সদস্য:BhuyanBhaskar
অৱয়ব
(সদস্য:Bhaskarjyoti Bhuyanৰ পৰা পুনঃনিৰ্দেশিত)

শুক্ৰবাৰ
10
April
13:51 UTC
ভাস্কৰ ভূঞাৰ সদস্য পৃষ্ঠালৈ স্বাগতম
|
সানমিহলি
|
মোৰ ঘৰ লখিমপুৰ জিলাৰ ফুলবাৰী, চৰৱনী গাঁৱত। ২০১৮ চনত নৰ্থ লখিমপুৰ কলেজৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছোঁ। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ
ই-মেইল: bhaskarbhuyan2015@gmail.com
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]- সাহিত্য সমালোচনা (২০১৯, সম্পাদনা সহযোগী- অৰবিন্দ ৰাজখোৱা)
- নাট্য মহীৰূহ সম্পা. (২০২০)
- বৰগোহাঞি চৰ্চা, সম্পা. (২০২১)
- নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ, সম্পা. (২০২১)
- ইণ্টাৰনেটত অসমীয়া ভাষা আৰু অন্যান্য প্ৰবন্ধ, পূৰ্বায়ণ প্ৰকাশণ, ২০২২
- মুক্ত চিন্তাৰ সাক্ষাৎকাৰ, মুক্ত চিন্তা প্ৰকাশন (সম্পাদনা সহযোগী), ২০২৪
- তুলনাত্মক সাহিত্য, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, ২০২৫
- অপৰাজেয় অস্তিত্ব (জুবিন গাৰ্গৰ জীৱন আৰু সৃষ্টি) (সম্পা.), ২০২৬


| এইখন ৱিকিপিডিয়াৰ এখন সদস্য পৃষ্ঠা। এইটো বিশ্বকোষৰ প্ৰবন্ধ বা বিশ্বকোষৰ প্ৰবন্ধৰ আলোচনা পৃষ্ঠা নহয়। যদি আপুনি ৱিকিপিডিয়াৰ বাহিৰে অন্য ক'ৰবাত এই পৃষ্ঠাটো দেখা পায় তেন্তে সেইয়া ইয়াৰ এক প্ৰতিলিপিহে মাথোন। এই পৃষ্ঠাৰ ম্যাদ উকলি যাব পাৰে বাবে সতৰ্ক হওক। এই সদস্যপৃষ্ঠাটো যিজন ব্যক্তিৰ, তেওঁ ৱিকিপিডিয়াৰ বাহিৰে অন্য কোনো ৱেবছাইটৰ সৈতে ব্যক্তিগতভাৱে জড়িত নহ’বও পাৰে। |