লাৰকানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাৰকানা
لاڙڪاڻو
لاڑکانہ
—  City
  —
Location of লাৰকানা
ভৌগোলিক স্থানাংক: 27°19′59″N 68°07′26″E / 27.3330°N 68.1240°E / 27.3330; 68.1240
Country  পাকিস্তান
Province Sindh Sindh
District Larkana District
Taluka Larkana Taluka
চৰকাৰ
 - প্ৰকাৰ Municipal Corporation
 - Mayor None (Vacant)[1]
 - Deputy Mayor None (Vacant)[1]
 - Deputy Commissioner (D.C) Tariq Manzoor Chandio[2]
মাটিকালি[3]
 - City ৮২ কি.মি. 
(৩১.৭ বৰ্গ মাইল)
 - মহানগৰ ১,৯০৬ কি.মি. 
(৭৩৫.৯ বৰ্গ মাইল)
উচ্চতা ১৪৭ মিটাৰ (৪৮২.২৮ ফুট)
জনসংখ্যা (২০১৭)[4]
 - City ৪,৯০,৫০৮ জন
 - স্থান ১৫th Pakistanতম
 - জনঘনত্ব ৫,৯৮১.৮ প্ৰতি বৰ্গ কি.মি. 
(১৫,৪৯২.৮ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল PKT (গ্ৰী.মা.স.+5)
অঞ্চল কোড 074
ৱেবছাইট Larkana.pk


লাৰকানা (ইংৰাজী: Larkana; উৰ্দু: لاڑکانہ; সিন্ধী: لاڙڪاڻو) হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশত অৱস্থিত এখন চহৰ। জনসংখ্যাৰ হিচাপত ই পাকিস্তানৰ ১৫ নং বৃহৎ চহৰ।[5] ই সিন্ধু সভ্যতাৰ মহেঞ্জোদাৰোৰ স্থান।[6] চহৰখনৰ পূব দিশৰ পৰা দক্ষিণ দিশলৈ ঐতিহাসিক সিন্ধু নদীখন বৈ গৈছে।[7]

এই চহৰখন লাৰকানা জিলাৰ অন্তৰ্গত। পূৰ্বতে “চাণ্ডকা” নামেৰে জনাজাত এই ঠাইখন ঘৰ কেনেলৰ দক্ষিণ পাৰে; চিকাৰপুৰ চহৰৰ পৰা প্ৰায় ৪০ মাইল (64 km) দক্ষিণে আৰু মেহাৰৰ পৰা ৩৬ মাইল (58 km) উত্তৰ-পূব দিশত অৱস্থিত।[8] ২০১৭ চনৰ পাকিস্তানৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৪,৯০,৫০৮ জন।[4] কৰাচী, হায়দৰাবাদ, আৰু চুক্কুৰৰ পিছতে ই সিন্ধ প্ৰদেশৰ চতুৰ্থ জনবসতিপূৰ্ণ চহৰ। তদুপৰি ২০১৭ চনৰ লোকপিয়লৰ সময়ত লাৰকানা চহৰক পাকিস্তানৰ পঞ্চদশ বৃহত্তম স্থানত ৰখা হৈছে।

ভূগোল[সম্পাদনা কৰক]

লাৰকানা অক্ষাংশ ২৪ ৫৬' ০০' আৰু দ্ৰাঘিমাংশ ৬৭ ১১' ০০'ত অৱস্থিত।[9] ই সিন্ধুৰ উত্তৰ-পশ্চিম অংশত অৱস্থিত আৰু ইয়াৰ নিজা বিভাজন আছে। ইয়াক উজনি সিন্ধুতো অন্তৰ্ভুক্ত কৰা হৈছে।

জলবায়ু[সম্পাদনা কৰক]

লাৰকানা মৌচুমী জলবায়ু অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলত অত্যন্ত গৰম গ্ৰীষ্মকালত দেখা যায়।

ইয়াৰ সৰ্বোচ্চ তাপমাত্ৰা হৈছে ৫৩ °C (১২৭.৪ °F) আৰু সৰ্বনিম্ন তাপমাত্ৰা হৈছে −4 °C (২৪.৮ °F)। বাৰ্ষিক বৰষুণৰ পৰিমাণ ১২৭.৪ মিলিমিটাৰ (৫.০২ ইঞ্চি), মূলতঃ বাৰিষাকালত (জুলাইৰ পৰা ছেপ্টেম্বৰলৈ) হয়। ১৯৯৪ চনৰ তথ্য মতে, এতিয়ালৈকে সৰ্বাধিক বাৰ্ষিক বৰষুণ হৈছে ৫৮০.২ মিলিমিটাৰ (২২.৮৪ ইঞ্চি) আৰু ১৯৩৮ চনৰ তথ্য মতে, এতিয়ালৈকে সৰ্বনিম্ন বাৰ্ষিক বৰষুণ হৈছে ৭.১ মিলিমিটাৰ (০.২৮ ইঞ্চি)।


Larkanaৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 29.2
(84.6)
36.0
(96.8)
44.8
(112.6)
50.0
(122.0)
53.0
(127.4)
51.0
(123.8)
47.5
(117.5)
44.0
(111.2)
43.0
(109.4)
41.0
(105.8)
37.0
(98.6)
32.2
(90.0)
গড় উষ্ণতা - উচ্চ °C (°F) 24.8 26.3 32.3 39.0
(102.2)
43.9
(111.0)
44.0
(111.2)
40.4
(104.7)
38.0
(100.4)
37.0
(98.6)
34.5
(94.1)
30.5
(86.9)
24.8
(76.6)
34.63
(94.33)
দৈনিক গড় উষ্ণতা °C (°F) 17.0
(62.6)
18.4
(65.1)
24.0
(75.2)
29.9
(85.8)
34.7
(94.5)
35.9
(96.6)
34.0
(93.2)
32.3
(90.1)
30.9
(87.6)
27.5
(81.5)
22.6
(72.7)
17.0
(62.6)
27.02
(80.63)
গড় উষ্ণতা - নিম্ন °C (°F) 9.3
(48.7)
10.6
(51.1)
15.8
(60.4)
20.9
(69.6)
25.6
(78.1)
27.8
(82.0)
27.7
(81.9)
26.7
(80.1)
24.9
(76.8)
20.6
(69.1)
14.8
(58.6)
9.3
(48.7)
19.50
(67.10)
সৰ্বনিম্ন উষ্ণতা °C (°F) −1.1
(30.0)
0.0
(32.0)
4.3
(39.7)
10.8
(51.4)
14.4
(57.9)
18.3
(64.9)
21.5
(70.7)
19.2
(66.6)
20.5
(68.9)
13.0
(55.4)
6.1
(43.0)
0.0
(32.0)
সাঁচ:Min/12
বৰ্ষাপাত mm (ইঞ্চি) 3.3
(0.13)
5.1
(0.201)
5.6
(0.22)
4.5
(0.177)
2.5
(0.098)
8.5
(0.335)
48.6
(1.913)
34.5
(1.358)
3.7
(0.146)
1.5
(0.059)
0.7
(0.028)
8.9
(0.35)
127.4
(5.016)
Avg. rainy days 0.6 0.5 1.0 0.7 0.2 0.7 1.3 1.2 0.2 0.3 0.1 0.4 7.2
উৎস: PMD (1991-2020) [10]

প্ৰশাসন[সম্পাদনা কৰক]

শ্বাহ বাহাৰোৰ সমাধি

উপায়ুক্তগৰাকী হৈছে জিলা প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী। নৌমান সাদিক লাটকী (Nouman Sadique Latki) লাৰকানা উপায়ুক্ত বা জিলাধিপতি।


লাৰকানা জিলাখন প্ৰশাসনিকভাৱে তলত উল্লেখ কৰা তালুকাসমূহত বিভক্ত কৰা হৈছে:[11]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Local bodies across province dissolved after completion of term". Dawn (newspaper). 1 September 2020. https://www.dawn.com/news/1577300. 
  2. "Commissioner chairs meeting of anti-corruption committee-II Larkana". The Nation (newspaper). 10 December 2021. https://nation.com.pk/10-Dec-2021/commissioner-chairs-meeting-of-anti-corruption-committee-ii-larkana. 
  3. "Pakistan: Administrative Division (Provinces and Districts) - Population Statistics, Charts and Map". https://www.citypopulation.de/php/pakistan-admin.php?adm2id=811. 
  4. 4.0 4.1 Pakistan Bureau of Statistics. Province-wise results - Tehsils (Census-2017) (Report). Provisional results PDF. https://www.pbs.gov.pk/content/final-results-census-2017. 
  5. "Pakistan City & Town Population List". Tageo.com website. http://www.tageo.com/index-e-pk-cities-PK.htm। আহৰণ কৰা হৈছে: 29 September 2017. 
  6. Indus, Valley. "Archeology". http://www.harappa.com/har/moen0.html। আহৰণ কৰা হৈছে: 14 October 2014. 
  7. Staff reporter (3 August 2010). "Sindh CM visits bridge on River Indus in Larkana district". Dawn news. http://www.dawn.com/news/550918/sindh-cm-visits-bridge-on-river-indus-in-larkana-district. 
  8. "Imperial Gazetteer2 of India, Volume 16, page 144 -- Imperial Gazetteer of India -- Digital South Asia Library". uchicago.edu. https://dsal.uchicago.edu/reference/gazetteer/pager.html?objectid=DS405.1.I34_V16_150.gif। আহৰণ কৰা হৈছে: 23 March 2016. 
  9. Geography=first1=Larkana. "geography". http://www.tageo.com/index-e-pk-v-05-d-m3841727.htm. 
  10. "Flood Forecasting division Lahore". http://ffd.pmd.gov.pk/cp/ffd.php। আহৰণ কৰা হৈছে: 21 February 2020. 
  11. "District Larkana Online! [ApnaLarkana.com - First Official & Commercial website on District Larkana  ... Complete guide to Larkana, Sindh, Pakistan. Larkana, Chandka, Moen jo daro, benazir Bhutto, Zulfiqar Bhutto, garhi khuda baksh, murtaza bhutto, bhutto"]. apnalarkana.com. http://www.apnalarkana.com। আহৰণ কৰা হৈছে: 23 March 2016. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]