ভেড়া
অৱয়ব
| পোহনীয়া ভেড়া | |
|---|---|
| এপাল ভেড়া | |
| সংৰক্ষণ স্থিতি | |
পোহনীয়া
| |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Mammalia |
| বৰ্গ: | Artiodactyla |
| পৰিয়াল: | Bovidae |
| উপপৰিয়াল: | Caprinae |
| গণ: | Ovis |
| প্ৰজাতি: | O. aries |
| বৈজ্ঞানিক নাম | |
| Ovis aries লিনিয়াছ, ১৭৫৮ | |
ভেড়া (ইংৰাজী: Sheep; বৈজ্ঞানিক নাম: Ovis aries) হৈছে এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। ইহঁত আৰ্টিঅডাকটাইলা বৰ্গৰ অন্তৰ্গত অভিছ গণৰ প্ৰজাতি।
ইউৰোপ আৰু এছিয়াৰ বন্য mouflonৰ পৰা ভেড়াৰ উদ্ভৱ হৈছিল। ইহঁতক কৃষি, ঊণ, মাংস আৰু গাখীৰৰ বাবে পালন কৰা হয়। ভেড়াৰ ঊণ হৈছে একপ্ৰকাৰৰ বহুল ব্যৱহৃত জৈৱিক আঁহ। ইয়াৰোপৰি বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাতো ইহঁতক ব্যৱহাৰ কৰা হয়।