সদস্য:পৱন বৰ্মন
অৱয়ব
সোমবাৰ
10
November
॥খ
01:52 UTC
| নাম | পৱন বৰ্মন |
|---|---|
| জন্ম দিন | ১৩ আগষ্ট, |
| জন্ম স্থান | বাক্সা |
| বৰ্তমানৰ ঠিকনা | বাক্সা |
| জাতীয়তা | ভাৰতীয় |
| যোগাযোগ | |
| ই-মেইল | paban.barman96@gmail.com |
অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ আপোনাক স্বাগতম।
মই পৱন বৰ্মন । ঘৰ বাক্সা জিলাৰ পাখামাৰাত। এছ বি দেওৰা মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি শিক্ষকতাৰ লগত জড়িত হওঁ লগতে গুৱাহাটী বিশ্ববিদ্যালয় (IDOL)ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰোঁ। বৰ্তমানো শিক্ষকতাৰ লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ স্নাতকোত্তৰ মহলাৰ শিক্ষাৰ্থী।