সমললৈ যাওক

ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম
পেচা সাহিত্যিক
ভাষা বড়ো ভাষা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
বিষয় কবিতা

ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম (ইংৰাজী: Brajendra Kumar Brahma); এজন প্ৰসিদ্ধ লেখক। তেওঁ মূলতঃ বড়ো ভাষাত পুথি ৰচনা কৰে। তেওঁ ২০১৫ চনত বাইদি ডেনখো বায়দি গাব নামৰ এটা কবিতা সংকলন সম্পাদনা কৰে। তেওঁক বাইদি ডেনখো বায়দি গাব নামৰ কবিতা সংকলনটো ৰচনা কৰাৰ বাবে বড়ো সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হয়।[1][2][3][4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Akademi award for Bodo writer". The Telegraph. https://www.telegraphindia.com/1151218/jsp/northeast/story_59089.jsp। আহৰণ কৰা হৈছে: 21 August 2018. 
  2. "akademi award". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/awards/akademi%20samman_suchi_h.jsp। আহৰণ কৰা হৈছে: 11 September 2016. 
  3. "I will continue my writing: Brajendra Kumar Brahma" (en ভাষাত). Assam Times. 18 December 2015. https://www.assamtimes.org/node/15989। আহৰণ কৰা হৈছে: 20 August 2018. 
  4. Tribune India. "More of a poet than a typical politician". Archived from the original on 21 August 2018. https://web.archive.org/web/20180821095531/https://www.tribuneindia.com/news/sunday-special/people/more-of-a-poet-than-a-typical-politician/42139.html। আহৰণ কৰা হৈছে: 21 August 2018.