সদস্য বাৰ্তা:Yuvomilan Dev Society

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

--WikitanvirBot (talk) 07:03, 9 June 2018 (ইউ.টি.চি.)

পদক[সম্পাদনা কৰক]

New editor delivery.png প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
নতুন সম্পাদক হিচাপে অসমীয়া ৱিকিপিডিয়াত আপুনি দেখুওৱা উৎসাহ আৰু অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই বঁটা আগবঢ়োৱা হৈছে। আশা কৰোঁ আগলৈও এনেদৰে কাম কৰি আমাক উৎসাহিত কৰি থাকিব৷

- অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ


তথ্যউৎস[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। ৱিকিপিডিয়াৰ প্ৰবন্ধৰ এটা মূল নিয়ম হৈছে উপযুক্ত তথ্যউৎস বা ৰেফাৰেন্স সংযোগ কৰা যাতে কাৰো তথ্যগত আপত্তি নাথাকে। ইয়াৰ বাবে গুৰুত্বপূৰ্ণ শাৰীবোৰৰ পাছত তথ্যউৎস উল্লেখ কৰিব লাগে। ৰেফাৰেন্স যোগ কৰিবলৈ দুটা সঁজুলি আছে। Reftoolbar বা Hotcat সঁজুলিটো "পছন্দসমূহ>গেজেট>সম্পাদনাৰ সহায়ক আহিলাসমূহ" অংশলৈ গৈ সক্ৰিয় কৰি ল'ব পাৰিব। প্ৰবন্ধ এটা উৎস সম্পাদনা কৰোঁতে ৰেফটুলবাৰ সঁজুলিটো "উদ্ধৃতি" বুলি লিংকত পাব আৰু হট্‌কেট সঁজুলিটো পৃষ্ঠাৰ তললৈ পাব। ধন্যবাদ। — গীতাৰ্থ বৰদলৈ (talk) 13:41, 11 February 2020 (ইউ.টি.চি.)

-- গীতাৰ্থ বৰদলৈ মই ৱিকিপিডিয়াত নতুন হও। গতিকে সকলোবৰ বষয় মোৰ জনা নাই। আপোনালোকে মোক সহায় কৰিলে আগবাঢ়িব পাৰিম। আপুনি সহায় কৰাৰ বাবে অশেষ ধন্যবাদ। Yuvomilan Dev Society (talk) 14:46, 11 February 2020 (ইউ.টি.চি.)Yuvomilan Dev Society