সদস্য বাৰ্তা:Priyankush Deka

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

— গীতাৰ্থ বৰদলৈ (talk) 15:18, 10 March 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰবন্ধকাৰ পদক[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ প্ৰবন্ধকাৰ পদক
১০ + প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়া সমৄদ্ধিশালী কৰাত অৱদান আগবঢ়োৱাৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা সহকাৰে তোমালৈ এই পদকটো আগবঢ়াইছো। আশাকৰোঁ তুমি এনেদৰেই অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত হৈ ৰ’বা।-জলি বৰা (talk) 12:10, 22 December 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ জলি বাইদেউ Priyankush Deka (talk) 16:23, 22 December 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শুভ নৱবৰ্ষ![সম্পাদনা কৰক]

Send New Year cheer by adding {{subst:Happy New Year}} to user talk pages.

ধন্যবাদ চাণক্য । তোমাকো নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালোঁ ।

“ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” সম্পাদনা মাৰাথনলৈ আমন্ত্ৰণ[সম্পাদনা কৰক]

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াত “ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত” শীৰ্ষক এখন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে। উক্ত সম্পাদনা মাৰাথনত অংশগ্ৰহণ কৰিবলৈ আপোনাক আমন্ত্ৰণ জনালোঁ।

এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতীয় নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰা আৰু ৱিকিপিডিয়াত লৈংগিক সমতা ৰক্ষা কৰা। এই সম্পাদনা মাৰাথনৰ সময়সীমা ২০১৯ বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ। অংশগ্ৰহণ কৰক আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ!

বিতংকৈ জানিবলৈ:

ৱিকিপিডিয়া:ৱিকি লাভ্‌ছ ৱুমেন ২০১৯

--MediaWiki message delivery (talk) 16:53, 11 February 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপিডিয়ানৰ মনৰ কথা[সম্পাদনা কৰক]

সদস্য:Priyankush Deka মাৰ্চ মাহৰ ৱিকিপত্ৰিকাৰ বাবে ৱিকিপিডিয়ানৰ মনৰ কথা তোমাকেই লিখিবলৈ অনুৰোধ জনালোঁ। – চাণক্য (বাৰ্তা) 09:22, 12 February 2019 (ইউ.টি.চি.) ধন্যবাদ চাণক্য । কেতিয়াৰ ভিতৰত জমা দিব লাগিব?[উত্তৰ দিয়ক]

@Priyankush Deka: ফেব্ৰুৱাৰীৰ ২৫-২৭ তাৰিখৰ ভিতৰত জমা দিলেই হ'ব। – চাণক্য (বাৰ্তা) 09:54, 12 February 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ঠিক আছে ।

ৱিকি লাভ্‌ছ ৱুমেন ২০১৯” সম্পাদনা মাৰাথনৰ বাবে আপুনি সৃষ্টি কৰা প্ৰবন্ধসমূহ অনুগ্ৰহ কৰি ইয়াত জমা কৰক। – ViśvakoṣaSampādaka (talk) 08:42, 14 February 2019 (ইউ.টি.চি.) ঠিক আছে । ধন্যবাদ- Priyankush Deka[উত্তৰ দিয়ক]

The Teamwork Barnstar
লৈংগিক সমতা ৰক্ষা কৰাৰ উদেশ্যেৰে অসমীয়া ৱিকিপিডিয়াত আয়োজিত ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত ১০+ প্ৰবন্ধ যোগ দি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তোমালৈ এই বঁটা আগবঢ়ালো৷ আগলৈকে একেই উৎসাহেৰে অসমীয়া ৱিকিপিডিয়াত কাম কৰি যাবা বুলি আশা ৰাখিছোঁ৷-- জলি বৰা (talk) 12:51, 31 March 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

WLWI2019 Special Award[সম্পাদনা কৰক]

WLWI2019 Special Award
ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত আপুনি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি তৃতীয় পুৰস্কাৰ হিচাপে আপোনাক এই পদক প্ৰদান কৰিলোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ! -- ViśvakoṣaSampādaka (talk) 02:31, 1 april 2019 (ইউ.টি.চি.)

Community Insights Survey[সম্পাদনা কৰক]

RMaung (WMF) 14:22, 6 September 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Reminder: Community Insights Survey[সম্পাদনা কৰক]

RMaung (WMF) 15:06, 20 September 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Reminder: Community Insights Survey[সম্পাদনা কৰক]

RMaung (WMF) 18:58, 3 October 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰজেক্ট টাইগাৰ ২.০ | ধন্যবাদ[সম্পাদনা কৰক]

ধন্যবাদ
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮ জন অংশগ্ৰহণকাৰীয়ে ২০৫ টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk) 11:13, 21 January 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients[সম্পাদনা কৰক]

tiger face
tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 15:57, 10 June 2020 (UTC)

We sent you an e-mail[সম্পাদনা কৰক]

Hello Priyankush Deka,

Really sorry for the inconvenience. This is a gentle note to request that you check your email. We sent you a message titled "The Community Insights survey is coming!". If you have questions, email surveys@wikimedia.org.

You can see my explanation here.

MediaWiki message delivery (talk) 18:46, 25 September 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Priyankush Deka,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities[সম্পাদনা কৰক]

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

The Feather Barnstar
শেহতীয়াকৈ কেইবাটাও উচ্চমান বিশিষ্ট প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ। আগলৈও আপুনি একেই উৎসাহেৰে ৱিকিত অৱদান আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ।- অসমীয়া ৱিকিমিডিয়া সমাজ

অশেষ ধন্যবাদ।-Priyankush Deka (বাৰ্তা) 08:01, 31 August 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

WikiConference India 2023: Program submissions and Scholarships form are now open[সম্পাদনা কৰক]

Dear Wikimedian,

We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds.

We also have exciting updates about the Program and Scholarships.

The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here.

For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page.

‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST.

Regards

MediaWiki message delivery (বাৰ্তা) 11:24, 16 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadline[সম্পাদনা কৰক]

Dear Wikimedian,

Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page.

COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships.

Please add the following to your respective calendars and we look forward to seeing you on the call

Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 16:20, 2 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

On Behalf of, WCI 2023 Core organizing team.