সদস্য:কুমুদ ঘোষ
অৱয়ব
| অসমীয়া ৱিকিপিডিয়ান কুমুদ ঘোষ | |
|---|---|
| [[File: | |
| জন্ম | কুমুদ ঘোষ ২৯ ডিচেম্বৰ বৰজুৰি চাহ বাগিচা, বোকাখাট, গোলাঘাট - অসম |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| শিক্ষা | স্নাতকোত্তৰ (শিক্ষাতত্ত্ব, অসমীয়া), পিএইচ.ডি |
| সক্ৰিয় হৈ থকা সময় | ২০২৪ — বৰ্তমানলৈকে |

মই অসমীয়া ৱিকিপিডিয়াৰ সৈতে হেঁপাহেৰে ১৪ চেপ্তেম্বৰ, ২০২৪ চনত সংযুক্ত হৈছিলোঁ। অসমীয়া ৱিকিপিডিয়াত মোৰ প্ৰথম প্ৰবন্ধ সুবোধ সৰকাৰ।
