সদস্য:Ishanjyotibora

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সোমবাৰ
29
May
ঈশান জ্যোতি বৰাৰ সদস্য পৃষ্ঠালৈ স্বাগতম

Noia 64 filesystems home blue.png Crystal Clear app messenger.png Add-files-to-archive2.svg Pencil clipart.svg Statistic template.svg Crystal Clear app xfmail.png Animation10.gif
মোৰ সদস্য পৃষ্ঠা মোৰ আলোচনা পৃষ্ঠা মই সৃষ্টি কৰা
প্ৰবন্ধসমূহ
মোৰ বৰঙণিসমূহ মোৰ সম্পাদনাৰ
পৰিসংখ্যা
ই-পত্ৰ
পঠিয়াওক
শেহতীয়া
সাল-সলনিবোৰ


সানমিহলি
Noia 64 apps karm.svg এই সদস্যজন ৱিকিপিডিয়াত ৬ বছৰ, ১১ মাহ, আৰু ১৪ দিন ধৰি আছে।
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
en-2 This user is able to contribute with an intermediate level of English.
Gnome-help.svg এই সদস্যজনে নৱাগতসকলক সহায় কৰে।
<উৎস> এই সদস্যজনে তথ্যসূত্ৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়ে।
ৱিকিপিডিয়া:HotCat এই সদস্যজনে "শ্ৰেণী" সালসলনিৰ বাবে HotCat সঁজুলি ব্যৱহাৰ কৰে।
ProveIt logo for user boxes.jpg
এই সদস্যজনে ৱিকিপিডিয়াত উদ্ধৃতি প্ৰদান কৰিবলৈ প্ৰুভ ইট্‌ সঁজুলি ব্যৱহাৰ কৰে।


Ishan Jyoit Bora.jpg


ই-মেইল: ishanjbora2019@gmail.com


ৱিকিপিডিয়াত যিকোনো ধৰণৰ সহায়ৰ বাবে ওপৰত লিংক দিয়া "মোৰ আলোচনা পৃষ্ঠা"লৈ গৈ মোক বাৰ্তা দিয়ক, মোলৈ ই-মেইল পঠিয়াওক বা নিজৰ আলোচনা পৃষ্ঠাত {{help me}} বুলি লিখি তাৰ তলত সমস্যাটো লিখক। ৱিকিপিডিয়াত মোলৈ বাৰ্তা দিলে "~~~~" লিখি স্বাক্ষৰ কৰিবলৈ নাপাহৰিব।


ম‍ই আপোনাৰ আলোচনা পৃষ্ঠাত কোনো বাৰ্তা দিলে অনুগ্ৰহ কৰি উত্তৰটো মোৰ আলোচনা পৃষ্ঠাত দিব বা {{ping|Ishanjyotibora}} বুলি লিখিব।



মোৰ মনৰ কথা
জাপানী কবিতা এটাৰ উদ্ধৃতি দি ড৹ নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁৰ আত্মজীৱনীত লিখিছিল -“আমি সৰু তৰাবোৰেই দায়িত্বৰ বিশাল আকাশখন কঢ়িয়াব লাগিব৷” আমাৰ ৱিকিপিডিয়াও এখন বিশাল আকাশ। সেইখন আকাশতে পৃথিৱীৰ বহু দেশ, বহু জাতি, বহু ৰাজ্য উবুৰি খাই পৰিছে৷ কৰ্মৰ দ্বাৰা তেওঁলোকে নিজ নিজ প্ৰান্তৰ পোহৰাইছে আৰু আগুৱাই গৈছে। আকাৰত সৰু হ’লেও অসম আৰু অসমীয়াৰো সেইখন আকাশত নিজৰ বুলিবলৈ ঠাই অকণ আছে। আমি এতিয়া মৰ্যাদাসহকাৰে সেই আকাশত আকাৰ বঢ়োৱাৰহে কথা। তাৰ দায়িত্বনো কোনে ল’ব। বৰদলৈ বাইদেৱে কোৱাৰ নিচিনা- সেই দায়িত্ব ল’ব লাগিব ‘আমাৰ দৰে সৰু-সৰু তৰাবোৰে’ই৷ মোৰ দৃঢ় বিশ্বাস, অসমীয়া ৱিকিপিডিয়া সমাজৰ তৰাবোৰে নিজৰ কৰ্ম সঠিকভাৱে সম্পাদন কৰি থকালৈকে, নিজৰ দায়িত্বৰ গুৰুত্ব অনুধাৱন কৰি থকালৈকে- বৈচিত্ৰ্যময় সেই আকাশখন সদায়েই জলমলাই থাকিব। পলমকৈ হ’লেও আলোকৰ সেই দীপ্তিমান ৰশ্মিয়ে এদিন আকাশৰ আটাইকেউটা চুক স্পৰ্শ কৰিব। বিশ্বৰ দৰবাৰত অসমীয়া ভাষাই এদিন গৌৰৱৰ হাঁহি মাৰিব।