সমললৈ যাওক

নাছিম জাইদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাছিম জাইদী
২০ সংখ্যক ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত
কাৰ্যকাল
১৮ এপ্ৰিল ২০১৫  ৬ জুলাই ২০১৭
ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী হৰি শংকৰ ব্ৰহ্ম
উত্তৰসূৰী আচল কুমাৰ জ্যোতি
ভাৰতৰ নিৰ্বাচন আয়ুক্ত
কাৰ্যকাল
৭ আগষ্ট ২০১২  ১৮ এপ্ৰিল ২০১৫
ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী
ব্যক্তিগত তথ্য
জন্ম
চৈয়দ নাছিম আহমদ জাইদী

৬ জুলাই, ১৯৫২ (৭৩ বছৰ)
ডেৰাডুন, উত্তৰ প্ৰদেশ (বৰ্তমান উত্তৰাখণ্ড), ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান হাৰ্ভাৰ্ড ইউনিভাৰচিটি
জীৱিকা অসামৰিক সেৱা

চৈয়দ নাছিম আহমদ জাইদী (ইংৰাজী: Syed Nasim Ahmad Zaidi) ভাৰতৰ ২০ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৭৬ চনৰ বেট্চৰ উত্তৰ প্ৰদেশ মুজাফৰনগৰৰ কেডাৰৰ অৱসৰপ্ৰাপ্ত আই.এ.এছ. বিষয়া।[1][2][3][4]

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ কেনেডি স্কুল অৱ গভৰ্ণমেণ্টৰ পৰা পাব্লিক এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা জাইদীয়ে হাৰ্ভাৰ্ড ইনষ্টিটিউট ফৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্টৰ পাব্লিক পলিচিৰ মেছন ফেলো হিচাপে কাম কৰি আহিছে।

কৰ্মক্ষেত্ৰ

[সম্পাদনা কৰক]

ড° জাইদীয়ে ২০০৫ চনৰ নৱেম্বৰৰ পৰা ২০০৮ চনৰ অক্টোবৰলৈকে আইচিএঅ’ পৰিষদত ভাৰতৰ স্থায়ী প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ অসামৰিক বিমান পৰিবহণৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১২ চনৰ ৩১ জুলাইত তেওঁ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ভাৰত চৰকাৰৰ সচিব হিচাপে আই এ এছৰ পৰা অৱসৰ গ্ৰহণ কৰে।[5] তেওঁৰ কাৰ্যকালৰ প্ৰথম নিৰ্বাচন আছিল ২০১৫ চনৰ বিহাৰ বিধানসভাৰ নিৰ্বাচন।[6]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. PTI (2012-08-07). "Syed Nasim Ahmad Zaidi appointed Election Commissioner". The Times of India. https://timesofindia.indiatimes.com/india/Syed-Nasim-Ahmad-Zaidi-appointed-Election-Commissioner/articleshow/15390320.cms আহৰণ কৰা হৈছে: 2012-11-10.
  2. Ians - New Delhi (2012-08-07). "Nasim Ahmad Zaidi is new Election Commissioner". The New Indian Express. Archived from the original on 2012-08-09. https://web.archive.org/web/20120809213636/http://newindianexpress.com/nation/article584874.ece আহৰণ কৰা হৈছে: 2012-11-10.
  3. J Balaji (2012-08-03). "News / National : Zaidi is new Election Commissioner". The Hindu. http://www.thehindu.com/news/national/article3723367.ece আহৰণ কৰা হৈছে: 2012-11-10.
  4. "Archived copy". http://eci.nic.in/eci_main/recent/8-8-12%20cec.pdf আহৰণ কৰা হৈছে: 9 November 2012.
  5. "Welcome to Election Commission of India". Eci.gov.in. 2012-07-31. http://eci.gov.in/eci_main1/ecz.aspx আহৰণ কৰা হৈছে: 2012-11-10.
  6. "Election Commission's neutrality: Will Zaidi fit in Seshan's shoes?". 3 October 2015. http://timesofindia.indiatimes.com/india/Election-Commissions-neutrality-Will-Zaidi-fit-in-Seshans-shoes/articleshow/49203627.cms.