সদস্য বাৰ্তা:হানিফ আলী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

--WikitanvirBot (talk) 07:03, 9 June 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
নতুন সম্পাদক হিচাপে অসমীয়া ৱিকিপিডিয়াত আপুনি দেখুওৱা উৎসাহ আৰু অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই বঁটা আগবঢ়োৱা হৈছে। আশা কৰোঁ আগলৈও এনেদৰে কাম কৰি আমাক উৎসাহিত কৰি থাকিব৷

- অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ


তথ্যউৎস[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। ৱিকিপিডিয়াৰ প্ৰবন্ধৰ এটা মূল নিয়ম হৈছে উপযুক্ত তথ্যউৎস বা ৰেফাৰেন্স সংযোগ কৰা যাতে কাৰো তথ্যগত আপত্তি নাথাকে। ইয়াৰ বাবে গুৰুত্বপূৰ্ণ শাৰীবোৰৰ পাছত তথ্যউৎস উল্লেখ কৰিব লাগে। ৰেফাৰেন্স যোগ কৰিবলৈ দুটা সঁজুলি আছে। Reftoolbar বা Hotcat সঁজুলিটো "পছন্দসমূহ>গেজেট>সম্পাদনাৰ সহায়ক আহিলাসমূহ" অংশলৈ গৈ সক্ৰিয় কৰি ল'ব পাৰিব। প্ৰবন্ধ এটা উৎস সম্পাদনা কৰোঁতে ৰেফটুলবাৰ সঁজুলিটো "উদ্ধৃতি" বুলি লিংকত পাব আৰু হট্‌কেট সঁজুলিটো পৃষ্ঠাৰ তললৈ পাব। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 13:41, 11 February 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

-- গীতাৰ্থ বৰদলৈ মই ৱিকিপিডিয়াত নতুন হও। গতিকে সকলোবৰ বষয় মোৰ জনা নাই। আপোনালোকে মোক সহায় কৰিলে আগবাঢ়িব পাৰিম। আপুনি সহায় কৰাৰ বাবে অশেষ ধন্যবাদ। Yuvomilan Dev Society (talk) 14:46, 11 February 2020 (ইউ.টি.চি.)Yuvomilan Dev Society[উত্তৰ দিয়ক]

ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ বাৰ্ণষ্টাৰ[সম্পাদনা কৰক]

ৱিকি লাভ্‌ছ ৱুমেন পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ৷ আপোনাক জনাব পাই সুখী হৈছোঁ যে এই সম্পাদনা মেলাত আপোনাৰ দৰে ৯ গৰাকী স্বেচ্ছাসেৱী অংশগ্ৰহণকাৰীয়ে ১৩৫ টা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়া ভঁৰাল টনকিয়াল কৰিলে। আশা ৰাখিছোঁ আগলৈয়ো একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব৷ ধন্যবাদ। --SlowPhoton (talk) 04:36, 3 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এটা পেজ চাই দিয়ক[সম্পাদনা কৰক]

https://as.m.wikipedia.org/wiki/%E0%A6%B2%E0%A6%96%E0%A6%BF%E0%A6%AA%E0%A7%81%E0%A7%B0_%E0%A6%89%E0%A6%9A%E0%A7%8D%E0%A6%9A_%E0%A6%AE%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%BF%E0%A6%95_%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC%E0%A5%A4 মই লিখা Beingsofiqul (talk) 16:45, 28 April 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Wiki Loves Women South Asia 2020[সম্পাদনা কৰক]

Hello!

Thank you for your contribution in Wiki Loves Women South Asia 2020. We appreciate your time and efforts in bridging gender gap on Wikipedia. Due to the novel coronavirus (COVID-19) pandemic, we will not be couriering the prizes in the form of mechanize in 2020 but instead offer a gratitude token in the form of online claimable gift coupon. Please fill this form by last at June 10 for claiming your prize for the contest.

Wiki Love and regards!

Wiki Loves Folklore International Team.

--MediaWiki message delivery (talk) 14:10, 31 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Wiki Loves Women South Asia Barnstar Award[সম্পাদনা কৰক]

Greetings!

Thank you for contributing to the Wiki Loves Women South Asia 2020. We are appreciative of your tireless efforts to create articles about Women in Folklore on Wikipedia. We are deeply inspired by your persistent efforts, dedication to bridge the gender and cultural gap on Wikipedia. Your tireless perseverance and love for the movement has brought us one step closer to our quest for attaining equity for underrepresented knowledge in our Wikimedia Projects. We are lucky to have amazing Wikimedians like you in our movement. Please find your Wiki Loves Women South Asia postcard here. Kindly obtain your postcards before 15th July 2020.

Keep shining!

Wiki Loves Women South Asia Team

MediaWiki message delivery (talk) 13:27, 5 July 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Wikimedia Foundation Community Board seats: Call for feedback meeting[সম্পাদনা কৰক]

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@হানিফ আলী: ঈদ মুবাৰক। মেহাৰী ইউনিয়ন প্ৰবন্ধটোত বানানৰ ভুলবোৰ সংশোধন কৰিবলৈ আপোনাক অনুৰোধ জনাইছো। কিন্তু "বর্ণাশুদ্ধি নিবারণ" সঁজুলি ব্যৱহাৰ নকৰিবেন। কিয়নো এনে কৰিলে ৰেফাৰেন্সত থাকা বাংলা শিৰোনামৰ "র", "ৰ" দ্বাৰা প্ৰতিস্থাপিত হ'ব। MS Sakib (বাৰ্তা) 07:58, 14 মে' 2021 (ইউ.টি.চি.)

ঈদ মোবাৰক। আপুনি কোৱা মতে কৰিবলৈ চেষ্টা কৰিম। হানিফ আলী (বাৰ্তা) 08:12, 14 মে' 2021 (ইউ.টি.চি.)
@হানিফ আলী: বানানবোৰ সংশোধন কৰিবলৈ আৰম্ভ কৰাৰ বাবে আপোনাক ধন্যবাদ। কিন্তু মই আপোনাক "বর্ণাশুদ্ধি" সঁজুলি ব্যৱহাৰ নকৰিবলৈ কৈছিলো। আপুনি সম্ভৱতঃ এই সঁজুলিটো (বা অন্যথা) ব্যৱহাৰ কৰি কিছুমান বাংলা "র"-ৰ সলনি "ৰ" ব্যৱহাৰ কৰিছেন। (বিশেষ:Diff/276796)। ফলস্বৰূপে, ছবিখনৰ নাম ৰেড লিংকলৈ সলনি কৰা হয়। আকৌ ৰেফাৰেন্সৰ বঙালী টাইটেল সলনি হয়। MS Sakib (বাৰ্তা) 09:00, 14 মে' 2021 (ইউ.টি.চি.)
আন এটা কথা হ'ল, অসমীয়া ভাষাত "ড়" ব্যৱহাৰ কৰা নহয় কি? ইয়াত আপুনি "খেওৰা"ত সলনি কৰিছে। (এয়া এখন গাওঁৰ নাম)। বঙালী ভাষাত "খেওড়া" বানান শুদ্ধ। আকৌ, "নবীনগৰ", "মুৰাদনগৰ" হৈছে স্থানৰ নাম। এই বানানবোৰত কোনো স্পেস ব্যৱহাৰ কৰা নহয়। সেয়েহে, নবীনগৰৰ নোহোৱাকৈ "নবীনগৰ" লিখাটো প্ৰয়োজনীয়। MS Sakib (বাৰ্তা) 09:29, 14 মে' 2021 (ইউ.টি.চি.)
@MS Sakib: ছাৰ, বঙালী ভাষাত কি হয় মই তাক কবলৈ নাই। কিন্তু অসমীয়া ৱিকিপিডিয়াত অসমীয়া বানান আৰু বৰ্ণ থকাটো বৰ দৰকাৰ। কাৰণ পৃষ্ঠা এটাত বঙালী ৰ থাকিলে সেয়া সম্পাদকএজনক সংকেত দিব যে ইয়াত বঙালী ৰ লুকাই আছে। আপুনি বঙালী ভাষাত "খেওড়া" লিখিব পাৰে কিন্তু অসমীয়াত নিলিখে। এতিয়া যদি আপুনি ইংৰাজী পৃষ্ঠা এখন বনায় তাতেও "খেওড়া" লিখিব নে "Kheora" লিখিব? অসমীয়া ৱিকিত অসমীয়া লিখক ছাৰ। ধন্যবাদ। হানিফ আলী (বাৰ্তা) 13:31, 14 মে' 2021 (ইউ.টি.চি.)
ধন্যবাদ। মই বুজি পাইছোঁ। খেওড়া সম্পৰ্কে মোৰ প্ৰশ্ন আছিল যে "ড়" অসমত ব্যৱহাৰ কৰা হয় নেকি। আৰু আন এটা কথা। প্ৰকৃততে "নবীনগৰ", "মুৰাদনগৰ" নামৰ মাজত কোনো স্পেস নাই। অসমীয়া ভাষাত নগর শব্দটোৰ আগত স্পেস দিয়া হ'ব পাৰে, কিন্তু ই এক proper noun। এই ক্ষেত্ৰত স্পেস দিয়াটো ঠিক নেকি? আপোনাক আকৌ ধন্যবাদ। আশা কৰোঁ আপুনি মোৰ কথাৰ দ্বাৰা বিৰক্ত অনুভৱ নকৰিব। (যিহেতু অসমীয়া ভাষাত মোৰ প্ৰাৰম্ভিক জ্ঞান আছে, মোৰ বাৰ্তাবোৰত ব্যাকৰণগত ভুল থাকিব পাৰে)। MS Sakib (বাৰ্তা) 14:35, 14 মে' 2021 (ইউ.টি.চি.)

হয় ছাৰ। হ'ব পাৰে শব্দটো নবীনগৰ বুলি। কিন্তু এই শব্দটো উচ্চাৰণ কৰোঁতে কেনেবাকৈ এটা অসুবিধা যেন লাগে। শব্দটো "নবী নগৰ" বুলি লিখিলে উচ্চাৰণ কৰাত আৰু পঢ়াত শুবিধা হয় যেন অনুভৱ কৰিলোঁ। সেয়ে মই শব্দটোৰ মাজত স্পেচ এটা দিলো। এতিয়া আন এটা কথ হ'ল যে, অসমীয়াতো "ড়" ব্যৱহাৰ কৰা হয় কিন্তু সেয়াও বিশেষ কিছু শব্দত। সাধাৰণতে অসমীয়াত "পাৰা" শব্দটো "পাড়া" নিলিখে সেই কাৰণে এইটোও শুধোৰণি কৰিলোঁ। যেনেঃ বঙালী ভাষাত "ধুবুৰী" শব্দটো "ধুবুড়ি" বুলি লিখে। কিন্তু অসমীয়াত ধুবুৰী লিখে। আৰু মোৰ কথাতেও আপুনি বিৰক্তি অনুৱভ নকৰিব। অসমীয়া ৱিকিপিডিয়াত কাম কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ। আপুনি আপোনাৰ কাম আগবঢ়াই থাকক আমি আপোনাক সহায় কৰিম। হানিফ আলী (বাৰ্তা) 16:12, 14 মে' 2021 (ইউ.টি.চি.)

আপোনাৰ সহায়ৰ বাবে ধন্যবাদ। মই আৰু প্ৰবন্ধ লিখিম। আপোনাৰ সৈতে কথা পাতি ভাল লাগিছে। MS Sakib (বাৰ্তা) 18:29, 14 মে' 2021 (ইউ.টি.চি.)
আপোনাৰ অসমীয়া ৱিকিপিডিয়াত লিখাৰ উৎসাহ দেখি আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু এটা কথা কওঁ‌। যিকোনো উদ্ধৃতিত ইংৰাজী নাইবা অসমীয়া লিখিব, যদিও তথ্য সূত্ৰটো বেঙলী গ্ৰন্থ বা বেঙলী লিংকৰ। ভাষাটো আপুনি বেঙলীকে লিখক কিন্তু বৰ্ণবোৰ অসমীয়াৰে দিব। বিশেষকৈ 'ৰ'। উদ্ধৃতিত বেঙলী 'ৰ' দিয়াটো প্ৰয়োজন বোধ নকৰো। আপুনি পাৰিলে "বেঙলী ভাষাত" এইদৰেও লিখি দিব পাৰে। অৰ্থাৎ language অপচনটো যোগ কৰি দিব পাৰে। হানিফ আলী (বাৰ্তা) 11:23, 15 মে' 2021 (ইউ.টি.চি.)

ব্যস্ত সময়সূচীৰ বাবে কচবা উপজিলা প্ৰবন্ধৰ কাম বিলম্বিত হৈছে। কিন্তু এতিয়া মই কামটো শেষ কৰিছো। গতিকে মই আপোনাক বানানটো সংশোধন কৰিবলৈ অনুৰোধ জনাইছো। MS Sakib (বাৰ্তা) 12:40, 2 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@হানিফ আলী, মই আপোনাক প্ৰবন্ধৰ বানানটো সংশোধন কৰিবলৈ অনুৰোধ জনাইছো। MS Sakib (বাৰ্তা) 17:23, 18 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় হানিফ আলী,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:08, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখী অনুষ্ঠান[সম্পাদনা কৰক]

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখী হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক।বিশদ বিবৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে[সম্পাদনা কৰক]

প্ৰিয় হানিফ আলী,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাচনি হ'ব। আশা কৰো, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা লব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

শততম প্ৰবন্ধ পদক[সম্পাদনা কৰক]

ৱিকি শতক পদক
"মই বিচাৰিছোঁ অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি, চেতনাবিহীন নিথৰ স্তব্ধ যুগক দিবলে জ্যোতি।" -ড° ভূপেন হাজৰিকা।
হে সতীৰ্থ, এক শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। এই গতি সদায়েই অব্যাহত থাকক...!--𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 13:52, 31 October 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ছূৰাৰ অনুবাদবোৰ ৰিমভ কিয় কৰি আছে? ছাজিদুল ইছলাম (বাৰ্তা) 14:51, 24 October 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মই অনুবাদ ৰিমুভ কৰা নাই। আপুনি ছূৰাত কোৰআনৰ সকলো ছূৰাৰ তালিকা জমা কৰিছিল সেয়া ৰিমুভ কৰিলো। আৰু ছূৰা বাক্বাৰাত আপুনি খালী দফা এটা বনাইছিল সেয়া ৰিমুভ কৰিলোঁ। হানিফ আলী (বাৰ্তা) 14:55, 24 October 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই মাহৰ ৱিকিপিডিয়ান: নৱেম্বৰ, ২০২২[সম্পাদনা কৰক]

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ

দিব্য দত্ত (বাৰ্তা) 15:36, 1 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সহায়ৰ প্ৰয়োজন[সম্পাদনা কৰক]

মৰমৰ ৱিকিপিডিয়ান, মই ৱিকিপিডিয়াত নতুন আৰু এটা প্ৰবন্ধ পৃষ্ঠা সৃষ্টি কৰিছো। অনুগ্ৰহ কৰি সহায় কৰক। যাতে পৃষ্ঠাটো সঠিক ভাষাত থাকে। সেইকাৰণে আনসকলে মোৰ অনুবাদৰ বাবে বিলোপ কৰিবলৈ অনুৰোধ কৰিছে। অনুগ্ৰহ কৰি কিছু সম্পাদনা কৰক। মোঃ ছুন্নত আলী মল্লিক

सोहराब होसैन (বাৰ্তা) 04:02, 21 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শ্ৰেষ্ঠ অৱদানকাৰী বঁটা, মহাত্মা গান্ধী এডিটাথন, ২০২৩[সম্পাদনা কৰক]

The Epic Barnstar
The Epic Barnstar
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত সদ্য সমাপ্ত মহাত্মা গান্ধী এডিটাথন,২০২৩ৰ প্ৰতি আপুনি দেখুওৱা আন্তৰিক উৎসাহ আৰু নিস্বাৰ্থ অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। আপোনাৰ ৱিকি-যাত্ৰা ক্ৰমাৎ অধিক শক্তিশালী হওঁক। শুভকামনাৰে -অসমীয়া ৱিকিমিডিয়া সমাজ

JyotiPN (বাৰ্তা) 04:11, 12 October 2023 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]

এছিয়ান মাহৰ সহযোগী[সম্পাদনা কৰক]

এছিয়ান মাহৰ সহযোগী
হে ৱিকিসতীৰ্থ,

বৰ্তমান ৱিকিপিডিয়াত চলি থকা এছিয়ান মাহ ২০২৩ এডিটাথনত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -অসমীয়া ৱিকিমিডিয়া সমাজ

The Wikipedia Asian Month 2023 Barnstar[সম্পাদনা কৰক]