তাণ্ডিয়া ভাষা
অৱয়ব
| তাণ্ডিয়া | |
|---|---|
| থলুৱা অঞ্চল | ইন্দোনেছিয়া |
| অঞ্চল | পশ্চিম পাপুৱা |
| বিলুপ্ত | ২০২৪[1] |
ভাষা পৰিয়াল |
|
| ভাষা সংকেত | |
| ISO 639-3 | tni |
ভাষাতাত্বিক |
tni.html |
| গ্লোটোলগ | tand1253[2] |
তাণ্ডিয়া ভাষা ইণ্ডোনেছিয়াৰ পাপুয়াৰ ধাৰণা কৰামতে চেণ্ডাৰৱাছিহ(গীলভিংক বে) পৰিয়ালৰ এটা বিলুপ্ত অষ্ট্ৰনেছিয়ান ভাষা। এই ভাষা কোৱা বেছিভাগ লোকেই ৱাণ্ডামেনলৈ স্থানান্তৰিত হৈছে। ১৯৯১ চনত পৃথিৱীত টাণ্ডিয়া ভাষা কোৱা মাত্ৰ দুজনহে আছিল, যি দুয়োজনেই ইণ্ডোনেছিয়াৰ ইৰিয়ান জয়া প্ৰদেশৰ ৱাণ্ডামেন উপদ্বীপৰ ৱোহচিমি নদীৰ ঠিক দক্ষিণে বাস কৰিছিল।[3] ২০০৯ চনত ইয়াক জীৱন্ত ভাষা বুলি নিশ্চিত কৰা হয় যদিও ২০২৪ চনৰ ভিতৰত ভাষিক জৰীপকাৰী দলে ইয়াক বিলুপ্ত হোৱা বুলি ধৰা পেলায়।[4]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ সাঁচ:Ethnologue16
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Tandia". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/tand1253.
- ↑ "Did you know Tandia is critically endangered?". endangeredlanguages.com. Archived from the original on 2016-10-28. https://archive.today/20161028113342/http://www.endangeredlanguages.com/lang/2789। আহৰণ কৰা হৈছে: 2024-11-13.
- ↑ "11 Indigenous Languages Declared Extinct: Education Ministry". Jakarta Globe. 8 March 2024. https://jakartaglobe.id/news/11-indigenous-languages-declared-extinct-education-ministry#:~:text=Muksin%20specifically%20mentioned%2011%20extinct,in%20different%20areas%20of%20Maluku.। আহৰণ কৰা হৈছে: 10 September 2024.