সদস্য বাৰ্তা:SlowPhoton/Archive/2012-2016

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

দীঘল | বোৰ চুটি | কৰিবলৈ কিবা Bot নাইনে? (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 14:33, 27 ডিচেম্বৰ 2011 (UTC)

বিষ্ণুক মই উত্তৰ দিছোঁ [1]

পঢ়িবাঁ। আচলতে সেইটো technical সমস্যা, বিষ্ণুৱে কেনেকৈ বুজি পাব? প্রভাকৰ শৰ্মা নেওগ 12:14, 3 জানুৱাৰী 2012 (UTC)

পোখালিৰ স্থানত

  • চালুকীয়া পৰ্যায়ৰ প্রবন্ধ
  • দুপতীয়া প্রবন্ধ
  • অংকুৰ/অংকুৰিত প্রবন্ধ

আদি ব্যবহাৰ কৰাৰ কথাটো বিবেচনা কৰি চাবাঁ নেকি? প্রভাকৰ শৰ্মা নেওগ 15:41, 6 জানুৱাৰী 2012 (UTC)


Discussion at বাৰ্তা:ৱিকিস্পিচিজ[সম্পাদনা কৰক]

আপোনাক এই পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|বাৰ্তা:ৱিকিস্পিচিজ. (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 13:10, 13 জানুৱাৰী 2012 (UTC)

কাৰ্যসূচী[সম্পাদনা কৰক]

ৱিকিপিডিয়া:Meetup/GAU1#প্ৰস্তাৱিত কাৰ্যসূচী চোৱা। Gitartha.bordoloi 11:30, 21 জানুৱাৰী 2012 (UTC)

আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1[সম্পাদনা কৰক]

আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 19:51, 22 জানুৱাৰী 2012 (UTC)

অপাৰেশ্যন পোখালি[সম্পাদনা কৰক]

ম‍ই বৰ্তমান অকলশৰীয়াকৈ পোখালি বিভাজন সম্পৰ্কীয় প্ৰকল্প এটা হাতত লৈ বৰ বিপদত পৰিছো| তুমিও আগবাঢ়ি আহিলে বৰ ভাল পাম| Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 16:47, 26 জানুৱাৰী 2012 (UTC)

ধন্যবাদ, ইংৰাজীত যথেষ্ট সংখ্যক পোখালিৰ ভাগ আছে| আমাক ইমান নালাগে| অলাগতীয়ালবোৰ বিলোপ কৰিব লাগিব| Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 16:56, 26 জানুৱাৰী 2012 (UTC)
ভাল বাৰু, ম‍ই যিমান পাৰো সহায় কৰিম| Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 17:03, 26 জানুৱাৰী 2012 (UTC)
ঠিক আছে| এইকেইদিন থাকক তেন্তে| ১২ তাৰিখলৈ বাট চাওঁ আৰু| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:20, 2 ফেব্ৰুৱাৰী 2012 (UTC)

Good Faith, Dhak Dhak[সম্পাদনা কৰক]

আজি তোমাৰ লগত একেলগে কাম কৰি বৰ সন্তুষ্টি পালো| বহুদিনৰ পাছত এনে হৈছে| আগলৈকো এনে সহাৰি পাম বুলি আশা থাকিল| এতিয়া শুৱৰো হ’ল আৰু| শুভৰাত্ৰি| Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 20:56, 26 জানুৱাৰী 2012 (UTC)



ইন্দিৰা মিৰি[সম্পাদনা কৰক]

চাবাঁ প্রভাকৰ শৰ্মা নেওগ 04:35, 2 ফেব্ৰুৱাৰী 2012 (UTC)

উত্তৰ দিলোঁ। প্রভাকৰ শৰ্মা নেওগ 11:46, 3 ফেব্ৰুৱাৰী 2012 (UTC)

এইবিলাক সৃষ্টিকৰোতাজনে ৰিডাইৰেক্ট কৰি নথলে বৰ অসুবিধা তথা অবাবত সময় খৰচ হয়| দেখিলে লগে লগেই ৰিডাইৰেক্ট কৰি থবাচোন| আৰু অপাৰেশ্যন পোখালি কি কৰিলা? কিবা এটা কৰিব লাগিছিল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:20, 2 ফেব্ৰুৱাৰী 2012 (UTC)

বাগ (বাঘ!)[সম্পাদনা কৰক]

https://bugzilla.wikimedia.org/process_bug.cgi - মই ৰিজল্ভড বুলি লি।ই দিলোঁ। গোটেই টেম্পলেট সোপা চেঞ্জ কোনে কৰি ফুৰিব? প্রভাকৰ শৰ্মা নেওগ 11:49, 3 ফেব্ৰুৱাৰী 2012 (UTC)

RfA: Request for adminship[সম্পাদনা কৰক]

ভালকৈ পঢ়াঁ। মই কিবা কৰিবলগা থাকিলে ক'বাঁ, কৰিম প্রভাকৰ শৰ্মা নেওগ 13:25, 5 ফেব্ৰুৱাৰী 2012 (UTC)

Its time you get ready!! See http://en.wikipedia.org/wiki/Wikipedia:Administrators

প্রভাকৰ শৰ্মা নেওগ 12:12, 7 ফেব্ৰুৱাৰী 2012 (UTC)

ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্প[সম্পাদনা কৰক]

অম্লান এইখন চাবাচোন, মন্তব্য দিবা, আৰু এনেকুৱা সৰু সৰু প্ৰকল্প আৰম্ভ কৰিব পাৰি নেকি ভাবিবা | ৱিকিপিডিয়া:ৱিকি পদাৰ্থবিজ্ঞান প্ৰকল্প
দীপাংকৰ চেতিয়া বাৰ্তা 19:15, 7 ফেব্ৰুৱাৰী 2012 (UTC)

Do you have a unified account on all Wikimedia Foundation sites? If you don't, please consider merging your accounts before the admin access request. চাইপাও 12:26, 11 ফেব্ৰুৱাৰী 2012 (UTC)


সম্বৰ্থনা[সম্পাদনা কৰক]

The Teamwork Barnstar
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। প্রভাকৰ শৰ্মা নেওগ 02:54, 14 ফেব্ৰুৱাৰী 2012 (UTC)

সুৰক্ষা কবচ[সম্পাদনা কৰক]

সুৰক্ষা কবচ আতৰাই দিয়াৰ বাবে ধন্যবাদ| ম‍ই এই সাঁচ সমূহত অলপ মেৰামতিৰ কাম কৰি আছো| অনুগ্ৰহ কৰি সাঁচটো কিছুদিনলৈ অৰ্ধসুৰক্ষিত অৱস্থাত ৰাখিবাচোন|বিষ্ণু শ‍ইকীয়া বাৰ্তা 11:01, 16 ফেব্ৰুৱাৰী 2012 (UTC)

অসমীয়া সংখ্যা[সম্পাদনা কৰক]

তথ্যপেৰাবোৰত birth dateত সংখ্যাবোৰ ইংৰাজীত দেখা গৈছে কিন্তু death date and ageত অসমীয়া দেখা গৈছে। চাবাচোন। উদাহৰণ- লিঅ'নাৰ্ড' দা ভিন্সিগীতাৰ্থ বৰদলৈ 20:04, 17 ফেব্ৰুৱাৰী 2012 (UTC)

ঠিক ক’ৰা হ’ল| সেইখিনি কৰা Convert কৰা হোৱা নাছিলবিষ্ণু শ‍ইকীয়া বাৰ্তা 20:27, 17 ফেব্ৰুৱাৰী 2012 (UTC)

এই সাঁচটোৰ তলা এদিনৰ বাবে খুলি দিবাচোন: http://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%BE%E0%A6%81%E0%A6%9A:Village_pump গীতাৰ্থ বৰদলৈ 17:20, 18 ফেব্ৰুৱাৰী 2012 (UTC)

এতিয়াও পৰা নাই মই। গীতাৰ্থ বৰদলৈ 18:37, 18 ফেব্ৰুৱাৰী 2012 (UTC)
ৱিকিপিডিয়া:ৰাইজৰ চ'ৰাৰ কথা কোৱা নাই, সাঁচ:Village pumpৰ কথা কৈছোঁ ! গীতাৰ্থ বৰদলৈ

আমি কিছুমান সাঁচত অলপ পৰিবৰ্তন কৰি সৰলীকৰন কৰিলে ভাল হ’ব| যেনে সাঁচ:Citation needed, ৰেফাৰেন্স, ইত্যাদি, এইসমূহ প্ৰবন্ধত লগালে যাতে উদ্ধৃতিৰ প্ৰয়োজন থকা প্ৰবন্ধ from জানুৱাৰী ২০০১ ইত্যাদি নাহে সেয়া কৰা উচিত হ’ব যেন পাইছো| তাৰ ঠাইত সৰলভাৱে উদ্ধৃতিৰ প্ৰয়োজন থকা প্ৰবন্ধ থকা এটা শ্ৰেণী থকাই ভাল| তুমি কি ভাৱা? বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:23, 19 ফেব্ৰুৱাৰী 2012 (UTC)

ধন্যবাদ| ম‍ই দুই এটা কৰিছোঁ| তুমিও সহায় কৰিলে ভাল পাম| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:33, 19 ফেব্ৰুৱাৰী 2012 (UTC)
The Working Wikipedian's Barnstar
প্ৰিয় সতীৰ্থ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:32, 20 ফেব্ৰুৱাৰী 2012 (UTC)

সাঁচ:Multiple image[সম্পাদনা কৰক]

সাঁচ:Multiple imageটো চাবাচোন। কিবা গণ্ডগোল আছে। হেপাটাইটিছ বি#ৰোগনিৰ্ণয়ত ব্যৱহাৰ কৰা হৈছে। গীতাৰ্থ বৰদলৈ 20:22, 21 ফেব্ৰুৱাৰী 2012 (UTC)

অ'কে। গীতাৰ্থ বৰদলৈ

নিশ্চয়, তলত দিব পাৰি, কিন্তু বহু প্ৰবন্ধতেই ষ্টাব বাৰ্তা ওপৰতেই আছে| খেলিমেলি হ’ব নালাগে| ওপৰত নাইবা তলত, যিকোনো এঠাইত হলে ভাল হয়| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:06, 22 ফেব্ৰুৱাৰী 2012 (UTC)

ঠিক তেন্তে, পোখালিৰ ড’কত এই কথাষাৰ সন্নিবিষ্ট কৰি থবাচোন| ম‍ই বাৰু আগলৈ তলতে দিম| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:16, 22 ফেব্ৰুৱাৰী 2012 (UTC)

বেটুপাতৰ সন্ধান বাকচৰ আখৰ[সম্পাদনা কৰক]

বেটুপাতৰ সন্ধান বাকচৰ আখৰবোৰ ক্লিক কৰিলে আঁতৰি যোৱা কৰিব নোৱাৰিনে? অৰ্থাত্‍ ক্লিক কৰিলেই "আপোনাৰ প্ৰয়োজনীয় বিষয়টো বিচাৰিবলৈ ইয়াত লিখক" বুলি বাক্যটো আঁতৰি যোৱা উচিত, নহ’লে কিবা বিষয় লিখা আগতে সেইটো মোহাৰি ল’ব লগা হয় | দীপাংকৰ চেতিয়া বাৰ্তা 17:54, 22 ফেব্ৰুৱাৰী 2012 (UTC)

Navbox Template টো সোনকালে কিবা এটা কৰা ভাল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:08, 23 ফেব্ৰুৱাৰী 2012 (UTC)

Manually কিমান সাঁচ ঠিক কৰিবা ? বহু সাঁচ আছে, ম‍ই দেখাত, চাবাচোন তুমিও| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:36, 23 ফেব্ৰুৱাৰী 2012 (UTC)

আলোচনা বাৰ্তা:বেটুপাত[সম্পাদনা কৰক]

আপোনাক বাৰ্তা:বেটুপাতপৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:15, 23 ফেব্ৰুৱাৰী 2012 (UTC)

নিমন্ত্ৰণ[সম্পাদনা কৰক]

নমস্কাৰ, Simbu123.

আপোনাক ৱিকিপ্ৰকল্প নিকাকৰণলৈ, নিমন্ত্ৰন জনোৱা হৈছে
প্ৰকল্পটোত যোগদান কৰিবৰ বাবে মাত্ৰ আপোনাৰ নামটো অংশগ্ৰহনকাৰী সদস্যতালিকাত সংলগ্ন কৰক বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:05, 24 ফেব্ৰুৱাৰী 2012 (UTC)


সাঁচ:Village pumpৰ কথাখিনি সদস্য:Gitartha.bordoloi/village pumpৰে সলনি কৰি দিবা। শুধৰণি কেইটামান কৰিলোঁ। গীতাৰ্থ বৰদলৈ 17:49, 27 ফেব্ৰুৱাৰী 2012 (UTC)

 কৰা হ'ল --অম্লান বসুমতাৰী মোৰ আলোচনা পৃষ্ঠা মোৰ বৰঙণিসমূহ 17:55, 27 ফেব্ৰুৱাৰী 2012 (UTC)

সাঁচ বাৰ্তা:Shortcut চোৱা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:06, 28 ফেব্ৰুৱাৰী 2012 (UTC)

সমস্যা অতি গুৰুত্বৰ| তুমি যদি WP:WIKIPEDIA বুলি লিখা তেন্তে ই এটা প্ৰকল্প পৃষ্ঠাৰ চমুপথ বুজাই| কিন্তু দৰাচলতে WP য়ে WIKIPROJECT টোহে সুচাইছিল| কিন্তু যেতিয়া তুমি এই চমুপথ সৃষ্টি কৰিবা তেতিয়া তোমাক এটা প্ৰবন্ধলৈ লৈ যাব, যিটো হব নালাগে| অলপ চালেই ভালদৰে বুজি পাবা| সেয়ে আগৰ বহু চমুপথ ঠিক পদ্ধতিত হোৱা নাই| উদাহৰণ হিচাপে এইটোকে দিলোঁ,WP:CITE , তুমি WP: ৰে আৰম্ভ হোৱা অসংখ্য পুননিৰ্দেশিত প্ৰবন্ধ দেখা পাবা|

বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:26, 28 ফেব্ৰুৱাৰী 2012 (UTC)

WP-এ WIKIPROJECT সূচোৱা নাইতো ! ইং ৱিকিৰ en:WP:CITE চাওকচোন। en:Wikipedia:What Wikipedia is not পৃষ্ঠাখন চাওক। তাত বহুত চমুপথ দিয়া আছে। সেইবোৰে প্ৰবন্ধটোলৈকে টোঁৱাইছে। গীতাৰ্থ বৰদলৈ 16:46, 28 ফেব্ৰুৱাৰী 2012 (UTC)


পোখালিৰ আলোচনাত তোমাৰ মতামত দিবাচোন| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:19, 4 মাৰ্চ 2012 (UTC)

বোলো, ইমান দিন ক’ত আছিলা? দেখা পাই ভাল লাগিল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:00, 10 মাৰ্চ 2012 (UTC)

ধন্যবাদ :) মনত পৰি আছিল| সেয়ে এই ব্যক্তিগত বাৰ্তাটো পঠাইছিলো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:14, 10 মাৰ্চ 2012 (UTC)

এই প্ৰকল্পটোত অলপ হাত ফুৰাবা| কিবা সংশোধন কৰিব লগা থাকিলে কৰি দিবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 21:00, 17 মাৰ্চ 2012 (UTC)

ধন্যবাদ| যোগদান কৰিবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা

বেটুপাত[সম্পাদনা কৰক]

এইটো চাবাচোন। -- গীতাৰ্থ বৰদলৈ (talk)

আঙুলিটো অজানিতে পূৰ্ববত কৰক বাচনিত পৰি গ’ল| বেয়া নাপাবা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:11, 18 মাৰ্চ 2012 (UTC)

উপৰোক্ত সাঁচটোৰ পেৰামিটাৰবিলাকত তাৰিখ নহা কৰিব পাৰা নেকি চাবাচোন। তেতিয়া জাননীখন সৰল হ'ব। মই কৰাত অসুবিধা পাইছোঁ। -- গীতাৰ্থ বৰদলৈ (talk) 14:15, 20 মাৰ্চ 2012 (UTC)

কি হ’ল, ইমান দিন ক’ত অছিলা?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 18:04, 6 এপ্ৰিল 2012 (UTC)

আজৰি হোৱা নাই হ’বলা?

বাৰু|

ওদালগুৰি জিলাৰ মেপ এখন বনাবাচোন|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 17:08, 18 এপ্ৰিল 2012 (UTC)

তুমি বেটুপাতত দিয়া প্ৰতিযোগিতাৰ জাননীখন বেনাৰৰ দৰে প্ৰত্যেক পৃষ্ঠাতে "If you are not able to view Assamese properly, please click here"ৰ তলত ওলাই থকা কৰিব নোৱাৰিনে? — গীতাৰ্থ বৰদলৈ (talk)


What is going with the username? Is Simbu and Slowphoton is the same user? Pls let us know. বিষ্ণু বাৰ্তা 13:26, 17 মে' 2012 (UTC)

কমন্সলৈ চিত্ৰ স্থানান্তৰ[সম্পাদনা কৰক]

ৱিকিপিডিয়াত ছবি বহুত হৈ গ’ল| এইবোৰ কমন্সলৈ নিয়াৰ বাবে এজনক (বটক) অনুৰুধ জনাইছো| কি কয় দেখা যাওক| তুমিও অলপ সহায় কৰিলে ভাল পাম| অ’ আৰু এটা কথা| ফাইলৰ সাৰাংশবোৰো ঠিক কৰিব লাগিব| চাবাচোন| বিষ্ণু বাৰ্তা 19:26, 30 মে' 2012 (UTC)

সহায়ৰ বাবে প্ৰথম কথা ছবিবোৰৰ সাৰাংশভাগ ঠিক কৰিব লাগিব| আৰু পাছত কমন্স নিয়াৰ পাছত সঠিক শ্ৰেণীকৰণ কৰিব লাগিব| এয়াই কাম| বিষ্ণু বাৰ্তা
ধন্যবাদ|

ফটো আপলোড[সম্পাদনা কৰক]

অম্লান, ছবিবোৰ কমন্সত আপ্লোড কৰা নাই কিয়? বৰ্ননাও দিয়া নাই, পাছত বৰ সমস্যা হ’ব এইবোৰ নিয়াত|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:02, 3 জুন 2012 (UTC)

ভাল বাৰু, বৰ্ননা বোৰ দিলো| উত্স দিবা| এনেদৰে আগৰ চব ফটো কৰিব লাগিব| চাবাচোন|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:15, 3 জুন 2012 (UTC)

অনুগ্ৰহ কৰি ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (উদ্ভাৱনশালা)ত চিত্ৰ আপল'ডৰ প্ৰস্তাৱটোত মন্তব্য দিবাচোন। — গীতাৰ্থ বৰদলৈ (talk) 17:23, 3 জুন 2012 (UTC)

বেটুপাতৰ খালী ঠাই[সম্পাদনা কৰক]

ঠিক হ'ল। সোঁফালৰ কলামৰ width 45% হৈ আছিল, 50% কৰি দিলোঁ। — গীতাৰ্থ বৰদলৈ (talk)

ৱিকিপিডিয়া[সম্পাদনা কৰক]

হ'ব দিয়া। কাইলৈৰ ভিতৰত কিবা এটা লিখিম। — গীতাৰ্থ বৰদলৈ (talk) 10:02, 6 জুন 2012 (UTC)

FAQ আৰু ৱিকিপত্ৰিকা মিলাই খৰধৰকৈ অসমীয়া ৱিকিপিডিয়া লিখি থৈছোঁ। প্ৰয়োজনীয় সালসলনি কৰিবা। — গীতাৰ্থ বৰদলৈ (talk)

অসমীয়া ৱিকিপিডিয়া[সম্পাদনা কৰক]

কথাটো ময়ো চাইছিলো| এলাহতে পৰি আছিল| গীতাৰ্থ‍ই কৰিম বুলি কৈছে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:37, 6 জুন 2012 (UTC)

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:26, 17 নৱেম্বৰ 2012 (UTC)

ৱিকিউৎসৰ Ambox টোৱে কাম কৰা নাই। ৱিকিপিডিয়াত আগতে হোৱা সমস্যাৰ নিচিনাই। চাবাচোন। — গীতাৰ্থ বৰদলৈ (talk) 16:51, 25 জানুৱাৰী 2013 (UTC)

Rio Olympics Edit-a-thon[সম্পাদনা কৰক]

Dear Friends & Wikipedians, Celebrate the world's biggest sporting festival on Wikipedia. The Rio Olympics Edit-a-thon aims to pay tribute to Indian athletes and sportsperson who represent India at Olympics. Please find more details here. The Athlete who represent their country at Olympics, often fail to attain their due recognition. They bring glory to the nation. Let's write articles on them, as a mark of tribute.

For every 20 articles created collectively, a tree will be planted. Similarly, when an editor completes 20 articles, a book will be awarded to him/her. Check the main page for more details. Thank you. Abhinav619 (sent using MediaWiki message delivery (talk) 16:54, 16 August 2016 (ইউ.টি.চি.), subscribe/unsubscribe)[উত্তৰ দিয়ক]