ৱিকিপিডিয়া বাৰ্তা:ৱিকিপত্ৰিকা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


Dear all,

I'm writing with regard to Wikipatrika. For the folks who don't know, this is the community newsletter which has come out twice (in September 2010 & June 2011) It's a really wonderful way documenting and celebrating the amazing work done by so many community members across so many communities in the various projects. It helps share ideas with and helps pick up ideas from other communities.

I think Wikipatrika is something that could be more frequent - given the range of activities across communities - and I'd like to support it. In this regard, I approached all the editors who were involved in the previous 2 issues to ask their interest in bringing out the next one in end April covering Jan - Mar 2012, and to see if we can make it more regular (potentially every quarter.) 5 community members from different languages have already offered to help. Another community member will setup a template that all languages can use (on wiki.wikimedia.in)

I have also started reaching out to editors who might not have been involved before, and hence this mail.

The template for Wikipatrika will be ready only by April 2nd week. In the meantime, can I ask whoever is interested to create a page on their respective languages wikipedias and start sharing stories and updates on this page. I'd encourage everyone to write these in whatever language they are comfortable in to begin with. (Once the template is set up on wiki.wikimedia.in, these individual pages could then be posted there.) To start off, you could start with the following sections (which I'm illustrating using the Bengali page from a previous Wikipatrika), and just start adding content.

General overview Bengali Wikipedia Bengali Wikisource Bengali Wiktionary Bengali Wikibooks News reports Any other section(s) you want to add

Please do add as much as you want on Updates on the various projects Landmarks, birthdays, celebrations, events, conferences, etc between Jan-Mar 2012 Reports on outreach sessions conducted Links to meetups and where to find the next ones Please feel free to add sections that you think would be nice. I could suggest "Featured Wikimedians" and "Featured Newbies" as examples.

Here is how the Nepali community did it last time. After you set up the page, please do post this on your respective village pumps or mailing lists and any other forums so that all community members know. Please do share the page with me (offlist) so I can help out too.

If you would like to help but are not sure how, or if you are facing any kind of difficulties, please do not hesitate to contact me (noopur@wikimedia.org)

Regards Noopur


Wikipedia-AS mailing list Wikipedia-AS@lists.wikimedia.org https://lists.wikimedia.org/mailman/listinfo/wikipedia-as


প্ৰকল্প বুলিও পৃষ্ঠাখন আৰম্ভ কৰিব পাৰিলোঁহেঁতেন যদিও "ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প ৱিকিপত্ৰিকা"টো পেনেপেনীয়া হৈ যাব বাবে নকৰিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 17:38, 27 মাৰ্চ 2012 (UTC)

এই পৃষ্ঠাখন পত্ৰিকা নহয় দেই! ইয়াত লিখা কথাবোৰহে মূল ৱিকিমিডিয়াৰ পত্ৰিকালৈ স্থানান্তৰ কৰা হ'ব। তাৰপিছত অহাবছৰৰ বাবে এই পৃষ্ঠাখন আপডেট্‌ কৰি ৰাখিলেই হ'ল। — গীতাৰ্থ বৰদলৈ (talk)


ৱিকিপিডিয়াৰ আলোচনা শ্ৰেণীভুক্ত কৰিব পাৰি নেকি এইখন?

ৱিকিপত্ৰিকাৰ নিয়মীয়া প্ৰস্তুতিকৰণ[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত এইমাহৰ ৱিকিপত্ৰিকাখন প্ৰস্তুত কৰিবৰ বাবে মোক কেইজনমান অভিজ্ঞ সহযোগী লাগে, মোৰ নিজৰ ফালৰ পৰা দিপাংকৰ চেতিয়া, মঞ্জিল কোঁৱৰ, গীতাৰ্থ বৰদলৈ, পংকজ জ্যোতি মহন্ত, দিব্য দত্ত, অনিমেষ বৰা আদিসকলৰ সহায় বিচাৰিছো... এইসকলে সহযোগ কৰিলে এনেদৰে নিয়মিয়াকৈ আমি প্ৰচাৰ পত্ৰিকাখন উলিয়াই থাকিম বুলি বিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মিলনত সিদ্ধান্ত লোৱা হৈছিল... কামটোত অলপ সময় লাগে, অকলে টান | মিলিজুলি সকলোৱে ভাগ কৰি ল’লে বৰ ভাল হয় |

আনহাতে প্ৰভাকৰ শৰ্মা নেওগ দাক ৱিকিপিডিয়া / ৱিকিউত্সৰ পৰা উপযুক্ত সদস্যসকলক নিৰ্বাচিত কৰি বিভিন্ন পদকেৰে সন্মান জনাবলৈ আহ্বান জনালো |

কামটো বৰ কঠিন, অকলে খুব অসুবিধা হয়, মই আজি বেটুপাতৰ নিৰ্বাচিত ছবি খন সলালো, কাৰোবাৰ আপত্তি থাকিলে সলনি কৰা হ’ব |

নিৰ্বাচিত প্ৰবন্ধটোৱো মাহেকীয়াভাৱে সলাব লাগে | মতামত আহ্বান কৰিছো ..

ৱিকিপত্ৰিকাখন বিকাশৰ বাবে সদস্যসকলে নতুন নতুন চিন্তা চৰ্চা কৰিলে ভাল হয় |

শেষত "একতাই পৰম বল" নীতি ভাৱ মনত লৈ সামৰণি এইয়া মাৰিছো ..সকলোকে আগতীয়াকৈ ধন্যবাদ .. বিষ্ণু শইকীয়া 12:35, 1 নৱেম্বৰ 2014 (UTC)


ৱিকিপত্ৰিকাৰ প্ৰথম শাৰীটো মন কৰিব৷

“আগষ্ট মাহৰ খতিয়ানেৰে প্ৰকাশ পালে ছেপ্টেম্বৰ মাহৰ ৱিকিপত্ৰিকা। পঢ়ক আৰু পঢ়ুৱাওক।” -এইখিনি সলাই “ছেপ্টেম্বৰ মাহৰ খতিয়ানেৰে প্ৰকাশ পালে অক্টোবৰ মাহৰ ৱিকিপত্ৰিকা। পঢ়ক আৰু পঢ়ুৱাওক।” কৰিব লাগিছিল৷

Mridul Kumar Sharmah 23:09, 2 October 2015 (UTC)


  • ২০১৯ ৰ জানুৱাৰীৰ পৰা ৱিকিপত্ৰিকা পুনৰ সক্ৰিয় কৰিব পাৰিলে খুউব ভাল হয়৷ সামৰ্থ্য অনুসৰি ৱিকিপত্ৰিকাত লাগি দিবলৈ আগ্ৰহীসকলে অনুগ্ৰহ কৰি মন্তব্য আগবঢ়াওকচোন৷ ৰাইজে নখ জোঁকাৰিলে নৈ বয়! --জলি বৰা (talk) 15:40, 13 December 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Joli: সুপ্ৰভাত বাইদেউ। ২০১৮ বৰ্ষত এখনো ৱিকিপত্ৰিকা প্ৰকাশ হোৱা নাই। জানুৱাৰীৰ পৰা ৱিকিপত্ৰিকাখন পুনৰ সক্ৰিয় কৰিলে খুউব ভাল হ'ব। এইক্ষেত্ৰত মই আগ্ৰহী। --চাণক্য (বাৰ্তা) 01:43, 14 December 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আগ্ৰহৰ বাবে বহুত ধন্যবাদ চাণক্য! জানুৱাৰীৰ বাবে জঁকাটো সাজিছোঁ৷ তুমিও য’ত যি দৰকাৰী দেখা যোগ দিবাচোন৷ এইসম্পৰ্কীয় আলোচনাও জানুৱাৰী ২০১৯ ৱিকিপত্ৰিকাৰ আলোচনা পৃষ্ঠাতে কৰা যাওক৷ --জলি বৰা (talk) 10:54, 14 December 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপত্ৰিকা আৰু ম'বাইল সংস্কাৰণ[সম্পাদনা কৰক]

সাধাৰণতে কোনো এজন ব্যক্তিয়ে ম'বাইল দ্বাৰা ৱিকিপিডিয়াত সোমালে সেয়া ম'বাইল সংস্কৰণত থাকে। তেনে অৱস্থাত বাওঁ‌ফালে থকা মেনুখনত ৱিকিপত্ৰিকা দৃশ্যমান নহয়। পত্ৰিকাখন পাবলৈ হ'লে প্ৰথমে ডেস্কট'প সংস্কৰণ নতুবা সন্ধান বাকচত গৈ ৱিকিপিডিয়া:ৱিকিপত্ৰিকা বুলি সন্ধান কৰিলে হে পাওঁ। ইয়াৰোপৰি কিবা সহজ উপায় আছে নেকি? পাৰিলে ম'বাইল সংস্কৰণৰ মেনুত ৱিকিপত্ৰিকাখন যোগ দিবলৈ অনুৰোধ জনালোঁ। কাৰণ বহুতো ব্যৱহাৰকাৰীয়ে ম'বাইলৰ দ্বাৰা তথ্য বিচাৰি ৱিকিত সোমায়। হানিফ আলী (বাৰ্তা) 11:00, 29 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

লিংক এটা সংযোগ কৰিছোঁ। আহিছে নে নাই জনাবচোন। দিব্য দত্ত (বাৰ্তা) 14:33, 29 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
এতিয়াও অহা নাই দাদা। আকৌ এবাৰ চাবচোন। হানিফ আলী (বাৰ্তা) 07:34, 31 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সদ্য প্ৰয়াত ব্যক্তি[সম্পাদনা কৰক]

ৱিকিপত্ৰিকাত সদ্য প্ৰয়াত ব্যক্তি শাখাটো পুনৰ্নামকৰণ কৰি শ্ৰদ্ধাঞ্জলি কৰিলে কেনে হ’ব? – চাণক্য (বাৰ্তা) 07:53, 1 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভালেই হ’ব। দিব্য দত্ত (বাৰ্তা) 09:27, 1 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
শ্ৰদ্ধাঞ্জলী শব্দটোত এক পূজা পূজা ভাব বিদ্যমান৷ ৱিকিপিডিয়াই দৰাচলতে কাৰো পূজাও নকৰে আৰু কাকো ধিক্কাৰ বা গৰিহণাও নিদিয়ে৷ আনহাতে সদ্য প্ৰয়াত ব্যক্তি শব্দগুচ্ছত এক 'নিস্পৃহ' ভাব বিদ্যমান৷ ৱিকিপিডিয়াৰ উচ্চাসবৰ্জিত ভাব-ভাষা আৰু নিৰপেক্ষ নীতিৰ সৈতে সদ্য প্ৰয়াত ব্যক্তি শব্দগুচ্ছহে বেছি ওচৰ চপা যেন ভাব হয়৷ বাবুল বৈশ্য (বাৰ্তা) 12:47, 1 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বাবুল দাৰ মতামতৰ সমৰ্থন জনালোঁ। কুখ্যাত অপৰাধী, সন্ত্ৰাসবাদী আদিৰ ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি শব্দটো ব্যৱহাৰ কৰিব পৰা নাযাব। লগতে ৰাজনৈতিক ব্যক্তিত্বৰ ক্ষেত্ৰতো বিতৰ্কৰ সূত্ৰপাত হ'ব পাৰে।- অজয়  কথা-বতৰা 14:07, 1 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Babulbaishya দা আৰু @অজয় দাসৰ কথাত একমত। এই বিষয়ে আগতেও আলোচনা হৈছিল। তেতিয়া সদ্য প্ৰয়াত ব্যক্তি শিৰোনামটো লোৱা হৈছিল। চন্দন চিৰিং ফুকন ✉️ 15:01, 1 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
একমত৷ Pranamikaadhikary (বাৰ্তা) 17:49, 1 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]