সমললৈ যাওক

ভিক্টোৰিয়া হ্ৰদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Nalubaale

(ভিক্টোৰিয়া হ্ৰদ)

অৱস্থান African Great Lakes
স্থানাংক 1°S 33°E / 1°S 33°E / -1; 33স্থানাংক: 1°S 33°E / 1°S 33°E / -1; 33
Primary inflows Kagera River
Primary outflows White Nile (river) (known as the "Victoria Nile" as it flows out of the lake)
Catchment area 1,84,000 বৰ্গ কি.মি. (৭১,০০০ বৰ্গ মাইল)
2,38,900 বৰ্গ কি.মি. (৯২,২০০ বৰ্গ মাইল) basin
Basin countries Tanzania
Uganda
Kenya
Max. length 337 km (২০৯ মাইল)
Max. width 250 km (১৬০ মাইল)
Surface area 68,800 বৰ্গ কি.মি. (২৬,৬০০ বৰ্গ মাইল)
Average depth 40 মিটাৰ (১৩০ ফুট)
Max. depth 83 মিটাৰ (২৭২ ফুট)
Water volume সাঁচ:Convert/km3
Shore length1 3,440 km (২,১৪০ মাইল)
Surface elevation 1,133 মিটাৰ (৩,৭১৭ ফুট)
Islands 84 (Ssese Islands, Uganda; Maboko Island, Kenya)
Settlements Bukoba, Tanzania
Mwanza, Tanzania
Musoma, Tanzania
Kisumu, Kenya
Kendu Bay, Kenya
Homa Bay, Kenya
Kampala, Uganda
Entebbe, Uganda
Jinja, Uganda
1 Shore length is not a well-defined measure.
Victoria Nyanza. The black line indicates Stanley's route.

ভিক্টোৰিয়া হ্ৰদ (Nam Lolwe in Luo; "Nalubaale" in Luganda; Nyanza in Kinyarwanda and some Bantu languages[1]) আফ্ৰিকাৰ বৃহৎ হ্ৰদসমূহ (African Great Lakes) ৰ ভিতৰত এক উল্লেখযোগ্য হ্ৰদ৷ এই হ্ৰদৰ বিষয়ে তথ্য সংগ্ৰহ কৰা প্ৰথম ইংৰাজ পৰিব্ৰাজক জ’ন হেনিং স্পেক ( John Hanning Speke) -এ ৰাণী ভিক্টোৰিয়াৰ নামেৰে ইয়াৰ নাম ভিক্টোৰিয়া হ্ৰদ ৰাখে৷ স্পেকে ১৮৫৮ চনত নীলনদীৰ উৎসৰ অনুসন্ধানত আৰম্ভ কৰা এক অভিযানত এই হ্ৰদ আৱিস্কাৰ কৰে ৷[2][3]

ভৌগোলিক বিৱৰণ

[সম্পাদনা কৰক]

ভিক্টোৰিয়া হ্ৰদৰ কালি (surface area) ৬৮,৮০০ বৰ্গ কি.মি. (২৬,৬০০ বৰ্গ মাইল)৷ ই আফ্ৰিকাৰ লগতে ক্ৰান্তীয় বিশ্বৰ সৰ্ববৃহৎ হ্ৰদ ৰূপে স্বীকৃতপ্ৰাপ্ত৷ উত্তৰ আমেৰিকাৰ ছুপিৰিঅ’ৰ হ্ৰদ (Lake Superior) ৰ পিছতে এই হ্ৰদ পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ হ্ৰদ ৷ আয়তনৰ ফালৰ পৰা ভিক্টোৰিয়া হ্ৰদ পৃথিৱীৰ ভিতৰতে নৱম সৰ্ববৃহৎ মহাদেশীয় হ্ৰদ (largest continental lake) আৰু ই প্ৰায় ২,৭৫০ কিউবিক কিলোমিটাৰ পানী ধৰি ৰাখিছে ৷

ভিক্টোৰিয়া হ্ৰদৰ পানীৰ মূল উৎস পোনপটীয়া precipitation সহস্ৰাধিক সৰু-বৰ জুৰি ৷ এইবোৰৰ ভিতৰত হ্ৰদলৈ প্ৰবাহিত হোৱা সৰ্ববৃহৎ নৈখন হ’ল কাগেৰা নদী (Kagera River) ৷ [4]

এই হ্ৰদৰ আফ্ৰিকাত গভীৰতা কম ৷ গড় গভীৰতা 40 মিটাৰ (১৩০ ফুট) আৰু আটাইতকৈ গভীৰ অঞ্চলত ই 84 মিটাৰ (২৭৬ ফুট) গভীৰ ৷[5] ভিক্টোৰিয়া হ্ৰদৰ অৱবাহিকা (catchment area) ৰ কালি প্ৰায় ১৮৪,০০০ বৰ্গ কিলোমিটাৰ ৷ এই হ্ৰদৰ পাৰ প্ৰায় 4,828 km (৩,০০০ মাইল) জুৰি বিস্তৃত হৈ আছে ৷[6] ভিক্টোৰিয়া হ্ৰদ তিনিখন দেশ জুৰি বিস্তৃত - কেনিয়া (৬% বা সাঁচ:Convert/LoffAonDorSoff), উগাণ্ডা (৪৫% বা সাঁচ:Convert/LoffAonDorSoff) আৰু টানজানিয়া (৪৯% বা সাঁচ:Convert/LoffAonDorSoff).[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "The Victoria Nyanza. The Land, the Races and their Customs, with Specimens of Some of the Dialects". World Digital Library. Archived from the original on 29 May 2016. https://web.archive.org/web/20160529091640/https://www.wdl.org/en/item/2557/। আহৰণ কৰা হৈছে: 18 February 2013.
  2. ↑ Dalya Alberge (11 September 2011). "How feud wrecked the reputation of explorer who discovered Nile's source". The Observer (The Guardian). http://www.theguardian.com/books/2011/sep/11/burton-speke-african-exploration-nile। আহৰণ কৰা হৈছে: 29 December 2013.
  3. ↑ Moorehead, Alan (1960). "Part One: Chapters 1-7". The White Nile. Harper & Row. ISBN 0-06-095639-9. https://archive.org/details/whitenile0000moor_d0v5। আহৰণ কৰা হৈছে: 29 December 2013.
  4. ↑ vanden Bossche, J.-P.; Bernacsek, G. M. (1990). Source Book for the Inland Fishery Resources of Africa, Issue 18, Volume 1. Food & Agriculture Org. (United Nations). পৃষ্ঠা. 291. ISBN 92-5-102983-0. http://books.google.co.uk/books?id=WLZRxM9vfXoC। আহৰণ কৰা হৈছে: 29 December 2013.
  5. ↑ United Nations, Development and Harmonisation of Environmental Laws Volume 1: Report on the Legal and Instituional Issues in the Lake Victoria Basin, United Nations, 1999, page 17
  6. ↑ C. F. Hickling (1961). Tropical Inland Fisheries. প্ৰকাশক London: Longmans. https://archive.org/details/tropicalinlandfi0000cfhi.
  7. ↑ J. Prado, R. J. Beare, J. Siwo Mbuga & L. E. Oluka, 1991. A catalogue of fishing methods and gear used in Lake Victoria. UNDP/FAO Regional Project for Inland Fisheries Development (IFIP), FAO RAF/87/099-TD/19/91 (En). Rome, Food and Agricultural Organisation.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]