সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
ত্ৰয়োদশ বৰ্ষ | ডিচেম্বৰ | ২০২৪ | দ্বাদশ সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
ৱিকিমিডিয়া শীৰ্ষ প্ৰযুক্তি সন্মিলনত সদস্য ঈশান জ্যোতি বৰা

ৱিকিমিডিয়া ফাউণ্ডেশ্যন আৰু ‘তথ্য-প্ৰযুক্তিৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান-হায়দৰাবাদ’ (IIIT)ৰ সহযোগত অক্টোবৰ মাহৰ ৪ আৰু ৫ তাৰিখে টেলেংগানাৰ হোটেল হায়াট গচ্চিৱলীত তৃতীয়খন ‘ৱিকিমিডিয়া প্ৰযুক্তি শীৰ্ষ সন্মিলন’ অনুষ্ঠিত হয়। অসমীয়া, বাংলা, তেলেগু, হিন্দী, তামিল ভাষাকে ধৰি ভাৰতৰ বহুকেইটা ৱিকি-প্ৰকল্পৰ স্বেচ্ছাসেৱক, প্ৰতিনিধি, বিটছ্ পিলানী আৰু আইআইআইটিৰ অভিজ্ঞ অধ্যাপক, কম্পিউটাৰ অভিযন্তা, গৱেষক আৰু প্ৰযুক্তিবিদ এই সন্মিলনত উপস্থিত থাকে। কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ দুদিনীয়া প্ৰযুক্তি সন্মিলনখনিত উপস্থিত থাকিবলৈ, আমি অসমীয়া ৱিকিমিডিয়া সমাজৰ তিনিগৰাকী স্বেচ্ছাসেৱক ক্ৰমে, অজয় দাস, ভাস্কৰ জ্যোতি ভূঞাৰ লগতে মই সম্পূৰ্ণ জলপানি লাভ কৰোঁ। ভাৰতবৰ্ষৰ থলুৱা আৰু প্ৰান্তীয় ভাষা-সম্প্ৰদায়সমূহক একত্ৰিত কৰাৰ লগতে ৱিকিমিডিয়া প্ৰকল্পত ভাষাসমূহক কিদৰে কাৰিকৰী দিশৰ পৰা সহযোগিতা প্ৰদান কৰিব পাৰি - সেই বিষয়ে সন্মিলনত একাধিক আলোচনা হয়। ৱিকিমিডিয়া প্ৰকল্পসমূহত শিক্ষাৰ্থী, আগশাৰীৰ শিক্ষা আৰু চৰকাৰী প্ৰতিষ্ঠানৰ গৱেষক, অপেন চৰ্চ প্ৰযুক্তিৰ লগত জড়িত অধ্যাপক আৰু প্ৰযুক্তিবিদসকল স্বেচ্ছামূলকভাৱে জড়িত হোৱাটো ইতিবাচক দিশ। সহযোগিতাৰ জৰিয়তে এই সন্মিলনে কাৰিকৰী প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি একাধিক ভাষাত জ্ঞানৰ সহজলভ্যতা বৃদ্ধিৰ পোষকতা কৰে। ইয়াৰোপৰি আধুনিক বৈশিষ্ট্যপূৰ্ণ আৰু সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে বিনামূলীয়াকৈ প্ৰস্তুত কৰা ভালেমান অ-লাভজনক ছফ্টৱেৰ আৰু প্ৰযুক্তি-সঁজুলি সন্মিলনিত প্ৰদৰ্শিত হয়। জনজাতীয় আৰু কিছুসংখ্যক অল্পচৰ্চিত ভাষাক কম্পিউটাৰ প্ৰযুক্তিৰে সংৰক্ষণ, কৃত্ৰিম বুদ্ধিমত্তাৰ সন্তুলিত প্ৰয়োগ, মৌখিক শব্দাৱলীৰ নমুনা সংগ্ৰহেৰে ভাষ্য চিনাক্তকৰণ ব্যৱস্থা, বিপন্নপ্ৰায় ভাষাৰ সংৰক্ষণৰ হকে কাম কৰি থকা ‘বোলে চেটো’, ভূ-স্থানীয় প্ৰযুক্তি আদি একাধিক বিষয় সম্বন্ধে সন্মিলনিত আলোচনা হয়। - Ishanjyotibora (বাৰ্তা) 02:15, 1 December 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

পাৰ্থজিৎ বৰুৱা অসম, ভাৰতৰ এগৰাকী তথ্যচিত্ৰ-নিৰ্মাতা, প্ৰযোজক, চলচ্চিত্ৰ-নিৰ্মাতা, চলচ্চিত্ৰ-সমালোচক, চলচ্চিত্ৰ-ইতিহাসকাৰ, গৱেষক, লেখক আৰু প্ৰবক্তা। তেওঁ এতিয়ালৈকে কেইবাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। ২০১৪ চনত লক্ষ্মী ওৰাং– ৰাইজিং ফ্ৰম দ্য গ্ৰেভ শীৰ্ষক তথ্যচিত্ৰখনৰ জৰিয়তে চৰ্চালৈ অহা পাৰ্থজিৎ বৰুৱাই পৰৱৰ্তী সময়ত দ্য ধেমাজি ট্ৰেজেদি (২০১৬), কিয়াৰুস্কৰ (২০১৯), ব্ৰেকিং দ্য ছাইলেন্স(২০২০) আদিৰ দৰে বাস্তৱ সমাজৰ পৰিঘটনা আৰু চৰিত্ৰৰ আধাৰত তথ্যচিত্ৰ নিৰ্মাণ কৰে। তেওঁৰ দ্বাৰা নিৰ্দেশিত, লিখিত এই তথ্যচিত্ৰসমূহে ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ একাধিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰি বঁটা-সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৮৩ চনত অসমৰ নেলীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৱলীৰ আধাৰত নিৰ্মাণ কৰা নেলীৰ কথা (২০২৩) আছিল বৰুৱাৰ দ্বাৰা লিখিত-পৰিচালিত-প্ৰযোজিত প্ৰথমখন পূৰ্ণাংগ কাহিনী-চিত্ৰ। অসমৰ প্ৰথমগৰাকী চলচ্চিত্ৰ-নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ চলচ্চিত্ৰ আৰু কৰ্মৰাজিৰ তেওঁ এজন গৱেষক।ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ ছোৱালীৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
নৱেম্বৰ-২০২৪ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ২২৬

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. গেৰী ৰছিংটন
  2. জ্যা পল ছাট্টে
  3. এলবাৰ্ট কেমু
  4. এনৰিকো ফাৰ্মি
  5. কেট বেকিনচেল
  6. ইমানুৱেল কাণ্ট
  7. হেগেল
  8. কোলেৰিজ
  9. পি. বি. শ্বেলী
  10. এডগাৰ এলান পো
  11. এডিছন
  12. আন্না বাৰ্টেলছ
  13. ড'নাল্ড ট্ৰাম্প
  14. লী হ্ৰদ জেই
  15. কে বিশ্বনাথ
  16. তাৰিক জামিল
  17. জন ফ্ৰেদাৰিক হাৰ্বাট
  18. ইছমাইল ইবনে মুছা মেঙ্ক
  19. অনুক অৰুদপ্ৰগাশম
  20. বিলাল তনৱীৰ
  21. য়িয়ুন লি
  22. বেলমায়া নেপালী
  23. মাহিৰা খান
  24. ইকো ইউলি ইৰাৱান
  25. একন
  26. শ্যাম চেলভাডুৰাই
  27. নিদা দাৰ
  28. নাৰ্গিছ ফাখৰী
  29. হানিফ কুৰেছি
  30. ৰুবিনা ছেত্ৰী
  31. ডানেলিয়া টুলেশ্বোভা
  32. সানজিদা ইছলাম
  33. ছৈফ খান
  34. কুঞ্জাং চোডেন
  35. স্বৰ্ণা আক্তাৰ
  36. বুই জুৱান ফাই
  37. ঝু চেন
  38. ছাবা আজিজ
  39. জেমছ ক্লাৰ্ক মেক্সৱেল
  40. কিমিয়া আলিজাদেহ
  41. দুনিয়া আবুতালেব
  42. চৌ ইউন-ফ্যাট
  43. গটফ্ৰিড উইলহেল্ম লাইবনিৎছ
  44. টেড্ৰ'ছ আথানাম গাব্ৰেয়েছুছ
  45. চৈয়দ ইছমাইল হোছেইন ছিৰাজী
  46. লায়লা আলী আব্দুল্লা
  47. সুমাইয়া মাতসুশিমা
  48. নাদিয়া নদিম
  49. কিৰণ মকছুদ বালুচ
  50. ডাটো পাণ্ডেলেলা ৰিনং পামগ
  51. ওমৰ কুৰেছি
  52. ৰুডল্ফ বন্নেট
  53. ৰং ৱংসাৱন
  54. লক্ষ্মী প্ৰসাদ দেৱকোটা
  55. মতিৰাম ভট্ট
  56. মাৰ্টিন ৱিক্ৰমাসিংহে
  57. হবিবুৰ ৰহমান (নৃত্য পৰিচালক)
  58. লুইছ ব্ৰাউন
  59. আজালিয়া চুহাইমি
  60. কুলচুম আব্দুল্লাহ
  61. দাশডৰজিন নাটচাগডৰ্জ
  62. পিটাৰ পল ৰুবেন্স
  63. হাডা চেণ্ডু
  64. ছামিৰা আলখাতিব
  65. উমেৰা আহমেদ

চলচ্চিত্ৰ বিষয়ক

  1. বাংলাদেশৰ চলচ্চিত্ৰ

অন্যান্য

  1. নেপালৰ ভাষাসমূহ
  2. জীৱবিজ্ঞানী
  3. ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ
  4. ইউক্ৰেইন
  5. বেলাৰুছ
  6. বিলুপ্ত ভাষা
  7. আইচলেণ্ড
  8. তাণ্ডিয়া ভাষা
  9. মাৱেছ ভাষা
  10. লুহু ভাষা
  11. ৰেমা-কালেংগা বন্যপ্ৰাণী অভয়াৰণ্য
  12. আল-আকছা
  13. নগ্নতাৰ বিপৰীতে পোহৰ
  14. বাতু গুহা
  15. ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কাৰ্যালয়
  16. গোবি ভালুক
  17. নিক্ক' ৰাষ্ট্ৰীয় উদ্যান
  18. বাংলাদেশত হিন্দুধৰ্ম
  19. ভূটানী সাহিত্য
  20. অ'নাগাৰ
  21. ভূটানৰ গণতন্ত্ৰ
  22. দক্ষিণ-পূব এছিয়াত ইউৰোপীয় উপনিৱেশীকৰণ
  23. ৰাই শিল
  24. এছিয়াৰ ক'লা ভালুক
  25. ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান
  26. জাভাৰ গঁড়
  27. পামিৰ পৰ্বতমালা
  28. এছি‍য়াৰ চিতা
  29. হাওৰ
  30. ৰঞ্জনা লিপি
  31. নেপালী সাহিত্য
  32. পদ্মা নদী
  33. লেডিন ৱিকিপিডিয়া
  34. তাতাৰ ৱিকিপিডিয়া
  35. নেপালী ৱিকিপিডিয়া
  36. মৈথিলী ৱিকিপিডিয়া
  37. ভোজপুৰী ৱিকিপিডিয়া
  38. গুজৰাটী ৱিকিপিডিয়া
  39. কাশ্মিৰী ৱিকিপিডিয়া
  40. বালী ভাষা ৱিকিপিডিয়া
  41. গুৱাৰাণী ৱিকিপিডিয়া
  42. কুৰ্দিচ ৱিকিপিডিয়া
  43. ৰিয়েল মাদ্ৰিদ চি এফ
  44. আমাৰ দেশ
  45. স্কটীয় গাৰ্লিক ৱিকিপিডিয়া
  46. এক্সট্ৰেমাদুৰান ৱিকিপিডিয়া
  47. এফ. চি. বাৰ্চিলোনা
  48. ৱায়ূ ৱিকিপিডিয়া
  49. নিঅ'-আৰামাইক ৱিকিপিডিয়া
  50. পালি ৱিকিপিডিয়া
  51. অংগিকা ৱিকিপিডিয়া
  52. অৱধী ৱিকিপিডিয়া
  53. ডোটেলী‌ ৱিকিপিডিয়া
  54. ফিজি হিন্দী ৱিকিপিডিয়া
  55. দেৱী শ্ৰী
  56. হিন্দুস্তানী ভাষা
  57. নাং কোৱাক
  58. গিলগামেশৰ মহাকাব্য
  59. হুঞ্জা উপত্যকা
  60. সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যান
  61. পাৰ্ছা ৰাষ্ট্ৰীয় উদ্যান
  62. শিৱপুৰী নাগাৰ্জুন ৰাষ্ট্ৰীয় উদ্যান
  63. বালি ভাষা
  64. চূন পান
  65. ডাম্বুলা
  66. লঙ্গুৱা
  67. ইণ্ডোনেছিয়াৰ ভাষাসমূহ
  68. চৈফুল ইছলাম আলিফৰ হত্যাকাণ্ড
  69. ইণ্ডোনেছিয়ান ভাষা
  70. জাভা ভাষা

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. নাছিম জাইদী
  2. এ. কে. জ্যোতি
  3. ছায়া কদম
  4. ওম প্ৰকাশ ৰাৱত
  5. সুনীল আৰোৰা
  6. সুশীল চন্দ্ৰা
  7. অমৰ মিত্ৰ
  8. মহম্মদ হিদয়াতুল্লাহ
  9. বিপ্লৱ দাসগুপ্ত
  10. ৰামকুমাৰ মুখোপাধ্যায়
  11. প্ৰফুল্ল ৰায়
  12. জাইৰা ৱাছিম
  13. ৱাহিদুদ্দিন খান
  14. এছ. ছোমনাথ
  15. ওমৰ আব্দুল্লাহ
  16. আৰছাদ মাদানী
  17. নাগাৰ্জুন
  18. লথা হেগডে
  19. ৰামকৃষ্ণ ঘোষ
  20. সুষ্মিতা দেৱ
  21. বৰিদ বৰণ ভট্টাচাৰ্য্য
  22. দেৱলিনা ভট্টাচাৰ্য্য
  23. ফিৰোজ গান্ধী

চলচ্চিত্ৰ বিষয়ক

  1. কালবেলা (চলচ্চিত্ৰ)
  2. দেৱদাস (২০০২ চনৰ হিন্দী চলচ্চিত্ৰ)

অন্যান্য

  1. বাঁকে বিহাৰী মন্দিৰ
  2. গংগোত্ৰী
  3. যমুনোত্ৰী মন্দিৰ
  4. মহন্ত (উপাধি)
  5. ছোটা চাৰ ধাম
  6. চাৰি ধাম
  7. পানভেল
  8. বিহাৰী ভাষা
  9. বিজয় সাগৰ
  10. টেম্পু পৰ্বত
  11. নোহছংগিথিয়াং জলপ্ৰপাত
  12. লাংছিয়াং জলপ্ৰপাত
  13. বাংলাপিডিয়া
  14. বগলামুখী মন্দিৰ, বেংকণ্ডী, হিমাচল প্ৰদেশ
  15. ভেল্লোৰ ইনষ্টিটিউট অৱ টেকন'লজি

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. লোহিত দত্ত বৰুৱা
  2. মাইনী মহন্ত
  3. পাৰ্থজিৎ বৰুৱা
  4. সতীশ চন্দ্ৰ বসুমতাৰী
  5. ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম
  6. পৰিমল শুক্লবৈদ্য
  7. ৰাজদ্বীপ ৰয়
  8. প্ৰীতম দাস
  9. নেজিব আহমেদ
  10. বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য
  11. ক্ষীৰেন ৰয়
  12. দিগেন মহন্ত
  13. বলীন সন্দিকৈ

গ্ৰন্থ বিষয়ক

  1. মৃত্যু গচকি আনা জয়জিনি
  2. চিৰ এলাগী মোৰ ভাষা ফেদেলী
  3. অতীতৰ কথা

অন্যান্য

  1. অসম আন্দোলনৰ শ্বহীদ সকলৰ তালিকা
  2. তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয়
  3. কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়
  4. ন-পুখুৰী শিৱদৌল
  5. ৰঙাপৰা মহাবিদ্যালয়
  6. খাগৰিকটা শহা
  7. অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী
  8. সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ
  9. ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদ
  10. অসম ফুটবল দল
  11. মটক জনগোষ্ঠীৰ গায়ন-বায়ন
  12. অসম দক্ষতা বিশ্ববিদ্যালয়
  13. বিজনী মহাবিদ্যালয়

সানমিহলি

  1. মোহনমন্ত্ৰ
  2. অমনিগ্ল'ত
  3. নাৰিকল তেল
  4. হেলিৰ ধুমকেতু
  5. আবাবিল (অলৌকিক চৰাই)
  6. পীৰা
  7. কাঠনি‍ বোৱাৰী
  8. আই পি এড্ৰেছ
  9. বুদ্ধিজীৱী
  10. কাউচা
  11. মাগধী প্ৰাকৃত
  12. কাপোৰ
  13. ভঁৰাল
  14. আকাশ ভৈৰৱ
  15. কুকুৰ তিহাৰ (উৎসৱ)
  16. ছাটোছি নাকামোটো
  17. অন্তাবোগা
  18. ডান ব্ৰিষ্ট
  19. প্ৰুনাছ আৰ্মেনিয়াকা
  20. ভোমোৰা (পতংগ)
  21. চাইবেৰিয়ান আইবেক্স
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
অসমীয়া জাপিৰ এক ডিজিটেল চিত্ৰণ।
চিত্ৰ শিল্পী: দিব্য দত্ত
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
কন্দৰ্পজিৎ কল্লোল
সুলেখিত প্ৰবন্ধকাৰ পদক
কুমুদ ঘোষ
ফটোগ্ৰাফাৰৰ পদক
পাপৰি বৰা
দুই শতাধিক প্ৰবন্ধ পদক
কন্দৰ্পজিৎ কল্লোল






বিশেষ অভিলেখ
নৱেম্বৰ-২০২৪ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
  • সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান কন্দৰ্পজিৎ কল্লোলে ৱিকিপিডিয়াত ২০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰি অভিলেখ গঢ়ে।
  • ২০২৪ বৰ্ষৰ ১৫ আৰু ১৬ নৱেম্বৰত ২০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বাংলাদেশৰ গাজীপুৰত অনুষ্ঠিত হোৱা বাংলা উইকি-সন্মিলন-২০২৪ত অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ হৈ প্ৰণামিকা অধিকাৰী আৰু বাবুল বৈশ্যই আংশগ্ৰহণ কৰে।
উল্লেখনীয় কাম সম্পাদনা কৰক
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক


মুগা পলু
মুগা পলু


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
১ অনামিকা(চুমু) বড়া ১৮ ১৩১ ২৬ ০ ১
২ ঈশান জ্যোতি বৰা ২১১ ০ ৫ ০ ০
৩ কন্দৰ্পজিৎ কল্লোল ১৭৮১ ০ ০ ০ ১৪৫
৪ কুমুদ ঘোষ ৮৯৬ ৬৮ ০ ৭৭ ২৯
৫ ছাদ্দাম হুছাইন ৰহমানী ৩৫২ ০ ০ ০ ০ ‌
৬ জ্যোতি চিৰিং ৭২ ১১৬ ০ ২৪ ০
৭ দিব্য দত্ত ৩১১ ৪৭ ৪ ১৪ ২২
৮ দিম্পল দাস ৪১১ ০ ০ ০ ১১
৯ নৰুনা বৰুৱা ৫৪৭ ০ ০ ৩৩ ১২
১০ নয়ন জ্যোতি নাথ ১৯৮ ০ ০ ০ ১৫
১১ নিপন নিয়ৰ শেনছোৱা ১০৩ ০ ১ ১০ ০
১২ পাপৰি বৰা ১২৭ ০ ৫ ৮০৭ ০
১৩ পৱন বৰ্মন ১২০ ০ ০ ৪১ ০
১৪ প্ৰণামিকা অধিকাৰী ৩২৩ ১৬১ ২৫ ০ ৩৬
১৫ প্ৰাণজ্যোতি নাথ ১৪৭ ৩৯৬ ০ ৮১ ১১
১৬ বাবুল বৈশ্য ১২৬ ০ ০ ০ ২৩
১৭ বিভূতি গগৈ ১৪৩ ১৭ ৩৩ ০ ৪
১৮ ৰাকেশ মোদক ২৪২ ০ ০ ০ ১৬
১৯ হিমাশ্ৰী বৰা ২ ৪৯২ ৫ ০ ০


বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।