নিউম'নিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিউম'নিয়া
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
A black and white X-ray picture showing a triangular white area on the left side. A circle highlights the area.
এখন বুকুৰ এক্স-ৰেত নিউম'নিয়াৰ লক্ষণ দেখা গৈছে
আই.চি.ডি.-10 J12, J13, J14, J15, J16, J17, J18, P23
আই.চি.ডি.-9 480-486, 770.0
ডিজিজেছ ডে'টাবে'ছ 10166
মেডলাইন প্লাছ 000145
ইমেডিচিন topic list
MeSH D011014

নিউম'নিয়া (ইংৰাজী: Pneumonia) হৈছে একপ্ৰকাৰৰ অস্বাস্থ্যকৰ শাৰীৰিক অৱস্থা। প্ৰাথমিকভাৱে হাঁওফাঁওৰ আনুবীক্ষণিক বায়ুকোষবোৰৰ ক্ষতিসাধনৰ ফলত নিউম'নিয়া হয়।[1][2] ভাইৰাছ বা বেক্টেৰিয়া আৰু অন্য কিছুমান বীজাণুৰ সংক্ৰমণ, কিছুমান দৰৱ, আৰু অন্য কিছুমান ৰোগৰ ফলত উদ্ভৱহোৱা পৰিস্থিতিৰ বাবে নিউম'নিয়া দেখা দিয়ে।[1][3] নিউম'নিয়াৰ সাধাৰণ লক্ষণবোৰ হৈছে, কাহ, বুকু বিষ, জ্বৰ আৰু শ্বাস-প্ৰশ্বাসৰ কঠিনতা।[4] ৰঞ্জন ৰশ্মি আৰু খেকাৰ পৰীক্ষাৰ দ্বাৰা ৰোগ নিৰ্ণয় কৰা হয়। কিছুমান নিউম'নিয়াৰ বাবে প্ৰতিষেধক ছিটাও উপলব্ধ। ৰোগৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা পদ্ধতিও ভিন্ন হয়। বেক্টেৰিয়াজনিত নিউম'নিয়াৰ বাবে বেক্টেৰিয়া প্ৰতিৰোধী ঔষধ ব্যৱহাৰ কৰা হয়। সমগ্ৰ বিশ্বত প্ৰতি বছৰে প্ৰায় ৪৫০ নিযুত লোক (জনসংখ্যাৰ ৭%) নিউম'নিয়াত আক্ৰান্ত হয় আৰু প্ৰায় ৪ নিযুত লোকৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 McLuckie, A., ed (2009). Respiratory disease and its management. প্ৰকাশক New York: Springer. পৃষ্ঠা. 51. ISBN 978-1-84882-094-4. 
  2. Leach, Richard E. (2009). Acute and Critical Care Medicine at a Glance (2nd সম্পাদনা). Wiley-Blackwell. ISBN 1-4051-6139-6. https://books.google.com/books?id=7u_wu5VCsVQC&pg=PT168। আহৰণ কৰা হৈছে: 2011-04-21. 
  3. Jeffrey C. Pommerville (2010). Alcamo's Fundamentals of Microbiology (9th সম্পাদনা). প্ৰকাশক Sudbury MA: Jones & Bartlett. পৃষ্ঠা. 323. ISBN 0-7637-6258-X. https://books.google.com/books?id=RJNQwQB8IxIC&pg=PA323. 
  4. Ashby, Bonnie; Turkington, Carol (2007). The encyclopedia of infectious diseases (3rd সম্পাদনা). প্ৰকাশক New York: Facts on File. পৃষ্ঠা. 242. ISBN 0-8160-6397-4. https://books.google.com/books?id=4Xlyaipv3dIC&pg=PA242। আহৰণ কৰা হৈছে: 2011-04-21. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

বৰ্গীকৰণ
বাহ্যিক সমল