সমললৈ যাওক

আবাবিল (অলৌকিক চৰাই)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আবাবিল চৰাই
আবাবিল চৰাই

আবাবিল ( আৰবী: أبابيل ) হৈছে কোৰআন ছুৰা আল-ফিলত বৰ্ণনা কৰা এটা অলৌকিক চৰাই, যিয়ে কাবা ধ্বংস কৰিবলৈ অহা আকছুমৰ ৰজা আব্ৰাহাৰৰ হাতী সৈন্যক ধ্বংস কৰিছিল বুলি মুছলমানসকলে বিশ্বাস কৰে। [1]

কোৰআনত চৰাইটোক বুজাবলৈ "Tairn Ababil" (طَيْرًا اَبَابِيلَ) বাক্যাংশ ব্যৱহাৰ কৰা হৈছে আৰু বাংলা ভাষাত এই বাক্যাংশটোক চৰাইৰ জাক বুলি অনুবাদ কৰা হৈছে। হজৰত মহম্মদৰ জন্মৰ পঞ্চাশ দিন আগতে আব্ৰাহাৰ হাতী সৈন্য আবাবিল চৰাইয়ে ধ্বংস কৰিছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

কোৰআনৰ ছুৰা আল-ফিল

https://quran.com/en/al-fil

  1. Muhammad: Man and Prophet. Kube Publishing Ltd. ISBN 978-0-86037-429-9.Salahi, Adil (2010-03-01)