চেনীপুঠি
| চেনীপুঠি | |
|---|---|
| সংৰক্ষণ স্থিতি | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Actinopterygii |
| বৰ্গ: | Cypriniformes |
| পৰিয়াল: | Cyprinidae |
| উপপৰিয়াল: | Barbinae |
| গণ: | Systomus |
| প্ৰজাতি: | S. sarana |
| বৈজ্ঞানিক নাম | |
| Systomus sarana (এফ হেমিল্টন, ১৮২২) | |
| সমাৰ্থক | |
|
Cyprinus sarana Hamilton, 1822 | |
চেনীপুঠি (ইংৰাজী: olive barb, বৈজ্ঞানিক নাম: Systomus sarana) হৈছে চাইপ্ৰিনীড জাতিৰ এবিধ মাছ। এই মাছবিধ থলুৱাভাৱে আফগানিস্তান, ভাৰত, নেপাল, বাংলাদেশ, পাকিস্তান, ভূটান, শ্ৰীলংকা, থাইলেণ্ড আৰু ম্যানমাৰত পোৱা যায়। একোটা চেনীপুঠি ফিছালৈকে ৪২ চে:মি: (১৭ ইঞ্চি) পৰ্যন্ত দীঘল হ'ব পাৰে। বাণিজ্যিক মীনপালন ক্ষেত্ৰসমূহত ইয়াৰ গুৰুত্ব কম আৰু ইয়াক জাল, বৰশী আদিৰে ধৰা হয়। বাংলাদেশত মাছবিধ জনপ্ৰিয় যদিও একুৱাৰিয়ামৰ ব্যৱসায়ত ই জনপ্ৰিয় নহয়।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Dahanukar, N. 2010. Systomus sarana. In: IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. <www.iucnredlist.org>.
- ↑ Froese, Rainer; Pauly, Daniel (eds.) (2014). "Systomus sarana"November 2014 version.