ্ৰেছ )[1] |
| স্বাধীনতা যুক্তৰাষ্ট্ৰৰ পৰা | |
• ঘোষিত আৰু পৰিচিত |
১ অক্টোবৰ ১৯৬০ |
• গণতন্ত্ৰৰ ঘোষণা |
১ অক্টোবৰ ১৯৬৩ |
• Water (%) | ১.৪ |
| Population | |
• ২০০৯ estimate | ১৫৪,৭২৯,০০০[2] (৮তম) |
• ২০০৬ census | ১৪০,০০৩,৫৪২ (Not approved & preliminary)[3] |
| GDP (PPP) | ২০০৯ estimate |
• Total | $৩৩৩.৯৮ বিলিয়ন[4] (৩৭তম) |
• Per capita | $২,১৯৯.০৭ (১৩৯তম) |
| Gini (২০০৩) | ৪৩.৭ Error: Invalid Gini value |
| HDI (২০০৭) | Error: Invalid HDI value (১৫৯তম) |
| Currency | নাইজেৰিয়ান নাইৰা (₦) (NGN) |
| Time zone | UTC+১ (পশ্চিম আফ্ৰিকা সময় (West Africa Time)) |
• Summer (DST) | UTC+১ (পালন কৰা নহয়) |
| Calling code | +২৩৪ |
| Internet TLD | .ng |
1 Estimates for this country explicitly take into account the effects of excess mortality due to AIDS; this can result in lower life expectancy, higher infant mortality and death rates, lower population and growth rates, and changes in the distribution of population by age and sex than would otherwise be expected.
² The GDP estimate is as of 2006; the total and per capita ranks, however, are based on 2005 numbers. | |
নাইজেৰিয়া ( ইংৰাজী : Nigeria) পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম আবুজা। তেল সমৃদ্ধ নাইজেৰিয়া আফ্ৰিকাৰ আটাইতকৈ বেছি জনবহুল দেশ। ইয়াৰ পশ্চিমে বেনিন, পূবে চাদ আৰু কেমেৰুণ, উত্তৰে নাইজাৰ আৰু দক্ষিণে গিনি উপসাগৰ অৱস্থিত।
নাইজেৰিয়া ১৯৬০ চনৰ ১ অক্টোবৰ তাৰিখে ব্ৰিটেনৰ পৰা স্বাধীনতা লাভ কৰে। বৰ্তমান দেশখন ৩৬টা ৰাজ্য আৰু কেন্দ্ৰীয় ৰাজধানী এলেকাৰে গঠিত। ১৯৬৬ চনৰ পৰা ১৯৯৯ চনলৈ দেশখন বিভিন্ন সময়ে সামৰিক শাসনৰ সন্মুখীন হৈছিল। ১৯৯৯ চনত দেশ খনত পুনৰবাৰ গণতন্ত্ৰ স্থাপন হয়।
নামৰ উৎপত্তি
[সম্পাদনা কৰক]নাইজেৰিয়া নাম দেশখনৰ মাজেৰে প্ৰৱাহিত নাইজাৰ নদীৰ পৰা আহিছে। এই নাম ঊনৈছ শতিকাৰ শেষৰ ফালে ফ্ল'ৰা শ্ব'য়ে গঠন কৰে। দেশখনৰ নাম সম্পৰ্কে আৰু কোনো তথ্য পোৱা নাযায়। ইউৰোপীয় উপনিৱেশবাদৰ পিছৰ পৰা তুয়াৰেগ শব্দৰ পৰিৱৰ্তে এই নাম ব্যৱহৃত হবলৈ ধৰে। [6][7]
ভূগোল
[সম্পাদনা কৰক]নাইজেৰিয়াৰ মুঠ মাটিকালি 9,23,768 বৰ্গ কি.মি. (3,56,669 বৰ্গ মাইল)।[8] ই পৃথিৱীৰ ৩২তম বৃহৎ দেশ। ইয়াৰ উপকূলীয় সীমাৰেখাৰ দৈৰ্ঘ্য ৮৫৩ km.[9]

নাইজেৰিয়াৰ উচ্চতম স্থান হৈছে চাপ্পাল ৱাদ্দি ( 2,419 মিটাৰ (7,936 ফুট))। নাইজাৰ নদী আৰু বেণু নদী দেশখনৰ প্ৰধান নদী। এই দুখন নদীৰ মোহনাত নাইজাৰ ব-দ্বীপ অৱস্থিত। এই ব-দ্বীপ মধ্য আফ্ৰিকাৰ বিস্তৰ মেনগ্ৰ'ভ অৰণ্যৰ মুখ্য স্থান।
নগৰ-মহানগৰ
[সম্পাদনা কৰক]২০১২ চনৰ মতে নাইজেৰিয়াৰ ১০ লাখকতকৈ বেছি জনবসতি থকা চহৰ সমূহ হল :
| চহৰ | জনসংখ্যা |
|---|---|
| লাগছ | ১,১৫,৪৭,০০০ |
| কান' | ৩৪,৬৬,০০০ |
| ইবাদান | ৩০,২৮,০০০ |
| আবুজা | ২২,৪৫,০০০ |
| পোৰ্ট হাৰকোৰ্ট | ১৯,৪৭,০০০ |
| কাডোনা | ১৫,৬৬,০০০ |
| বেনিন চিটি | ১৩,৯৮,০০০ |
| জাৰিয়া | ১০,৭৫,০০০ |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Kalu Okwara, "Nigeria: The Man, Goodluck Jonathan, Vice-President-Elect", AllAfrica.com, April 24, 2007.
- ↑ Department of Economic and Social Affairs Population Division (2009) (.PDF). World Population Prospects, Table A.1. 2008 revision. United Nations. http://www.un.org/esa/population/publications/wpp2008/wpp2008_text_tables.pdf। আহৰণ কৰা হৈছে: 2009-03-12.
- ↑ "Nigeria: Census 2006 Puts Nigerians At 140 Million", allAfrica.com, 30 December 2006
- ↑ "Nigeria". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2009/02/weodata/weorept.aspx?sy=2006&ey=2009&scsm=1&ssd=1&sort=country&ds=.&br=1&c=694&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=83&pr.y=11। আহৰণ কৰা হৈছে: 2009-10-01.
- ↑ "Human Development Report 2009. Human development index trends: Table G". The United Nations. http://hdr.undp.org/en/media/HDR_2009_EN_Complete.pdf। আহৰণ কৰা হৈছে: 2009-10-31.
- ↑ The Arabic name nahr al-anhur is a direct translation of the Tuareg.
- ↑ "''Online Etymological Dictionary''". Etymonline.com. http://www.etymonline.com/index.php?term=Niger। আহৰণ কৰা হৈছে: 2014-07-28.
- ↑ "Rank Order – Area". The World Factbook. Central Intelligence Agency. Archived from the original on 22 May 2020. https://web.archive.org/web/20200522235658/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2147rank.html। আহৰণ কৰা হৈছে: 29 May 2011.
- ↑ "Africa :: Nigeria". The World Factbook. Central Intelligence Agency. 17 May 2011. Archived from the original on 29 March 2019. https://web.archive.org/web/20190329081848/https://www.cia.gov/library/publications/the-world-factbook/geos/ni.html। আহৰণ কৰা হৈছে: 29 May 2011.
বহিঃসংযোগ
[সম্পাদনা কৰক]- চৰকাৰী
- নাইজেৰিয়াৰ চৰকাৰী ৱেবছাইট Archived 2004-11-27 at the Wayback Machine
- Constitution of the Federal Republic of Nigeria - 1999 Archived 2016-05-25 at the Wayback Machine
- ৰাষ্ট্ৰ প্ৰধান আৰু মন্ত্ৰীপৰিষদ সদসবৃন্দ Archived 2009-10-26 at the Wayback Machine
- সাধাৰণ তথ্য
- Nigeria from UCB Libraries GovPubs
- Climate Change in Nigeria Archived 2009-05-26 at the Wayback Machine From OneWorldUK
- সংবাদ মিডিয়া
- Vanguard daily newspaper
- This Day Archived 2009-12-08 at the Wayback Machine daily newspaper
- Nigeria Compendium of Nigeria Related News