সমললৈ যাওক

অসম ফুটবল দল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম ফুটবল দল
সম্পূৰ্ণ নাম অসম ফুটবল দল
প্ৰতিষ্ঠা ১৯৪৬
খেলপথাৰ নেহৰু ষ্টেডিয়াম
(আসন: ১৫,০০০)
গৰাকী অসম ফুটবল সন্থা
মুখ্য প্ৰশিক্ষক সুবম ৰাভা
লীগ সন্তোষ ট্ৰফী
২০২৩–২৪ কোৱাৰ্টাৰ-ফাইনেল
ঘৰুৱা খেলসমূহত
পোচাকৰ ৰং
বাহিৰা খেলসমূহত
পোচাকৰ ৰং

অসম ফুটবল দল অসমৰ ৰাজ্যিক স্তৰৰ ফুটবল দল। এই দলে সৰ্বভাৰতীয় পৰ্য্যায়ৰ সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।[1]

বৰ্তমান দল

[সম্পাদনা কৰক]

As of 19 November 2024:[2]

Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.

নং. স্থান খেলুৱৈ
ভাৰত গ’লকীপাৰ অবিনাশ মেচ
ভাৰত গ’লকীপাৰ গজেন হান্সে
ভাৰত ডিফেণ্ডাৰ নয়নজ্যোতি কুলি
ভাৰত ডিফেণ্ডাৰ আবু ওছমান আলি
ভাৰত ডিফেণ্ডাৰ বিষ্ণু ৰাভা
ভাৰত ডিফেণ্ডাৰ টুপু ব্ৰহ্ম
ভাৰত ডিফেণ্ডাৰ সুদেম ৱাৰী
ভাৰত ডিফেণ্ডাৰ বিবুং নাৰ্জাৰী
ভাৰত ডিফেণ্ডাৰ কপিল বড়ো
১০ ভাৰত ডিফেণ্ডাৰ বিলছন দৈমাৰী
১১ ভাৰত মিড ফিল্ডাৰ ৰাহুল দাস
১২ ভাৰত মিড ফিল্ডাৰ সুদীপ্ত কোঁৱৰ
১৩ ভাৰত মিড ফিল্ডাৰ চাংচন শইকীয়া
১৪ ভাৰত মিড ফিল্ডাৰ সুভম চেত্ৰী
১৫ ভাৰত ফৰৱাৰ্ড সন্দীপ থাপা
নং স্থান খেলুৱৈ
১৬ ভাৰত ফৰৱাৰ্ড বিভান জ্যোতি লস্কৰ
১৭ ভাৰত ফৰৱাৰ্ড জেৰী পুলামটে
১৮ ভাৰত ফৰৱাৰ্ড অমন চেত্ৰী
১৯ ভাৰত ফৰৱাৰ্ড বাওৰিংদাও বড়ো
২০ ভাৰত ফৰৱাৰ্ড আক্ৰাং নাৰ্জাৰী
২১ ভাৰত ফৰৱাৰ্ড দীপু মিৰ্ধা
২২ ভাৰত ফৰৱাৰ্ড জয়দীপ গগৈ

বৰ্তমানৰ কাৰিকৰী সদস্য

[সম্পাদনা কৰক]
পদ নাম
মুখ্য প্ৰশিক্ষক ভাৰত সুবম ৰাভা
সহকাৰী প্ৰশিক্ষক ভাৰত দৈমালু বসুমতাৰী
গ'লৰক্ষক প্ৰশিক্ষক ভাৰত লোচন শইকীয়া
ফিজিঅ'থেৰাপিষ্ট ভাৰত ড° অভিষেক বৰা

সফলতা সমূহ

[সম্পাদনা কৰক]

ৰাজ্যিক (চিনিয়ৰ)

[সম্পাদনা কৰক]

ৰাজ্যিক (যুৱ)

[সম্পাদনা কৰক]

অন্যান্য

[সম্পাদনা কৰক]
  • ড° টি. আও নৰ্থ ইষ্ট ফুটবল ট্ৰফী
    • বিজয়ী (২): ২০০৩, ২০০৪[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]