সদস্য:MS Sakib
অৱয়ব
মই মো. সাদমান ছাকিব,
এজন বাংলাদেশী ৱিকিপি(মি)ডিয়ান।
আমি মো. সাদমান ছাকিব,
একজন বাংলাদেশি উইকিপি(মি)ডিয়ান।
| বঙালী ৱিকিপিডিয়াত এই ব্যবহাৰকাৰীৰ Administrator অধিকাৰ আছে। (সত্যাপন কৰক bn) |
| This user is a global renamer. (verify) |
| ৱিকিতথ্যত এই ব্যবহাৰকাৰীৰ Rollback অধিকাৰ আছে। (সত্যাপন কৰক) |
| Here is a link to my contributions on all the projects. |
| ৱিকিমিডিয়া কমন্সত এই ব্যবহাৰকাৰীৰ File mover অধিকাৰ আছে। (সত্যাপন কৰক commons) |
| ব্যবহাৰকাৰীৰ বাবেল তথ্য | ||||||
|---|---|---|---|---|---|---|
| ||||||
| ভাষা অনুযায়ী ব্যৱহাৰকাৰী |
"ইপাৰ সিপাৰ কোনপাৰে নেজানো MS Sakib ডাঙৰীয়া, অসমীয়া ৱিকিপিডিয়াৰ অতিথি সম্পাদক হিচাপে আপোনাক হিয়াভৰা ওলগ জনালোঁ। আন এখন দেশৰ আন এটা ভাষাৰ থলুৱা ৱিকিপিডিয়ান হৈয়ো অসমীয়া ভাষাক বুকুত সামৰি লোৱাৰ লগতে অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে অসমীয়া ৱিকি পৰিয়ালৰ হৈ আপোনালৈ এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই যোগাত্মক বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ বুঢ়া লুইত আৰু পদ্মা নদীৰ এই সংগম চিৰস্থায়ী হওক। ধন্যবাদেৰে। —-Chandan Chiring Phukon Chat 18:29, 29 May 2022 (ইউ.টি.চি.) |
অসমীয়া বৰ্ণমালাত 'ফাৰিন' শব্দটোৰ এম্বিগ্ৰাম
বঙালী লিপিত 'ফারিন' শব্দটোৰ এম্বিগ্ৰাম
