সমললৈ যাওক

মাইনী মহন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাইনী মহন্ত

মাইনী মহন্ত
জন্ম ২০ অক্টোবৰ, ১৯৬৩
জামুগুৰিহাট, শোণিতপুৰ জিলা, অসম
পেচা
  • সাহিত্যিক
  • সাংবাদিক
  • সমালোচক
  • বাতৰি পৰিৱেশক
  • গল্পকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি
  • প্ৰথমজাক বৰষুণ
  • ভালপোৱা
  • ড্ৰিমলেণ্ড এপাৰ্টমেণ্ট

মাইনী মহন্ত (ইংৰাজী: Maini Mahanta) অসমীয়া মাহেকীয়া মহিলা আলোচনী নন্দিনীৰ সম্পাদকৰ লগতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিৱেশক৷[1] তেওঁৰ প্ৰকাশিত সংকলনসমূহ হ’ল- “পৃথিৱীৰ শেষ ষ্টেচন আৰু অন্য এখন ছবি”, “নৈঃশব্দত তেওঁ আৰু জয়া”, “শেতেলী পৰৰ সাধু” (শিশু সাহিত্য), “প্ৰথমজাক বৰষুণ”, “ভালপোৱা”, “প্ৰিয় বন্ধু তোমালৈ”, “স্পৰ্শ, “মনত পৰেনে” আদি৷

তথ্যসূত্ৰসমূহ

[সম্পাদনা কৰক]
  1. "About – Maini Mahanta". mainimahanta.in. https://mainimahanta.in/about/। আহৰণ কৰা হৈছে: 12 May 2025.