সমললৈ যাওক

কলিকতা জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কলিকতা জিলা
কলকাতা জিলা
Calcutta District
Map
স্থানাংক: 22°34′22″N 88°21′50″E / 22.5726723°N 88.3638815°E / 22.5726723; 88.3638815স্থানাংক: 22°34′22″N 88°21′50″E / 22.5726723°N 88.3638815°E / 22.5726723; 88.3638815
Country  ভাৰত
State West Bengal
Division Presidency
মুখ্য কাৰ্যলয় কলিকতা
চৰকাৰ
  Lok Sabha constituencies Kolkata Dakshin, Kolkata Uttar, Jadavpur
  Vidhan Sabha constituencies Kolkata Port, Bhabanipur, Rashbehari, Ballygunge, Chowranghee, Entally, Beleghata, Jorasanko, Shyampukur, Maniktala, Kashipur-Belgachhia, Tollyganj
কালি
  মুঠ
১৮৫ বৰ্গকিমি (৭১ বৰ্গমাইল)
জনসংখ্যা
 (2011)
  মুঠ
৪৪,৯৬,৬৯৪
  ঘনত্ব ২৪,০০০/বৰ্গকিমি (৬৩,০০০/বৰ্গমাইল)

কলিকতা জিলা (ইংৰাজী: Kolkata district) হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ এখন জিলা, যাৰ মুখ্য কাৰ্যালয় কলিকতাত অৱস্থিত।

জনগাঁথনি

[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল অনুসৰি কলিকতা জিলাখনৰ জনসংখ্যা ৪,৪৯৬,৬৯৪ জন,[1] যি প্ৰায় ক্ৰোৱেচিয়া ৰাজ্য[2] বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্য লুইজিয়ানাৰ সমান।[3] ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৩৫তম স্থান লাভ কৰিছে।[1] জিলাখনৰ জনসংখ্যাৰ ঘনত্ব ২৪,২৫২ জনবসতি প্ৰতি বৰ্গ কিল’মিটাৰতre (62,810 /sq mi)[1] ২০০১-২০১১ চনলৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল −১.৮৮%।[1] কলিকতা জিলাৰ ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ৮৯৯জন,[1] আৰু সাক্ষৰতাৰ হাৰ আছিল ৮৭.১৪%। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনসংখ্যা ক্ৰমে ৫.৩৮% আৰু ০.২৪%।[1]

আদি গংগাৰ সৈতে কালিঘাট কালি মন্দিৰ, ১৮৮৭
কলিকতা জিলাৰ ধৰ্মসমূহ (২০১১)[4]
হিন্দু
 
৭৬.৫১%
ইছলাম
 
২০.৬০%
অধাৰ্মিক
 
১.০৯%
খ্ৰীষ্টিয়ান
 
০.৮৮%
অন্যান্য
 
০.৯২%
কলিকতা জিলাৰ ধৰ্মসমূহ
ধৰ্ম জনসংখ্যা (১৯৪১)[5]:75 শতাংশ (১৯৪১) জনসংখ্যা (২০১১)[4] শতাংশ (২০১১)
হিন্দু 1,551,512 73.57% 3,440,290 85.26%
ইছলাম 497,535 23.59% 926,414 20.60%
খ্ৰীষ্টান 16,431 0.78% 39,758 0.88%
অন্যান্য [টোকা 1] 43,413 2.06% 90,232 2.01%
মুঠ জনসংখ্যা ২,১০৮,৮৯১ ১০০% ৪,৪৯৬,৬৯৪ ১০০%

    তথ্যসূত্ৰ

    [সম্পাদনা কৰক]
    1. Including Jainism, Christianity, Buddhism, Zoroastrianism, Judaism, Ad-Dharmis, or not stated
    উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল