সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ | |
---|---|
ধৰন | |
ধৰন | স্বায়ত্তশাসিত জিলা পৰিষদ |
নেতা | |
মুখ্য কাৰ্যবাহী কাউন্সিলাৰ | দিপু ৰঞ্জন মাৰ্কাৰী |
গঠন | |
সদস্য | ৩০ |
সভাৰ স্থান | |
ডিব্ৰুগড় | |
ৱেবছাইট | |
https://www.skacassam.in/ |
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ইংৰাজী: Sonowal Kachari Autonomous Council)(SKAC), ভাৰতৰ স্বায়ত্তশাসিত জিলা পৰিষদ দ্বাৰা অসমত সোণোৱাল কছাৰী জনগোষ্ঠীৰ বাবে গঠন কৰা এখন স্বায়ত্তশাসিত পৰিষদ।[1]
ইতিহাস
[সম্পাদনা কৰক]২০০৫ চনত অসম ৰাজ্যিক কেবিনেট আইন অনুসৰি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আইন ২০০৫ আইন যোগেদি এই পৰিষদ স্থাপন কৰা হয়।
পৰিষদ গাঁথনি
[সম্পাদনা কৰক]সাধাৰণ পৰিষদ(General Council) ৩০ (ত্ৰিশ) সদস্যৰে গঠিত যাৰ ভিতৰত ২৬(ছাব্বিশ)জন নিৰ্বাচিত সদস্য আৰু ৪ (চাৰি) সদস্যক অসম চৰকাৰে মনোনীত কৰে। এই ৪(চাৰি)জন মনোনীত পৰিষদ পৰিষদৰ এলেকাত সেই গোট/সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব দিব লাগে। যিবোৰ ইয়াত অন্যথা প্ৰতিনিধিত্ব কৰা হোৱা নাই। ২৬খন আসনৰ ভিতৰত ২০(বিছ)খন অনুসূচিত জনজাতিৰ বাবে আৰু ৫(পাঁচ)খন আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব আৰু ১ (এখন) আসন সাধাৰণ সম্প্ৰদায়ৰ বাবে সংৰক্ষিত হ’ব। কাৰ্যবাহী পৰিষদত মুখ্য কাৰ্যবাহী পৰিষদৰ নেতৃত্বত তেওঁৰ সৈতে আৰু ১২জন কাউন্সিলাৰ থাকিব।[2]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Autonomous Councils". Department of Welfare of Plain Tribes & Backward Classes, Government Of Assamdirectorwptbc.assam.gov.in. https://directorwptbc.assam.gov.in/frontimpotentdata/autonomous-councils.
- ↑ "New body of Sonowal Kachari Autonomous Council sworn in". The Sentinel, Assam. https://www.sentinelassam.com/news/new-body-of-sonowal-kachari-autonomous-council-sworn-in/.