সদস্য বাৰ্তা:SlowPhoton

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


জানুৱাৰী (২০২০) মাহৰ ৱিকিপিডিয়ান[সম্পাদনা কৰক]

Barnstar mex gold.png এই মাহৰ ৱিকিপিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

--জলি বৰা (talk) 02:45, 30 January 2020 (ইউ.টি.চি.)

অক্লান্ত কৰ্মী পদক[সম্পাদনা কৰক]

Tireless Contributor Barnstar.gif অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহলৈ নিৰলসভাৱে তুমি আগবঢ়াই যোৱা অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা এই পদকটি আগবঢ়ালো। আশাকৰোঁ তোমাৰ এই গতি ভৱিষ্যতেও একেদৰেই ৰ’ৱ৷

--জলি বৰা (talk) 17:13, 24 April 2020 (ইউ.টি.চি.)

Deletion এক্সট্রাকশন (চলচিত্ৰ ২০২০) ৰ বিষয়ে[সম্পাদনা কৰক]

আপুনি পৃষ্ঠাখন এক্সট্রাকশন (চলচিত্ৰ ২০২০) মছি দিব বিচাৰে,কিন্তু কিয়? এই পৃষ্ঠাখন এটা ইংৰাজী চলচিত্র বষয়ে আৰু এইটো ইংৰাজীৰ পৰা অনুবাদ কৰা মই এইটো আৰু লিখি আছো অনুগ্ৰহ কৰি আকৌ এবাৰ চাই দিব ধন্যবাদ Beingsofiqul (talk) 14:59, 4 May 2020 (ইউ.টি.চি.)

ব'ট সম্পৰ্কে[সম্পাদনা কৰক]

“বৈশিষ্ট্য” টো “বৈশিষ্ট্য্য” কৰিছে। দিব্য দত্ত (বাৰ্তা) 17:05, 13 May 2020 (ইউ.টি.চি.)

Gnome-edit-redo.svgদিব্য দত্ত: হয়, কিছু সমস্যা আছে। ঠিক কৰিব লাগিব। আৰু কিবা দেখিলে জনাব। --SlowPhoton (talk) 17
10, 13 May 2020 (ইউ.টি.চি.)

উদ্ভাৱন পদক[সম্পাদনা কৰক]

Brilliant Idea Barnstar Hires.png উদ্ভাৱন পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে শেহতীয়াকৈ নিকাকৰণ বট্‍ উদ্ভাৱন কৰি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে–

অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ – চাণক্য (বাৰ্তা) 05:13, 30 May 2020 (ইউ.টি.চি.)

ধন্যবাদ 🙏 Gnome-edit-redo.svg-chanakyakdas: --SlowPhoton (talk) 06:54, 30 May 2020 (ইউ.টি.চি.)

Wiki Loves Women South Asia 2020 Jury[সম্পাদনা কৰক]

Wiki Loves Women South Asia 2020.svg

Hello!

Thank you for your support in organizing Wiki Loves Women South Asia 2020 locally in your language Wikipedia. We appreciate your time and efforts in bridging gender gap on Wikipedia. Due to the novel coronavirus (COVID-19) pandemic, we will not be couriering the prizes in the form of mechanize in 2020 but instead offer a gratitude token in the form of online claimable gift coupon. Please fill this form by last June 10 for claiming token of appreciation from the International team for your support in the contest.

Wiki Love and regards!

Wiki Loves Folklore International Team.

--MediaWiki message delivery (talk) 14:21, 31 May 2020 (ইউ.টি.চি.)

Project Tiger 2.0 - Feedback from writing contest participants (editors) and Hardware support recipients[সম্পাদনা কৰক]

tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the Project Tiger 2.0 writing contest.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 15:57, 10 June 2020 (UTC)

REMINDER - Feedback from writing contest jury of Project Tiger 2.0[সম্পাদনা কৰক]

tiger face

Dear Wikimedians,

We hope this message finds you well.

We sincerely thank you for your participation in Project Tiger 2.0 and we want to inform you that almost all the processes such as prize distribution etc related to the contest have been completed now. As we indicated earlier, because of the ongoing pandemic, we were unsure and currently cannot conduct the on-ground community Project Tiger workshop.

We are at the last phase of this Project Tiger 2.0 and as a part of the online community consultation, we request you to spend some time to share your valuable feedback on the article writing jury process.

Please fill this form to share your feedback, suggestions or concerns so that we can improve the program further.

Note: If you want to answer any of the descriptive questions in your native language, please feel free to do so.

Thank you. Nitesh Gill (talk) 06:24, 13 June 2020 (UTC)

We sent you an e-mail[সম্পাদনা কৰক]

Hello SlowPhoton,

Really sorry for the inconvenience. This is a gentle note to request that you check your email. We sent you a message titled "The Community Insights survey is coming!". If you have questions, email surveys@wikimedia.org.

You can see my explanation here.

MediaWiki message delivery (talk) 18:46, 25 September 2020 (ইউ.টি.চি.)

জেনিফাৰ ডাউডনা প্ৰবন্ধ সম্পাদনা[সম্পাদনা কৰক]

জেনিফাৰ ডাউডনা প্ৰবন্ধটোত আপুনি সম্পাদনা কৰি আগবঢ়োৱা বৰঙণিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলো। অনামিকা(চুমু) বড়া (talk) 14:35, 28 October 2020 (ইউ.টি.চি.)

Reminder: Festive Season 2020 edit-a-thon[সম্পাদনা কৰক]

Dear Wikimedians,

Hope you are doing well. This message is to remind you about "Festive Season 2020 edit-a-thon", which is going to start from tonight (5 December) 00:01 am and will run till 6 December, 11:59 pm IST.

Please give some time and provide your support to this event and participate. You are the one who can make it successful! Happy editing! Thank You Nitesh (CIS-A2K) (talk) 15:53, 4 December 2020 (UTC)

Token of appreciation: Festive Season 2020 edit-a-thon[সম্পাদনা কৰক]

Rangoli on Diwali 2020 at Moga, Punjab, India.jpg

Hello, we would like to thank you for participating in Festive Season 2020 edit-a-thon. Your contribution made the edit-a-thon fruitful and successful. Now, we are taking the next step and we are planning to send a token of appreciation to them who contributed to this event. Please fill the given Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further.

Please find the form here. Thank you MediaWiki message delivery (talk) 09:52, 14 December 2020 (ইউ.টি.চি.)

ৱিকি সংস্কাৰক পদক[সম্পাদনা কৰক]

Copyeditor Barnstar Hires.png ৱিকি সংস্কাৰক পদক।
ৱিকিৰ প্ৰৱন্ধ সমূহত থকা আসোঁৱাহ সমূহ দূৰ কৰি এক নতুন মানদণ্ড প্ৰদানৰ ক্ষেত্ৰত আপুনি নিৰবিছিন্ন ভাৱে চেষ্টা আৰু কষ্ট কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -Nayan j Nath (talk) 11:43, 28 December 2020 (ইউ.টি.চি.)
ধন্যবাদ Gnome-edit-redo.svgNayan j Nath: --SlowPhoton (talk) 16:47, 28 December 2020 (ইউ.টি.চি.)

ৱিকি ৰত্ন পদক[সম্পাদনা কৰক]

Medal of Honor Star.jpg ৱিকি ৰত্ন পদক
২০১১ চনৰপৰা আজি ২০২০ চন পৰ্যন্ত যোৱা ন বছৰে অসমীয়া ৱিকিমিডিয়াৰ এগৰাকী অক্লান্ত কৰ্মী ৰূপে আপুনি অসমীয়া ৱিকিমিডিয়াক যি মাত্ৰা প্ৰদান কৰিলে, সেয়া কেৱল আদৰণীয়ই নহয় আমাৰ পাথেয়ও। আমি কৃতজ্ঞ। অসমীয়া ৱিকিক আপোনাৰ অক্লান্ত পৰিশ্ৰমেৰে সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -JyotiPN (talk) 16:36, 29 December 2020 (ইউ.টি.চি.)JyotiPN
অশেষ ধন্যবাদ Gnome-edit-redo.svgJyotiPN: --SlowPhoton (talk) 15:47, 30 December 2020 (ইউ.টি.চি.)

Reminder: Wikipedia 20th celebration "the way I & my family feels"[সম্পাদনা কৰক]

Greetings,

A very Happy New Year 2021. As you know this year we are going to celebrate Wikipedia's 20th birthday on 15th January 2021, to start the celebration, I like to invite you to participate in the event titled "Wikipedia 20th celebration the way I & my family feels"

The event will be conducted from 1st January 2021 till 15th January and another one from 15th January to 14th February 2021 in two segments, details on the event page.

Please have a look at the event page: '"Wikipedia 20th celebration the way I & my family feels"

Let's all be creative and celebrate Wikipedia20 birthday, "the way I and my family feels".

If you are interested to contribute please participate. Do feel free to share the news and ask others to participate.

Marajozkee (talk) 15:25, 1 January 2021 (ইউ.টি.চি.)

বঙালী 'র'ৰ সমস্যা[সম্পাদনা কৰক]

User bn-2, User bn-3, User bn-4 এইকেইটা সাঁচত বঙালী 'র' থকা বুলি দেখুৱায়, কেইটামান সাঁচ সম্পাদনা কৰিছিলোঁ যদিও সেইবোৰ এতিয়া পূৰ্ববত কৰি দিলোঁ৷ সেইবোৰত {{বঙালী ৰ}} সাঁচটো ব্যৱহাৰ নকৰিলেও হ’ব সম্ভৱ! 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (talk) 09:05, 15 January 2021 (ইউ.টি.চি.)

Gnome-edit-redo.svgKuldhar Rabha: কোনো কথা নাই। সেইবোৰ সাঁচ কেৱল সদস্য পৃষ্ঠাতহে ব্যৱহাৰ হয়। বঙালী ৰ থাকিলেও একো নহয়। --SlowPhoton (talk) 10:40, 15 January 2021 (ইউ.টি.চি.)
ধন্যবাদ৷ 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (talk) 10:43, 15 January 2021 (ইউ.টি.চি.)

মই লিখি থকা প্ৰৱন্ধত (লিংগ বৈষম্য আৰু ভাৰতীয় নাৰী) বঙালীৰ ৰ আছে বুলি কৈছে। লাচিত সঁজুলিৰে কেনেকে বৰ্ণশুদ্ধি কৰে বাৰু?

Gnome-edit-redo.svgJonaliB: আপুনি যদি উৎস সম্পাদনা ব্যৱহাৰ কৰিছে, তেতিয়া Lachit SpellChecker.png লাচিত সঁজুলিৰ আইকন দেখা পাব। তাত ক্লিক কৰিলেই বৰ্ণশুদ্ধি হৈ যাব। --SlowPhoton (talk) 05:09, 5 February 2021 (ইউ.টি.চি.)
Gnome-edit-redo.svgSlowPhoton: বুজিলো ধন্যবাদ

দক্ষিণ এছিয়া এডিটাথন ২০২১[সম্পাদনা কৰক]

মই দক্ষিণ এছিয়া এডিটাথন ২০২১ত ভাগ ল'ব খুজিছোঁ। আপুনি এই এডিটাথনৰ সমন্বয়ক বুলি জানিব পাৰি আনন্দ প্ৰকাশ কৰিছোঁ আৰু জানিব খুজিছোঁ যে, মই এই এডিটাথনৰ প্ৰৱন্ধ তালিকাত নতুন প্ৰৱন্ধ কেনেকৈ যোগ দিম আৰু প্ৰৱন্ধবোৰ প্ৰতিযোগিতাৰ বাবে মই কেনেকৈ জমা দিম? প্ৰৱন্ধটো লিখি লিংকটো কপি কৰি আনি তাত দি দিব লাগিব নেকি? আশাকৰোঁ এইক্ষেত্ৰত আপুনি মোক সহায় কৰিব। JyotiPN (talk) 08:47, 28 January 2021 (ইউ.টি.চি.)JyotiPN

Gnome-edit-redo.svgJyotiPN: ৱিকিপিডিয়াত সাধাৰণতে যেনেকৈ প্ৰবন্ধ লিখে, তেনেকৈ প্ৰবন্ধ লিখিলেই হ'ল। কেৱল মন কৰিব যাতে প্ৰবন্ধটোৰ বিষয়বস্তু নাৰীবাদ আৰু লোকগাথাৰ লগত সংগতি ৰখা হয়। আপুনি প্ৰবন্ধ সৃষ্টি কৰিব পাৰে নাইবা বিস্তাৰো কৰিব পাৰে। প্ৰবন্ধটো ন্যূনতম ৩০০টা শব্দৰ হ'ব লাগিব। তাৰ পাছত প্ৰবন্ধটো আপুনি জমা দিব পাৰিব। তাৰ বাবে বিশেষ লিংক এটা দিয়া হ'ব, তাত গৈ প্ৰবন্ধটোৰ নাম জমা দিলেই হ'ল। লিংকটো ফাউনটেইন নামৰ সঁজুলি এটাত সৃষ্টি কৰা হ'ব। জমা দিয়া প্ৰবন্ধসমূহ বিচাৰকে বিচাৰ কৰিব। লিংকটো এতিয়া সক্ৰিয় কৰা হোৱা নাই, এডিটাথন আৰম্ভ হোৱাৰ পাছতহে সক্ৰিয় কৰা হ'ব আৰু তেতিয়া সকলো অংশগ্ৰহণকাৰীকে জনাই দিয়া হ'ব। যোৱা বছৰৰ এডিটাথনৰ লিংকটো এইটো, ইয়াত চালে আপুনি কিছু আভাষ পাব। ধন্যবাদ। --SlowPhoton (talk) 09:19, 28 January 2021 (ইউ.টি.চি.)
Gnome-edit-redo.svgSlowPhoton: আন্তৰিক ধন্যবাদ। JyotiPN (talk) 09:50, 28 January 2021 (ইউ.টি.চি.)JyotiPN
Gnome-edit-redo.svgJyotiPN: এডিটাথনৰ বাবে আপুনি সৃষ্টি কৰা প্ৰবন্ধবোৰ এই লিংকত গৈ জমা কৰি দিব। --SlowPhoton (talk) 14:01, 3 February 2021 (ইউ.টি.চি.)
Gnome-edit-redo.svgSlowPhoton: প্ৰৱন্ধবোৰ জমা কৰিব পাৰিলোঁ। গোটেইকেইটা প্ৰৱন্ধত ৩০০০ বাইট আছে, কিন্তু ৩০০ শব্দ নাই। তথাপি জমা কৰি দিলোঁ। JyotiPN (talk) 03:01, 4 February 2021 (ইউ.টি.চি.)JyotiPN

Universal Code of Conduct consultation[সম্পাদনা কৰক]

Hi SlowPhoton,

Hope you are well. I would like to invite you to participate in the Universal Code of Conduct consultation on Assamese Wikipedia. It is closing soon. You can easily participate by making your opinion, support/oppose here: ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (উদ্ভাৱনশালা)#Universal Code of Conduct consultation on Assamese Wikipedia or you can also email me. As an active member of the community, your participation is very important. I hope you would consider it. Thank you! Wikitanvir (WMF) (বাৰ্তা) 15:43, 27 February 2021 (ইউ.টি.চি.)

Wikimedia Foundation Community Board seats: Call for feedback meeting[সম্পাদনা কৰক]

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.)

ইনফোবক্স ৰয়েল্টি[সম্পাদনা কৰক]

Infobox royalty-ৰ image_size-টো অনুগ্ৰহ কৰি অলপ চাই দিবচোন। ইমেজ চাইজটো সলনি নহয় দোখোন।বাবুল বৈশ্য (বাৰ্তা) 16:18, 8 March 2021 (ইউ.টি.চি.)

Infobox royalty-ত image_size-টো fixed ৰখা হৈছে। সলনি কৰিব নোৱাৰি। --SlowPhoton (talk) 09:33, 9 March 2021 (ইউ.টি.চি.)

Habung[সম্পাদনা কৰক]

Please don't try to revert the edits made in the page Habung. A user had tried to vandalise the page by adding info without any proper sources. Refer to the article in English Wikipedia where the same vandalism was removed by some admins in the past. The same users seem to try and push their propaganda in Assamese Wikipedia. Do not give them an opportunity here.Ananya Taye (বাৰ্তা) 15:35, 19 March 2021 (ইউ.টি.চি.)

এই মাহৰ ৱিকিপিডিয়ান: মাৰ্চ,২০২১[সম্পাদনা কৰক]

Barnstar mex gold.png এই মাহৰ ৱিকিপিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

Kuranganayani[সম্পাদনা কৰক]

I had done some edits in the Assamese page Kuranganayani. Please carry on the same thing to English page. Because English page is soon to be deleted for lacking reliable sources. Haoreima (বাৰ্তা) 07:28, 19 April 2021 (ইউ.টি.চি.)

প্ৰবন্ধ উন্নীতকৰণৰ পদক[সম্পাদনা কৰক]

Articles for Creation Barnstar Hires.png Articles for Creaton Barnstar
হে প্ৰিয় সতীৰ্থ, ন-পুৰণি প্ৰবন্ধসমূহৰ কাৰিকৰী দিশৰ খুটি-নাটিসমূহত নিপুণতাৰে হাত ফুৰাই অসমীয়া ৱিকিপিডিয়াক আপুনি যি অনন্য মাত্ৰা প্ৰদান কৰিছে তাৰেই কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ -Nayan j Nath (বাৰ্তা) 15:01, 30 April 2021 (ইউ.টি.চি.)

মতভেদ নিৰ্বাপন পদক[সম্পাদনা কৰক]

Antiflame Barnstar Hires.png মতভেদ নিৰ্বাপন পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ মজিয়াত উদ্ভৱ হোৱা বিভিন্ন মতভেদসমূহ সুস্থিৰতাৰে তথা যুক্তিসহকাৰে সমাধান কৰাৰ লগতে নীৰৱে আগবঢ়াই যোৱা বহুমূলীয়া বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটিৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। -Nayan j Nath (বাৰ্তা) 06:16, 29 মে' 2021 (ইউ.টি.চি.)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় SlowPhoton,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

Wiki Loves Women South Asia 2021[সম্পাদনা কৰক]

Wikiloveswomen logo.svg

Wiki Loves Women South Asia is back with the 2021 edition. Join us to minify gender gaps and enrich Wikipedia with more diversity. Happening from 1 September - 30 September, Wiki Loves Women South Asia welcomes the articles created on gender gap theme. This year we will focus on women's empowerment and gender discrimination related topics.

We warmly invite you to help organize or participate in the competition in your community. You can learn more about the scope and the prizes at the project page.

This message has been sent to you because you participated in the last edition of this event as an organizer.

Best wishes,
Wiki Loves Women Team
12:57, 12 July 2021 (ইউ.টি.চি.)

[Wikimedia Foundation elections 2021] Candidates meet with South Asia + ESEAP communities[সম্পাদনা কৰক]

Hello,

As you may already know, the 2021 Wikimedia Foundation Board of Trustees elections are from 4 August 2021 to 17 August 2021. Members of the Wikimedia community have the opportunity to elect four candidates to a three-year term. After a three-week-long Call for Candidates, there are 20 candidates for the 2021 election.

An event for community members to know and interact with the candidates is being organized. During the event, the candidates will briefly introduce themselves and then answer questions from community members. The event details are as follows:

  • Bangladesh: 4:30 pm to 7:00 pm
  • India & Sri Lanka: 4:00 pm to 6:30 pm
  • Nepal: 4:15 pm to 6:45 pm
  • Pakistan & Maldives: 3:30 pm to 6:00 pm
  • Live interpretation is being provided in Bangla and Hindi.
  • Please register using this form

For more details, please visit the event page at Wikimedia Foundation elections/2021/Meetings/South Asia + ESEAP.

Hope that you are able to join us, KCVelaga (WMF), 06:33, 23 July 2021 (ইউ.টি.চি.)

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখী অনুষ্ঠান[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখী হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক।বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

Feedback for Mini edit-a-thons[সম্পাদনা কৰক]

Dear Wikimedian,

Hope everything is fine around you. If you remember that A2K organised a series of edit-a-thons last year and this year. These were only two days long edit-a-thons with different themes. Also, the working area or Wiki project was not restricted. Now, it's time to grab your feedback or opinions on this idea for further work. I would like to request you that please spend a few minutes filling this form out. You can find the form link here. You can fill the form by 31 August because your feedback is precious for us. Thank you MediaWiki message delivery (বাৰ্তা) 18:58, 16 August 2021 (ইউ.টি.চি.)

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে[সম্পাদনা কৰক]

প্ৰিয় SlowPhoton,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

অবিৰত ৱিকিযোদ্ধা পদক[সম্পাদনা কৰক]

Working Man's Barnstar Hires.png অবিৰত ৱিকিযোদ্ধা পদক
হে ৱিকি সতীৰ্থ, পাতনিৰে পৰা বৰ্তমানলৈকে অসমীয়া ৱিকিপিডিয়াৰ সংবৰ্দ্ধনৰ বাবে আপুনি নিৰন্তৰভাৱে যি অমূল্য অৱদান আগবঢ়াই আহিছে তাৰেই কৃতজ্ঞতাস্বৰূপে সমূহ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা এই পদকটি আগবঢ়ালোঁ‌। – 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 16:23, 1 September 2021 (ইউ.টি.চি.)

Error[সম্পাদনা কৰক]

Gnome-edit-redo.svgSlowPhoton: সুপ্ৰভাত দাদা, অনুগ্ৰহ কৰি Template:Category see also ত থকা Errror টো ঠিক কৰি দিবচোন। — চাণক্য (বাৰ্তা) 02:38, 18 September 2021 (ইউ.টি.চি.)