সমললৈ যাওক

সদস্য বাৰ্তা:Kuldhar Rabha

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Kuldhar Rabha
Link=User:Kuldhar Rabha Link=User_talk:Kuldhar_Rabha Link=Special:contributions/Kuldhar Rabha Link=Special:PrefixIndex/User:Kuldhar Rabha/ Link=https://xtools.wmflabs.org/pages/as.wikipedia.org/Kuldhar%20Rabha Link=https://commons.wikimedia.org/wiki/Special:ListFiles/Kuldhar_Rabha
সদস্য পৃষ্ঠা আলোচনা পৃষ্ঠা গোলকীয় বৰঙণিসমূহ উপপৃষ্ঠাসমূহ বৰঙণিসমূহ আপলোড কৰা ফটোসমূহ
ইউআৰএল সংক্ষেপককপিৰাইট ডিটেক্টৰপৃষ্ঠাৰ ইতিহাসমেকৰেফ্ক্ৰপ-টুলটেবুলচিত্ৰ সহ মন্তব্যৰ সাঁচৱিকিপত্ৰিকাৱিকিউদ্ধৃতিৱিকিফাইল ট্ৰান্সফাৰ
মই সৃষ্টি কৰা প্ৰবন্ধসমূহ
অসমীয়া
ইংৰাজী
Kuldhar Rabha
বঙালী
হিন্দী
এই সদস্যজন ৱিকিপিডিয়াত  বছৰ,  মাহ, আৰু ১৯ দিন ধৰি আছে।
এই সদস্যজনে ৱিকিপিডিয়া ব্যৱহাৰ কৰি ভাল পায়
এই সদস্যজন অসমগোৱালপাৰা জিলাৰ বাসিন্দা
“জয় আই অসম”
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।

Translation request

[সম্পাদনা কৰক]

Hello, Kuldhar Rabha.

Can you translate and upload the articles en:Azerbaijan Railway Museum, en:Baku Puppet Theatre and en:Azerbaijan State Academic Russian Drama Theatre in Assamese Wikipedia?

Yours sincerely, Oirattas (বাৰ্তা) 16:03, 12 October 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

Question from তাহেৰউদ্দিন আহমেদ (05:24, 4 August 2025)

[সম্পাদনা কৰক]

নমস্কাৰ গ্ৰহণ কৰিব৷ মই আজিপেজটো খুলিছো৷ কেনেকৈ আগবাড়িব লাগ সেই বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছো৷ আপোনাৰ উত্তৰ নিশ্চয়পাম৷ --তাহেৰউদ্দিন আহমেদ (বাৰ্তা) 05:24, 4 August 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

শ্ৰদ্ধাৰ @তাহেৰউদ্দিন আহমেদ:,

 অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। আপুনি আগ্ৰহেৰে ৱিকিপিডিয়াত কেনেকৈ আগবাঢ়িব লাগে জানিবলৈ বিচৰাৰ বাবে প্ৰথমে আপোনাক অশেষ ধন্যবাদ জনালোঁ।

 ৱিকিপিডিয়াত সম্পাদনা আৰম্ভ কৰাৰ আগেয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা জনাটো দৰকাৰী।

  • নীতি আৰু নিৰ্দেশনা: ৱিকিপিডিয়াৰ মূল আধাৰ হৈছে ইয়াৰ নীতিসমূহ। অনুগ্ৰহ কৰি এই পৃষ্ঠাটো এবাৰ চকু ফুৰাব: নীতি আৰু নিৰ্দেশনাসমূহ
  • সহায়িকা: আপুনি কেনেকৈ পৃষ্ঠা সম্পাদনা কৰিব বা আন কাৰিকৰী সহায়ৰ বাবে এই পৃষ্ঠাটো চাব পাৰে৷ লিংক: সহায়িকা
  • পৰীক্ষাগাৰ (Sandbox): আপুনি ইয়াত নিসংকোচে সম্পাদনা কৰি চাব পাৰে। ইয়াত কৰা সম্পাদনাবোৰ স্থায়ী নহয়, ইয়াক মাজে-সময়ে খালী কৰা হয়৷ লিংক: পৰীক্ষাগাৰ

 আৰম্ভণিতে আপুনি তলৰ সহজ কামবোৰ কৰি চাব পাৰে:

  • কোনো প্ৰবন্ধত দেখা বানান বা ব্যাকৰণৰ ভুল শুধৰোৱা৷
  • কোনো প্ৰবন্ধত বিশ্বাসযোগ্য উৎসৰ সৈতে নতুন তথ্য যোগ কৰা আদি৷ মনত ৰাখিব, ৱিকিপিডিয়াত উৎস উল্লেখ কৰাটো বাধ্যতামূলক।
  • আপুনি আপোনাৰ সদস্য পৃষ্ঠাত নিজৰ পৰিচয় আদি লিখি পৰীক্ষা কৰি চাব পাৰে৷

 ৱিকিপিডিয়া এক সহযোগিতামূলক মঞ্চ। ইয়াত ভুল হোৱাটো স্বাভাৱিক, গতিকে নিসংকোচে সম্পাদনা কৰক। ভৱিষ্যতে যিকোনো সহায়ৰ প্ৰয়োজন হ’লে, মোৰ সদস্য পৃষ্ঠাত বাৰ্তা দিব পাৰিব৷ আৰু যদি বিচাৰে আপুনি ৱিকি সম্পৰ্কীয় আলোচনাৰ বাবে ফেচবুক গোটত যোগ হ’ব পাৰে: লিংক: অসমীয়া ৱিকিমিডিয়া সমাজ ধন্যবাদ৷

শুভেচ্ছাৰে, —𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 07:57, 4 August 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

Question from Hemchandra Mili, Dergaon (11:40, 13 May 2026)

[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি ৱিকিপিডিয়াত কেনেকৈ প্ৰবন্ধ লিখিব আৰু প্ৰকাশ কৰিব পাৰি জনাবচোন --Hemchandra Mili, Dergaon (বাৰ্তা) 11:40, 13 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Hemchandra Mili, Dergaon: আপুনি যদি মোবাইলেৰে সম্পাদনা কৰিছে তেন্তে প্ৰথমে ডেক্সটপ সংস্কৰণ কৰি ল’ব৷ আপুনি লিখিব বিচৰা প্ৰবন্ধটো প্ৰথমে (অসমীয়া) ৱিকিপিডিয়াত আছে নে নাই অনুসন্ধান কৰি ল’ব৷ যদি নাই তলত এনেদৰে দেখিব-
  1. এই ৱিকিত "আপুনি অনুসন্ধান কৰা প্ৰবন্ধৰ শিৰোনাম" পৃষ্ঠাটো সৃষ্টি কৰক!
  2. "আপুনি অনুসন্ধান কৰা প্ৰবন্ধৰ শিৰোনাম"-ত ক্লিক কৰিলে অন্য এটা পৃষ্ঠা খোল খাব৷ ইয়াতে প্ৰবন্ধটো লিখি প্ৰকাশ কৰিব পাৰিব৷

ধন্যবাদ৷ -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 10:46, 16 May 2026 (ইউ.টি.চি.)উত্তৰ দিয়ক