সমললৈ যাওক

পশ্চিমবংগৰ জিলাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পশ্চিমবঙ্গ (বঙালী: পশ্চিমবঙ্গ) ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য।[1] বৰ্তমান পশ্চিমবঙ্গ ১৯ খন জিলাত ৩ টাঅ বিভাগত বিভক্ত, সেইসমূহ তলৰ তালিকাত বিস্তাৰিত তথ্য সহকাৰে উল্লেখ কৰা হ’ল : [2]

পশ্চিমবঙ্গেৰ জিলাসমূহ:
১. কলকাতা, ২. হাওড়া, ৩. উত্তৰ চব্বিশ পৰগনা, ৪. দক্ষিণ চব্বিশ পৰগনা, ৫. নদিয়া, ৬. মুৰ্শিদাবাদ (প্ৰেছিডেন্সি বিভাগ);
৭. বৰ্ধমান, ৮. হুগলি, ৯. পূৰ্ব মেদিনীপুৰ, ১০. পশ্চিম মেদিনীপুৰ, ১১. পুৰুলিয়া, ১২. বাঁকুড়া, ১৩. বীৰভূম (বৰ্ধমান বিভাগ);
১৪. জলপাইগুড়ি, ১৫. কোচ বিহাৰ, ১৬. দাৰ্জিলিং, ১৭. উত্তৰ দিনাজপুৰ, ১৮. দক্ষিণ দিনাজপুৰ, ১৯. মালদহ (জলপাইগুড়ি বিভাগ)
প্ৰেছিডেন্সি বিভাগ বৰ্ধমান বিভাগ জলপাইগুড়ি বিভাগ

01234567

    ৭. বৰ্ধমান
    ৮. হুগলি
    ৯. পূৰ্ব মেদিনীপুৰ
    ১০. পশ্চিম মেদিনীপুৰ
    ১১. পুৰুলিয়া
    ১২. বাঁকুড়া
    ১৩. বীৰভূম

01234567

    ১৪. জলপাইগুড়ি
    ১৫. কোচ বিহাৰ
    ১৬. দাৰ্জিলিং
    ১৭. উত্তৰ দিনাজপুৰ
    ১৮. দক্ষিণ দিনাজপুৰ
    ১৯. মালদহ

জিলাসমূহ

[সম্পাদনা কৰক]
সংকেত[3] জিলা জিলাৰ সদৰ[4] প্ৰতিষ্ঠা[5] মহকুমা[2] আয়তন[4] ২০০১ চনত জনসংখ্যা[4] জনঘনত্ব মানচিত্ৰ
KO কলকাতা জিলা কলকাতা ১৯৪৭ -- 185 বৰ্গ কি.মি. (৭১ বৰ্গ মাইল) ৪,৫৭২,৮৭৬ 24,718/km² (64,019/sq mi)
PN উত্তৰ চব্বিশ পৰগনা জিলা বাৰাসত ১৯৮৬[6] 4,094 বৰ্গ কি.মি. (১,৫৮১ বৰ্গ মাইল) ৮,৯৩৪,২৮৬ 2,182/km² (5,651/sq mi)
PS দক্ষিণ চব্বিশ পৰগনা জিলা আলিপুৰ ১৯৮৬[6] 9,960 বৰ্গ কি.মি. (৩,৮৫০ বৰ্গ মাইল) ৬,৯০৬,৬৮৯ 693/km² (1,795/sq mi)
HR হাওড়া জিলা হাওড়া ১৯৪৭ 1,467 বৰ্গ কি.মি. (৫৬৬ বৰ্গ মাইল) ৪,২৭৩,০৯৯ 2,913/km² (7,545/sq mi)
NA নদিয়া জিলা কৃষ্ণনগৰ ১৯৪৭ 3,927 বৰ্গ কি.মি. (১,৫১৬ বৰ্গ মাইল) ৪,৬০৪,৮২৭ 1,173/km² (3,038/sq mi)
MU মুৰ্শিদাবাদ জিলা বহৰমপুৰ ১৯৪৭ 5,324 বৰ্গ কি.মি. (২,০৫৬ বৰ্গ মাইল) ৫,৮৬৬,৫৬৯ 1,102/km² (2,854/sq mi)
PU পুৰুলিয়া জিলা পুৰুলিয়া ১৯৫৬[7] 6,259 বৰ্গ কি.মি. (২,৪১৭ বৰ্গ মাইল) ২,৫৩৬,৫১৬ 405/km² (1,049/sq mi)
BI বীৰভূম জিলা সিউড়ি ১৯৪৭ 4,545 বৰ্গ কি.মি. (১,৭৫৫ বৰ্গ মাইল) ৩,০১৫,৪২২ 663/km² (1,717/sq mi)
BN বাঁকুড়া জিলা বাঁকুড়া ১৯৪৭ 6,882 বৰ্গ কি.মি. (২,৬৫৭ বৰ্গ মাইল) ৩,১৯২,৬৯৫ 464/km² (1,202/sq mi)
BR বৰ্ধমান জিলা বৰ্ধমান ১৯৪৭ 7,024 বৰ্গ কি.মি. (২,৭১২ বৰ্গ মাইল) ৬,৮৯৫,৫১৪ 982/km² (2,543/sq mi)
HG হুগলী জিলা চুঁচুড়া ১৯৪৭ 3,149 বৰ্গ কি.মি. (১,২১৬ বৰ্গ মাইল) ৫,০৪১,৯৭৬ 1,601/km² (4,147/sq mi)
ME পূৰ্ব মেদিনীপুৰ জিলা তমলুক ২০০২[8] 4,785 বৰ্গ কি.মি. (১,৮৪৭ বৰ্গ মাইল) ৪,৪১৭,৩৭৭ 923/km² (2,391/sq mi)
ME পশ্চিম মেদিনীপুৰ জিলা মেদিনীপুৰ ২০০২[8] 9,296 বৰ্গ কি.মি. (৩,৫৮৯ বৰ্গ মাইল) ৫,১৯৩,৪১১ 559/km² (1,448/sq mi)
KB কোচ বিহাৰ জিলা কোচবিহাৰ ১৯৫০[9] 3,387 বৰ্গ কি.মি. (১,৩০৮ বৰ্গ মাইল) ২,৪৭৯,১৫৫ 732/km² (1,896/sq mi)
DA দাৰ্জিলিং জিলা দাৰ্জিলিং ১৯৪৭ 3,149 বৰ্গ কি.মি. (১,২১৬ বৰ্গ মাইল) ১,৬০৯,১৭২ 511/km² (1,323/sq mi)
JA জলপাইগুড়ি জিলা জলপাইগুড়ি ১৯৪৭ 6,227 বৰ্গ কি.মি. (২,৪০৪ বৰ্গ মাইল) ৩,৪০১,১৭৩ 546/km² (1,414/sq mi)
UD উত্তৰ দিনাজপুৰ জিলা ৰায়গঞ্জ ১৯৯২[10][11] 3,140 বৰ্গ কি.মি. (১,২১০ বৰ্গ মাইল) ২,৪৪১,৭৯৪ 778/km² (2,015/sq mi)
DD দক্ষিণ দিনাজপুৰ জিলা বালুৰঘাট ১৯৯২[11] 2,219 বৰ্গ কি.মি. (৮৫৭ বৰ্গ মাইল) ১,৫০৩,১৭৮ 677/km² (1,753/sq mi)
MA মালদহ জিলা ইংলিশবাজাৰ ১৯৪৭ 3,733 বৰ্গ কি.মি. (১,৪৪১ বৰ্গ মাইল) ৩,২৯০,৪৬৮ 881/km² (2,282/sq mi)
মুঠ 88,752 বৰ্গ কি.মি. (৩৪,২৬৭ বৰ্গ মাইল) ৮০,১৭৬,১৯৭ 903/km² (2,339/sq mi)

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "India: Administrative Divisions (population and area)". Census of India. Archived from the original on 2012-12-17. https://archive.ph/20121217193754/http://www.world-gazetteer.com/wg.php?x=&men=gadm&lng=en&des=wg&geo=-104&srt=npan&col=abcdefghinoq&msz=1500&va=x আহৰণ কৰা হৈছে: 2009-04-17.
  2. 1 2 "Directory of District, Sub division, Panchayat Samiti/ Block and Gram Panchayats in West Bengal, March 2008". West Bengal. National Informatics Centre, India. 2008-03-19. http://wbdemo5.nic.in/writereaddata/Directoryof_District_Block_GPs(RevisedMarch-2008).doc আহৰণ কৰা হৈছে: 2008-11-19.
  3. "NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166–2" (PDF). Ministry Of Communications and Information Technology, Government of India. 2004-08-18. পৃষ্ঠাসমূহ: pp. 5–10. https://www.mail.nic.in/docs/MailService_e-mail_address_Policy_WithCodes.pdf আহৰণ কৰা হৈছে: 2008-11-24.
  4. 1 2 3 "Districts : West Bengal". Government of India portal. http://india.gov.in/knowindia/districts/andhra1.php?stateid=WB আহৰণ কৰা হৈছে: 2008-11-24.
  5. Here 'Established' means year of establishment as a district of West Bengal. The state of West Bengal was established in 1947 with 14 districts of erstwhile Bengal province of British India.
  6. 1 2 Mandal, Asim Kumar (2003). The Sundarbans of India: A Development Analysis. Indus Publishing. পৃষ্ঠা. 168–169. ISBN 8173871434. http://books.google.com/books?id=jbKGojVTWGcC&pg=PA168&lpg=PA168&dq=24+parganas+history+divide+two+district&source=web&ots=PHyZZn5Uu2&sig=uy8P9MDvn3wbnTS7GPMi53I3cH0&hl=en&sa=X&oi=book_result&resnum=1&ct=result#PPA169,M1 আহৰণ কৰা হৈছে: 2008-09-04.
  7. "District profile". Official website of Purulia District. http://purulia.gov.in/district_profile/dist_profile.html আহৰণ কৰা হৈছে: 2008-11-18.
  8. 1 2 Jana, Naresh (2001-12-31). "Tamluk readies for giant's partition". The Telegraph (Kolkata). http://www.telegraphindia.com/1011231/national.htm#head3 আহৰণ কৰা হৈছে: 2008-09-01.
  9. "Brief History of Cooch Behar". Official website of Cooch Behar District. http://coochbehar.gov.in/HTMfiles/brief_history.html আহৰণ কৰা হৈছে: 2008-09-10.
  10. "Home page". Official website of Uttar Dinajpur District. http://uttardinajpur.nic.in/ আহৰণ কৰা হৈছে: 2008-09-01.
  11. 1 2 "Historical Perspective". Official website of South Dinajpur District. http://ddinajpur.nic.in/Historical_Perspective/historical_perspective.html আহৰণ কৰা হৈছে: 2008-09-01.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]