কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়
| কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় | |
|---|---|
| মূলমন্ত্ৰ | অনুশাসন আৰু উৎকৃষ্টতা |
| স্থাপিত | ১৬ আগষ্ট, ১৯৫৯ |
| ধৰণ | চৰকাৰী মহাবিদ্যালয় |
| অধ্যক্ষ | ড: ডিমাচা ডি. মুছাহাৰী |
| শৈক্ষিক কৰ্মচাৰী | ৯০ |
| প্ৰশাসনিক কৰ্মচাৰী | ৩৭ |
| শিক্ষাৰ্থী | প্ৰায় ৪২০০ [1] |
| স্নাতক শিক্ষাৰ্থী | ৩০০০[2] |
| স্নাতকোত্তৰ শিক্ষাৰ্থী | ২০০[3] |
| ডক্টৰেট শিক্ষাৰ্থী | ৯[4] |
| স্থান | কোকৰাঝাৰ (বিটিআৰ), অসম, ভাৰত |
| চৌহদ | চহৰ |
| ৰং | বগা আৰু ৰঙা |
| উপনাম | KGCians |
| ভুক্তি | বড়োলেণ্ড বিশ্ববিদ্যালয় |
| ৱেবছাইট | kgc |
কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়(ইংৰাজী: Kokrajhar Govt. College); (তেতিয়াৰ কোকৰাঝাৰ মহাবিদ্যালয়) ১৯৫৯ চনত কোকৰাঝাৰ চহৰখনৰ মাজমজিয়াত কলেজ স্থাপিত কৰা হৈছিল। আৰ্থ-সামাজিকভাৱে পিছপৰা জনজাতীয় লোকসকলৰ লগতে অঞ্চলটোৰ অন্যান্য জনগোষ্ঠীসমূহকো উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত কলেজখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
সংলগ্ন বিশ্ববিদ্যালয় আৰু পৰিষদ
[সম্পাদনা কৰক]মহাবিদ্যালয়খন ২০১৯-২০ চনলৈকে ডিগ্ৰী পৰ্যায়ৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছিল এতিয়া মহাবিদ্যালয়খন বডোলেণ্ড বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ সৈতে সংযুক্ত হৈ আছে।
পাঠ্যক্ৰম
[সম্পাদনা কৰক]কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালযয়ে তলত দিয়া পাঠ্যক্ৰমসমূহ আগবঢ়ায়:
নিয়মীয়া পাঠ্যক্ৰম
[সম্পাদনা কৰক]দুবছৰীয়া উ:মা: বিজ্ঞান
[সম্পাদনা কৰক]বিজ্ঞানৰ শাখাত আগবঢ়োৱা বিষয়সমূহ হ’ল-
দুবছৰীয়া উ:মা: কলা
[সম্পাদনা কৰক]কলা শাখাত তলত দিয়া বিষয়সমূহ সন্নিবিষ্ট কৰা হৈছে:
- ৰাজনীতি বিজ্ঞান
- অৰ্থনীতি
- শিক্ষা
- ইতিহাস
- ভূগোল
- দৰ্শন
- ইংৰাজী
- বড়ো
- অসমীয়া
- বাংলা
- হিন্দী
- সমাজবিজ্ঞান
- দৰ্শন
তিনিবছৰীয়া স্নাতক (টিডিচি) পাঠ্যক্ৰম
[সম্পাদনা কৰক]তিনি বছৰ বি.এছ.চি.
[সম্পাদনা কৰক]পাঠ্যক্ৰমৰ বিষয়সমূহ হ'ল:-
- পদাৰ্থ বিজ্ঞান
- ৰসায়ন বিজ্ঞান
- গণিত
- উদ্ভিদ বিজ্ঞান
- প্ৰাণীবিজ্ঞান
- কম্পিউটাৰ বিজ্ঞান
- পৰিসংখ্যা
তিনি বছৰ বি এ
[সম্পাদনা কৰক]বিএত প্ৰদান কৰা প্ৰধান বিষয়সমূহ হ’ল-
- অসমীয়া
- বাংলা
- বড়ো
- অৰ্থনীতি
- শিক্ষা
- ইংৰাজী
- ভূগোল
- হিন্দী
- ইতিহাস
- দৰ্শন
- ৰাজনীতি বিজ্ঞান
- সমাজবিজ্ঞান
প্ৰদান কৰা এমআইএল(MIL) বিষয়সমূহৰ ভিতৰত আছে
[সম্পাদনা কৰক]- বড়ো
- অসমীয়া
- বাংলা
- হিন্দী
প্ৰমাণপত্ৰ পাঠ্যক্ৰম
[সম্পাদনা কৰক]তিনি মাহৰ প্ৰমাণপত্ৰৰ পাঠ্যক্ৰমসমূহ হ’ল-
- কম্পিউটাৰ দক্ষতাৰ শিক্ষা
- বড়ো ভাষা
ডিপ্লমা পাঠ্যক্ৰম
[সম্পাদনা কৰক]অনুবাদ দক্ষতাৰ তিনিমাহৰ ডিপ্লমা পাঠ্যক্ৰম।
স্নাতককোত্তৰ পাঠ্যক্ৰমসমূহ
[সম্পাদনা কৰক]বিজ্ঞান বিভাগ
[সম্পাদনা কৰক]- গণিত
- ৰসায়ন বিদ্যা
কলা বিভাগ
[সম্পাদনা কৰক]- বড়ো
- অসমীয়া
- ইংৰাজী
- ইতিহাস
- অৰ্থনীতি