ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
 
ৰঙালী বিশেষ
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
 
দ্বাদশ বৰ্ষ | এপ্ৰিল | ২০২৩ |চতুৰ্থ সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

সামাজিক অনুষ্ঠান, চাকৰি-বাকৰি, সাহিত্য, ৰাজনীতিৰ দৰে ৱিকি প্ৰকল্প সমূহতো লিংগ ব্যৱধান এটা লক্ষণীয় বিষয়। অসমীয়া বা আঞ্চলিক ভাষাসমূহতে নহয়, ইংৰাজী ৱিকিপডিয়া আৰু অন্যান্য প্ৰকল্পসমূহতো বিস্তৰ লিংগ ব্যৱধান দেখা যায়। এই লিংগ ব্যৱধান দুই প্ৰকাৰৰ- প্ৰথম, প্ৰকল্পসমূহত পুৰুষ আৰু মহিলা সম্পাদকৰ অংশগ্ৰহণৰ অনুপাতত বিস্তৰ পাৰ্থক্য আৰু দ্বিতীয়, আঞ্চলিক ভাষাৰ ৱিকিপিডিয়াবোৰত নাৰীৰ জীৱনী আৰু অন্যান্য নাৰী বিষয়ক সমল তুলনামূলকভাৱে তাকৰ। মহিলা সম্পাদকৰ অংশগ্ৰহণ বঢ়াবলৈ বা তেওঁলোকক উৎসাহিত কৰিবলৈ মহিলাৰ বাবে বিশেষ কৰ্মশালাৰ আয়োজন কৰাৰ উপৰি ৱিকি কৰ্মশালা, আলোচনাচক্ৰ, সন্মিলন আদিত মহিলাৰ অংশগ্ৰহণ যাতে উপযুক্ত অনুপাতত হয়, তাৰবাবে বিশেষ দৃষ্টি ৰখা হয়। আনহাতে ৱিকিপি়ডিয়াত যাতে নাৰী বিষয়ক সমল বৃদ্ধি পায়, তাৰবাবে আজি কেইবছৰমানৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত ৱিকি লাভছ্ ৱুমেন, আৰু নাৰীবাদ আৰু লোকগাথা শীৰ্ষক সম্পাদনা মেলা আয়োজন কৰি অহা হৈছে।

অসমীয়া ভাষাত তিনিটা ৱিকি প্ৰকল্পই নিজা ড’মেইন লাভ কৰিছে- ৱিকিপিডিয়া, ৱিকিউদ্ধৃতি আৰু ৱিকিউৎস। ইয়াৰে প্ৰথমটোত পুৰুষৰ প্ৰভূত্ব থকাৰ বিপৰীতে ৱিকিউৎসত মহিলাৰ অংশগ্ৰহণ অতি সন্তোষজনক। ৱিকিউৎসই আয়োজন কৰা “প্ৰুফৰিড-এ-থন”ত বহু কেইগৰাকী মহিলা সম্পাদকে স্থানীয় পৰ্যায়তেই নহয়, সৰ্বভাৰতীয় স্থানো দখল কৰিবলৈ সক্ষম হৈছে। তাৰ বিপৰীতে ২০১৯ চনৰ পৰা ২০২২ চনলৈ আয়োজিত নাৰীবিষয়ক এডিটাথনত মহিলাৰ অংশগ্ৰহণ বা বঁটাপ্ৰাপকৰ সংখ্যা সন্তোষজনক নহয়।

বৰ্তমান ১ ফেব্ৰুৱাৰীৰ পৰা ১৫ এপ্ৰিললৈ নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ চলি আছে আৰু তাত অসমীয়া ৱিকিপিডিয়ায়ো অংশগ্ৰহণ কৰিছে। এইবাৰৰ প্ৰতিযোগিতাত আজিৰ তাৰিখলৈ যোগদান কৰা ১২জন প্ৰতিযোগীৰ ৫গৰাকী মহিলা। শতাংশৰ হিচাপেৰে ৪২ শতাংশ; যিটো এক সন্তোষজনক সংখ্যা। মহিলা সম্পাদকৰ দ্বাৰা সৃষ্ট প্ৰবন্ধৰ সংখ্যাও পূৰ্বৰ তুলনাত বাঢ়িছে।

প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে মোক মনৰ কথা লিখিবলৈ কোৱা হৈছিল। পোনেপোনে ক'বলৈ হ’লে প্ৰতিযোগিতাৰ আয়োজকৰ কাণ্ড-কাৰখানাত মই সুখী নহয়। কথা হ’ল, যিহেতু ই এখন আন্তৰ্জাতিক পৰ্যায়ৰ প্ৰতিযোগিতা, সেয়েহে অংশগ্ৰহণকাৰীসকলো কমিউনিটিৰ বাবে ইয়াৰ মূল নীতি-নিয়মৰ সমতা থকা উচিত। কিন্তু বহু কমিউনিটিয়ে শীৰ্ষৰ বঁটাবোৰ হস্তগত কৰাৰ লক্ষ্যৰে নিজৰ সুবিধামতে নীতি-নিয়ম নিৰ্ধাৰণ কৰি লয়। বহু কমিউনিটিয়ে পোনপতীয়াকৈ যান্ত্ৰিকভাৱে অনূদিত প্ৰবন্ধকো গ্ৰহণ কৰিছে। পূৰ্বৰ প্ৰতিযোগিতাবোৰতো এনে খেলিমেলি দেখা গৈছিল। নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২১ত মাত্ৰ পঞ্চাচটা শব্দৰ ভিতৰত প্ৰবন্ধ লিখিও বৈশ্বিক পৰ্যায়ৰ শীৰ্ষৰ দুটা স্থান দখল কৰিছিল উৰ্দু ৱিকিপিডিয়াই। মানে কোনোবাই এশ মিটাৰ দৌৰিয়ে বিজয়ী হৈছে আৰু কোনোবাই চাৰিশ মিটাৰ দৌৰিও পৰাজিত। এয়া কোনো ক্ষেত্ৰতে নিশ্চয় যুক্তিসংগত নহয়। এনে অসমতা আৰু উদ্দেশ্য প্ৰণোদিত নীতি নিৰ্ধাৰণৰ বিৰুদ্ধে পূৰ্বেও আৰু এইবাৰো আয়োজকমণ্ডলীক অভিযোগ দিয়া হৈছিল। কিন্তু তেওঁলোকে ন্যায়সংগত ব্যৱস্থা ল’বলৈ অক্ষম।

যিয়েও নহওক বিভিন্ন ওজৰ-আপত্তি থাকিলেও এনে ধৰণৰ প্ৰতিযোগিতাবোৰৰ এক ভাল প্ৰভাৱ আছে। এইবাৰৰ প্ৰতিযোগিতাত জমা দিয়া প্ৰবন্ধৰ সংখ্যাই ইতিমধ্যে চাৰিশ অতিক্ৰম কৰিছে। প্ৰতিযোগিতাৰ শেষলৈ পাঁচশ অতিক্ৰম কৰাৰ আশা কৰিছোঁ। এইবেলি দুজন সদস্যৰ অজয় দাস আৰু chanakyakdas-ৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছোঁ। অজয় দাসে যেনিবা এটা প্ৰবন্ধৰে প্ৰতিযোগিতাত নামটো লিখাইছে। ঠিক প্ৰতিযোগীৰ মনোভাবেৰে অংশ নল'লেও ২০২২ চনৰ নাৰীবাদত –chanakyakdas-য়ে নাৰীৰ সৈতে জড়িত চিকিৎসা বিজ্ঞান সম্পৰ্কীয় ৭টা প্ৰবন্ধৰে অমূল্য অৱদান আগবঢ়াইছিল। তেওঁ কেৱল কাৰিকৰী দিশতে পাৰদৰ্শী নহয়, তেওঁৰ অনুবাদ দক্ষতাও অতি প্ৰশংসনীয়। শেষত মোক বিচাৰক হিচাপে মনোনীত কৰাৰ বাবে অসমীয়া ৱিকি কমিউনিটিক ধন্যবাদ জনালোঁ।
বাবুল বৈশ্য (বাৰ্তা) 05:02, 2 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

এহাজাৰ এনিশা বা আলিফ লেইলা (ইংৰাজী: One Thousand and One Nights) হৈছে ইছলামিক সোণালী যুগত আৰবী ভাষাত সংকলিত মধ্যপ্ৰাচ্যৰ লোককথাৰ সংকলন। ইয়াৰ প্ৰথম ইংৰাজী ভাষাৰ সংস্কৰণৰ পৰা (প্ৰায় ১৭০৬–১৭২১) ইংৰাজীত ইয়াক প্ৰায়ে আৰবীয়ান নাইটছ (ইংৰাজী: Arabian Nights) বুলি জনা যায়।

এই সংকলনখন বহু শতিকাজুৰি সমগ্ৰ পশ্চিম এছিয়া, মধ্য এছিয়া, দক্ষিণ এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ বিভিন্ন লেখক, অনুবাদক আৰু পণ্ডিতে সংগ্ৰহ কৰিছিল। ইয়াৰে কিছুমান কাহিনীৰ মূল প্ৰাচীন আৰু মধ্যযুগীয় আৰবী, মিচৰীয়, সংস্কৃত, পাৰ্চী, আৰু মেছ'পটেমিয়ান সাহিত্যত পোৱা যায়। বহুতো সাধু মূলতঃ আব্বাছি আৰু মামলুক যুগৰ লোককথা আছিল। আনহাতে আন কিছুমান সাধু, বিশেষকৈ মূল কাহিনীটো সম্ভৱতঃ পৰৱৰ্তী কালত আংশিকভাৱে ভাৰতীয় উপাদানৰ ওপৰত নিৰ্ভৰশীল পাহলৱী পাৰ্চী গ্ৰন্থ হেজাৰ আফছানৰ (ফাৰ্চী: هزار افسان) পৰা লোৱা হৈছে। এহেজাৰ এনিশাৰ সকলোবোৰ সংস্কৰণৰে উমৈহতীয়া উপাদান হৈছে শাসক শ্বাহৰিয়াৰক তেওঁৰ পত্নী শ্বেহেৰাজাদেই প্ৰতিটো নিশা এটাকৈ এই সাধুসমূহ কোৱাৰ কাহিনী। বিতংকৈ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ নন্-বাইনেৰীৰ বিষয়ে ইয়াত পঢ়ক...
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
বিহু বিশেষ আলোকচিত্ৰ
ব'হাগ বিহুৰ সময়ত অসমত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাক। চিত্ৰ শিল্পী: চিৰিং চন্দন
ব'হাগ বিহুৰ সময়ত অসমত পৰম্পৰাগতভাৱে খোৱা এশ এবিধ শাক। চিত্ৰ শিল্পী: চিৰিং চন্দন
উল্লেখনীয় ৱিকিমিডিয়ান

গীতাশ্ৰী গগৈ আপ্তে: ২০২১ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। কানাডাৰ ‘ৰকি পৰ্ব্বত’ উপত্যকাৰ কেলগেৰী নামৰ চহৰখনৰ বাসিন্দা এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ২,১৫৭ টা সম্পাদনা কৰিছে। অসমীয়া ৱিকিপিডিয়াত তেওঁ সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৩৪। তাৰোপৰি তেওঁ অসমীয়া ৱিকিউৎস, ৱিকিমিডিয়া কমন্স আদি ভগ্নী প্ৰকল্পলৈও উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে। গীতাশ্ৰী গগৈ আপ্তেৰ অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “প্ৰতিভাবান ন-সম্পাদকৰ পদক”, “নাৰীশক্তি পদক”, “উদগণি পদক”, “এই মাহৰ ৱিকিমিডিয়ান”, “সহযোগিতা পদক” আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
প্ৰণামিকা অধিকাৰী
ৱিকিউদ্ধৃতিৰ নীল নক্ষত্ৰ
কুলধৰ ৰাভা
ৱিকিউদ্ধৃতিৰ ন-যুঁ‌জাৰু
জলি ৰুমী বৰা
বিচাৰক পদক
বাবুল বৈশ্য,
দিব্য দত্ত
এডিটাথনৰ তেজীঘোঁৰা
বাবুল বৈশ্য,
ঈশান জ্যোতি বৰা,
নয়ন জ্যোতি নাথ,
চন্দন চিৰিং ফুকন
সহযোগিতা পদক
গীতাশ্ৰী গগৈ আপ্তে‎,
প্ৰাণজ্যোতি নাথ,
জোনালী বৰুৱা
প্ৰতিভাবান ন-সম্পাদকৰ পদক
সৌৰভ সাহা
উদীয়মান সম্পাদক পদক
পলাশজ্যোতি বৰা,
চন্দ্ৰিমা ৰাভা
ভাষিক সমন্বয় পদক
ঈশান কাশ্যপ হাজৰিকা




বিশেষ অভিলেখ
মাৰ্চ-২০২৩ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
উল্লেখনীয় কাম সম্পাদনা কৰক
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
সৃষ্টি কৰা প্ৰবন্ধসমূহ
মাৰ্চ-২০২৩ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৫২৮

নাৰীবাদ আৰু লোকগাথা ২০২৩ এডিটাথনৰ অন্তৰ্গত

  1. অতিপ্ৰাকৃতিক
  2. অনিতা গুপ্তা
  3. অনুপমা দেৱী
  4. অনুৰাধা পৌডৱাল
  5. অনুৰূপা দেৱী
  6. অন্ধবিশ্বাস
  7. অন্নপূৰ্ণা দেৱী
  8. অষ্ট্ৰিয়াৰ নাৰী
  9. অসিক্নী
  10. অৰুন্ধতী দেৱী
  11. অৰ্চনা পূৰণ সিং
  12. অৱা নৃত্য
  13. আইচলেণ্ডৰ নাৰী
  14. আইচিছ
  15. আউলা পূজা
  16. আজাৰবাইজানৰ নাৰী
  17. আফগানিস্তানৰ নাৰী
  18. আলজেৰিয়াৰ নাৰী
  19. আলবেনিয়াৰ নাৰী
  20. আলি বাবা আৰু চল্লিশটা চোৰ
  21. আলিছা চিনাই
  22. আহোই অষ্টমী
  23. আৰতি ছাৰিন
  24. আৰ্জেণ্টিনাৰ নাৰী
  25. ইউক্ৰেইনৰ নাৰী
  26. ইকুৱেডৰৰ নাৰী
  27. ইছাক্কি
  28. ইজিপ্তত লিংগ বৈষম্য
  29. ইটছ এ গাৰ্ল: দ্য থ্ৰী ডেডলিয়েষ্ট ৱৰ্ডছ ইন দ্য ৱৰ্ল্ড
  30. ইডলি
  31. ইণ্ডোনেছিয়াৰ নাৰী
  32. ইথিঅ’পিয়াৰ নাৰী
  33. ইভাঞ্জেলিন এণ্ডাৰছন-ৰাজকুমাৰ
  34. ইয়াংলি উৎসৱ
  35. ইহুদী লোককথা
  36. ইৰাকৰ নাৰী
  37. ইৰোম্বা
  38. উগ্ৰ নাৰীবাদ
  39. উজবেকিস্তানৰ নাৰী
  40. উজৰা বাট
  41. উত্তৰ কোৰিয়াত নাৰীৰ অধিকাৰ
  42. উত্তৰ কোৰিয়াৰ নাৰী
  43. উন্ধিয়ু
  44. উমাশশী
  45. উৰুলি
  46. ঊষা (দেৱী)
  47. ঋতুস্ৰাৱ আৰু হাস্যৰসৰ চিকিৎসা
  48. ঋতুস্ৰাৱৰ সমন্বয়
  49. এংগোলাৰ নাৰী
  50. একনংশা
  51. এগ্ন’ডাইছ
  52. এঞ্জেলিকা আৰিবাম
  53. এলা গান্ধী
  54. এষ্টাৰ লিছ
  55. এহেজাৰ এনিশা (লোকগাথা)
  56. ওমানৰ নাৰী
  57. ঔ-কুঁৱৰী
  58. কংগনা ৰাণাৱত
  59. কঢ়ী
  60. কনকলতা আই
  61. কনকলতা মহিলা বেংক
  62. কবিগান
  63. কমফোৰ্ট ৱুমেন
  64. কমলাদেৱী চট্টোপাধ্যায়
  65. কম্বোডিয়াৰ নাৰী
  66. কলকা
  67. কলম্বিয়াৰ নাৰী
  68. কল্পকাহিনীত কথা কোৱা প্ৰাণী
  69. কাকৈ
  70. কাচ্চী বিৰিয়ানী
  71. কাটাৰৰ নাৰী
  72. কাটেৰী আম্মান
  73. কাণ বিন্ধনী
  74. কাতি পূজা
  75. কাম্বালা
  76. কালা ভুনা
  77. কালিন্দী আই
  78. কাশ্মীৰী চাদৰ
  79. কিংকৰী দেৱী
  80. কিংখাপ
  81. কিংবদন্তি
  82. কিংবদন্তিমূলক জীৱ
  83. কিকলী
  84. কিৰণ খেৰ
  85. কিৰণজিৎ আলুৱালিয়া
  86. কুন্নিকল অজিতা
  87. কুফি
  88. কুব্জিকা
  89. কুমাৰীত্ব
  90. কুম্মি নৃত্য
  91. কুশান নৃত্য
  92. কুৱেইটৰ নাৰী
  93. কে সৰস্বতী আম্মা
  94. কে. এচ. চিত্ৰা
  95. কে. বি. সুন্দৰাম্বল
  96. কেঁচাগোল্লা
  97. কেটুবাহ
  98. কেনিয়াৰ নাৰী
  99. কেশ (শিখ ধৰ্ম)
  100. কোণ্ডাপল্লি কোটেশ্বৰম্মা
  101. কোৰিয়ান ড্ৰেগন
  102. কোৰ্মা
  103. ক্ৰ'য়েচিয়াৰ নাৰী
  104. ক্ৰান্তিকাৰী মহিলা আদিবাসী সংগঠন
  105. কৰভাৰ
  106. কৰিশ্মা কাপুৰ
  107. কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন (প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ) আইন, ২০১৩
  108. খেৰশুতী
  109. খেৰসূতী
  110. খোবা-খুবী
  111. গজৰা
  112. গটকা
  113. গণ্ডভেৰুণ্ড
  114. গামোচা
  115. গাৰ্লি গাৰ্ল
  116. গুঞ্জন সক্সেনা: দ্য কাৰ্গিল গাৰ্ল
  117. গুণেশ্বৰী দেৱী
  118. গুনিত মংগা
  119. গুল বৰ্ধন
  120. গুৰমীত বাৱা
  121. গোপাল ভোগ
  122. গোপালেৰ মা
  123. গোহৰ মামাজীৱালা
  124. গৌৰী শিন্দে
  125. গৰীয়া নৃত্য
  126. ঘানাৰ নাৰী
  127. ঘুমৰ
  128. চতুৰ্থ ঢৌৰ নাৰীবাদ
  129. চন্দৰী আই
  130. চম্পাৱতী (সাধু)
  131. চাইপ্ৰাছৰ নাৰী
  132. চাট (খাদ্য)
  133. চাট (বাঁ‌হৰ সঁ‌জুলি)
  134. চাথাৰ
  135. চাদৰ নাৰী
  136. চাবাণ্টু
  137. চিত্ৰা দেৱ
  138. চিলনীৰ জীয়েকৰ সাধু
  139. চিৰা
  140. চুনীবালা দেৱী
  141. চূড়ামণি
  142. চেক গণৰাজ্যৰ নাৰী
  143. চেণ্টাৰ ফৰ ৰিপ্ৰ’ডাক্টিভ ৰাইটছ্
  144. চৰিত তোলা
  145. ছংকক
  146. ছালু নিগম
  147. ছিংগাপুৰৰ নাৰী
  148. ছিষ্টাৰ্ছ ইন ইছলাম
  149. ছুফিয়া কামাল
  150. ছেইলাম নৃত্য
  151. ছেনেগালৰ নাৰী
  152. ছোমালিয়াৰ নাৰী
  153. ছৌ নৃত্য
  154. ছৌদি আৰবত নাৰীৰ অধিকাৰ
  155. জধিয়া বাঈ বাইগা
  156. জয়ন্তী নায়ক
  157. জানকী বাঈ
  158. জাপানী ড্ৰেগন
  159. জামাই ষষ্ঠী
  160. জাৰ্মানীৰ নাৰী
  161. জে. দেৱিকা
  162. জোহানছন বিশ্লেষণ
  163. জোহৰা ছেহগল
  164. জ্যোতি (দেৱী)
  165. ঝুম নৃত্য
  166. ঝুলন গোস্বামী
  167. টাইৱানৰ নাৰী
  168. টিউনিছিয়াৰ মহিলা
  169. টিপ্পনী নৃত্য
  170. টুলুনী উৎসৱ
  171. টেফনূট
  172. ট্ৰান্সমেস্কুলাইন হৰম’ন থেৰাপী
  173. ট্ৰিনিদাদ আৰু ট’বাগোৰ নাৰী
  174. ডলী ঘোষ
  175. ডাইনী বল
  176. ডিম্পল কপাড়িয়া
  177. ঢাকাইয়া ৰন্ধনশৈলী
  178. ঢোপ খেল
  179. তামিল ৰন্ধনশৈলী
  180. তাৰা আলি বেইগ
  181. তাৰা সুন্দৰী
  182. তুৰস্কৰ নাৰী
  183. তৃতীয় ঢৌৰ নাৰীবাদ
  184. তৃপ্তি ডিমৰি
  185. তৃপ্তি মিত্ৰ
  186. ত্বৰিতা
  187. ত্ৰিপুৰা সুন্দৰী
  188. ত্ৰিবেণী আচাৰ্য
  189. ত্ৰিভূৱন মহাদেৱী প্ৰথম
  190. থানমানা পূজা
  191. দক্ষিণ কোৰিয়াৰ নাৰী
  192. দক্ষিণ ছুদানৰ নাৰী
  193. দদ্‌গাং
  194. দপ্পন কুথু
  195. দলিত নাৰীবাদ
  196. দলিযুঁজ আৰু হেঙাৰভঙা উৎসৱ
  197. দহি পুৰি
  198. দাসকাঠিয়া
  199. দিশা পাৰমাৰ
  200. দীনা পাঠক
  201. দুপাট্টা
  202. দেৱল দেৱী
  203. দৈয়ন দিয়া
  204. দ্বিতীয় ঢৌৰ নাৰীবাদ
  205. দৰঙী খুলীয়া ভাউৰীয়া
  206. দৰ্শনা জাভেৰী
  207. ধাই
  208. নং টানি
  209. নকুল দানা
  210. নজৰিয়া
  211. নন্-বাইনেৰী
  212. নলিনী জমীলা
  213. নলিনী পাৰ্থসাৰথি
  214. নাও খেল
  215. নাকফুলি
  216. নাগাৰা নাম
  217. নামিবিয়াৰ নাৰী
  218. নাহিদ আফ্ৰিন
  219. নাৰীবাদ আৰু সমতা
  220. নাৰীবাদত পুৰুষ
  221. নাৰীবাদী দৰ্শন
  222. নাৰীবাদী নৈতিকতা
  223. নাৰীবাদী ভাষা সংস্কাৰ
  224. নাৰীবাদী মনোবিজ্ঞান
  225. নাৰীবাদী শান্তি গৱেষণা
  226. নাৰীৰ অধিকাৰ
  227. নিকাৰাগুয়াত লিংগ সমতা
  228. নূট
  229. নেপালৰ নাৰী
  230. নেফথিছ
  231. নেলী সেনগুপ্ত
  232. পদ্মাপ্ৰিয়া
  233. পল্লৱী যোশী
  234. পাণ্ডৱনী
  235. পান্না ধাই
  236. পাপুৱা নিউ গিনিত নাৰীৰ অধিকাৰ
  237. পাৰিবাৰিক লোককথা
  238. পি. কে. ৰোজী
  239. পি. ভানুমতী
  240. পি. সুশীলা
  241. পিজৌ গাভৰু
  242. পিতাং অয়িং
  243. পিদাৰী
  244. পুৰাং আপিন
  245. পূব টিমৰৰ নাৰী
  246. পেলেষ্টাইনৰ মহিলা
  247. পেৰাগুৱেৰ নাৰী
  248. পেৰুৰ নাৰী
  249. প্ৰকৃতি আই
  250. প্ৰথম ঢৌৰ নাৰীবাদ
  251. প্ৰসাদ
  252. প্ৰীতিলতা ওৱাদ্দেদাৰ
  253. প্ৰেত
  254. পৰিৱেশ নাৰীবাদ
  255. পৰ্তুগালৰ নাৰী
  256. পৰৱাই মুন্নিয়াম্মা
  257. ফা হেং
  258. ফিনলেণ্ডৰ মহিলা
  259. ফিনিক্স (কিংবদন্তি)
  260. ফুলমনি দাসী ধৰ্ষণ গোচৰ
  261. ফুলৰেণু গুহ
  262. ফেই ডিছ'জা
  263. ফ্লামেঙ্কো
  264. ফ্ৰান্সৰ নাৰী
  265. বঙালী ৰন্ধনশৈলী
  266. বজ্ৰাংগী আই
  267. বনিলী খ’ঙমেন
  268. বসুন্ধৰা ৰাজে
  269. বাংলাদেশী ৰন্ধনশৈলী
  270. বাংলাদেশৰ নাৰী
  271. বাউল
  272. বাটাচা
  273. বাণী কাপুৰ
  274. বান্ধনী
  275. বাষ্টেট
  276. বাহৰেইনৰ নাৰী
  277. বাৰবাসী আই
  278. বিদেশীয়া
  279. বিব্বো (অভিনেত্ৰী)
  280. বিশালাক্ষী
  281. বিশ্লেষণাত্মক নাৰীবাদ
  282. বীণা বাৰুৱতী
  283. বীণা শেঠ লস্কৰী
  284. বুটা
  285. বুলগেৰিয়াৰ নাৰী
  286. বৃন্দা কাৰাট
  287. বেগম ছমৰু
  288. বেলজিয়ামৰ নাৰী
  289. বেশৰ্মী মৰ্চা
  290. বৈসাবি উৎসৱ
  291. বৈৰাতী নৃত্য
  292. ব্লেংক নয়জ
  293. ব্ৰুনেইৰ নাৰী
  294. বৰ্ণালী দাস
  295. ভগিনী নিবেদিতা
  296. ভাদমহীয়া নাম
  297. ভাৰতত কন্যা ভ্ৰুণ হত্যা
  298. ভাৰতত মহিলা শিক্ষা
  299. ভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলন
  300. ভাৰতত মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণ
  301. ভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলা
  302. ভুৱা ব্যুৎপত্তিবিজ্ঞান
  303. ভূতকথা
  304. ভূৱনেশ্বৰী আই
  305. ভোকাতুৰ ভূত
  306. ভোগ
  307. ভৰি বান্ধি ৰখা
  308. ভৱানী
  309. মংগোলিয়াৰ নাৰী
  310. মটকি নৃত্য
  311. মনোৰমা (অভিনেত্ৰী)
  312. মমিতা (নৃত্য)
  313. মলিনা দেৱী
  314. মহাকপি জাতক
  315. মহিলা সংৰক্ষণ বিধেয়ক
  316. মহুৱা মুখাৰ্জী
  317. মাছৰ টেঙা
  318. মাতৃতন্ত্ৰ
  319. মাতৃত্বকালীন মৃত্যু
  320. মাতৃদেৱী
  321. মানুহ খোৱা গছ
  322. মালয়েছিয়াৰ নাৰী
  323. মালা
  324. মালিনী চিব
  325. মাৰ্গাৰেট আলভা
  326. মিচেল য়হ
  327. মিটু আন্দোলন
  328. মিতু খুৰানা
  329. মীনা উপাধ্যায়
  330. মুইনাৰী কাণ্ঠি মিছাৱা
  331. মুকাম্বিকা দেৱী
  332. মুছলমান ধুবী
  333. মুড়ি
  334. মুণ্ডমালা
  335. মৃদুল ৱাধৱা
  336. মেক লাভ নট স্কাৰছ্
  337. মেক্সিকোৰ নাৰী
  338. মেঘনা গুলজাৰ
  339. মেজবান
  340. মেল গে'জ
  341. মেষ্টেক্টমী
  342. মেহতাব (অভিনেত্ৰী)
  343. মেৰী ফেণ্টন
  344. মোডক
  345. মোধেশ্বৰী মাতা
  346. মোহিনী ৰাজকুমাৰী
  347. মৰিচাছৰ নাৰী
  348. যক্ষগণ
  349. যজ্ঞ
  350. যমুনা টুডু
  351. যশোধৰা বাগচী
  352. য়েমেনৰ নাৰী
  353. যাত্ৰা (নাট্য পৰম্পৰা)
  354. যোগমায়া
  355. যোগীন মা
  356. ললিথাম্বিকা অন্তৰ্জনাম
  357. লাওছৰ নাৰী
  358. লিপষ্টিক নাৰীবাদ
  359. লীলা মজুমদাৰ
  360. লেট'
  361. লেণ্ড অৱ উইড'ছ
  362. লেবাং বুমানি নৃত্য
  363. লেবাননৰ নাৰী
  364. লোককথা আৰু পৌৰাণিক কাহিনীত অজাচাৰ
  365. লোকস্মৃতি
  366. শক্তি মিল দলবদ্ধ ধৰ্ষণ
  367. শশা তিৰুপতি
  368. শান্তা গান্ধী
  369. শান্তা গোখলে
  370. শিল্পা ৰাও
  371. শুভা খোটে
  372. শোভনা নাৰায়ণ
  373. শোভা গুৰ্টু
  374. শ্বজিবু নোংমা পানবা
  375. শ্বৰীফা হামিদ আলী
  376. শ্ৰী মহিলা গৃহ উদ্যোগ লিজ্জত পাপড়
  377. শ্ৰী স্বস্থানী
  378. শ্ৰীলংকাৰ নাৰী
  379. শ্ৰীলতা বাটলিৱালা
  380. শ্ৰুতিকথা
  381. শৰণৰাণী বাকলিৱাল
  382. সংজ্ঞা (দেৱী)
  383. সত্যা
  384. সবিতা দেৱী
  385. সভা
  386. সাংগ্ৰাই উৎসৱ
  387. সাতজন জ্ঞানী গুৰু
  388. সাতশাকী
  389. সাধনা সৰগম
  390. সাধুকথা
  391. সিংহাসন বট্টিছি
  392. সুচিত্ৰা ভট্টাচাৰ্য
  393. সুচিলা অনিতা বনাৰ্জী
  394. সুদেষ্ণা সিন্‌হা
  395. সুনিধি চৌহান
  396. সুনীতা উইলিয়ামছ
  397. সুবচনী পূজা
  398. সুমতী আই
  399. সুমিত্ৰা চৰত ৰাম
  400. সুলভা দেশপাণ্ডে
  401. সুহাসিনী মুলে
  402. সুৱাগুৰি তোলা
  403. সূৰ্যৱতী
  404. সোণালী বসু
  405. স্বাতী অজয় পিৰামল শ্বাহ
  406. স্বৰ্ণলতা
  407. সৰনা ধৰ্ম
  408. সৰহুল
  409. সৰিতা যোশী
  410. সৰোজা বৈদ্যনাথন
  411. হা-ঈ
  412. হিন্দু ধৰ্ম আৰু গৰ্ভপাত
  413. হিৰণ্যগৰ্ভ
  414. হীৰাবাঈ ইব্ৰাহিম লোবি
  415. হেপ্পী টু ব্লিড
  416. হেমা চৌধুৰী
  417. হেমো আইদেউ
  418. হেলেন কেলাৰ
  419. হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি
  420. ৰ'জি আফচাৰি
  421. ৰংগনায়কী
  422. ৰক্তেশ্বৰী
  423. ৰঙিলী আইদেউ
  424. ৰবিন ৱাল কিমাৰাৰ
  425. ৰবীনা টেণ্ডন
  426. ৰশ্মি আনন্দ
  427. ৰহাৰ ৰহদৈ
  428. ৰাছিয়াৰ নাৰী
  429. ৰাজকন্যা ডিশ্ৰু
  430. ৰাজপথৰ হাৰাশাস্তি
  431. ৰাজশ্ৰী বিৰলা
  432. ৰাণী কৰ্ণাৱতী
  433. ৰাণী ভৱানী
  434. ৰাধা আৰু ৰুক্মিণী
  435. ৰাধিকা শান্তি
  436. ৰীতা গাংগুলী
  437. ৰীতা বেনাৰ্জি
  438. ৰুনা লাইলা
  439. ৰুমাল
  440. ৰেখা মিশ্ৰ
  441. ৰেখা ৰাজু
  442. ৰেশমা কুৰেশ্বী
  443. ৰোগন জোশ
  444. ৰোহিনী হট্টংগড়ী
  445. ৱান্‌চো নগা
  446. ৱিণ্ড চাইম

সানমিহলি

  1. আৰ্লিং হালেণ্ড
  2. ইউকো বেংক
  3. ইউনিয়ন বেংক অৱ ইণ্ডিয়া
  4. ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক
  5. ইণ্ডিয়ান অভাৰচিজ বেংক
  6. ইণ্ডিয়ান বেংক
  7. ইয়েছ বেংক
  8. এয়াৰটেল পেমেণ্টছ বেংক
  9. এয়াৰটেল
  10. কঠীয়াতলি
  11. কাংগড়ী
  12. কানাড়া বেংক
  13. কুলূঈ
  14. খেলমা জনগোষ্ঠী
  15. গঢ়ৱালী ভাষা
  16. গদী ভাষা
  17. চম্বয়ালী
  18. চুৰাহী
  19. চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া
  20. ছাউথʼ ইণ্ডিয়া বেংক
  21. জাগী ভকতগাঁও
  22. জিঅ' পেমেণ্টছ বেংক
  23. জিঅ'
  24. জুমলী ভাষা
  25. জৌনসাৰী ভাষা
  26. তেতেলিয়া
  27. তোষেশ্বৰ চেতিয়া
  28. ধূপধৰা
  29. নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক
  30. নেলী
  31. পংগৱাড়ী
  32. পঞ্জাৱ এণ্ড সিন্ধ বেংক
  33. পঞ্জাৱ নেচনেল বেংক
  34. পাটেকীবৰি
  35. পানীমূৰ
  36. পাহাড়ী কিনৌৰী ভাষা
  37. পেটিএম পেমেণ্টছ বেংক
  38. ফিনো পেমেণ্টছ বেংক
  39. ফেডাৰেল বেংক
  40. বন্ধন বেংক
  41. বৰ্ণিহাট
  42. বিলাসপুৰী
  43. বেংক অৱ ইণ্ডিয়া
  44. বেংক অৱ বৰোদা
  45. বেংক অৱ মহাৰাষ্ট্ৰ
  46. ভটিয়ালী
  47. ভদৰৱাহী
  48. ভাৰত সঞ্চাৰ নিগম লিমিটেড
  49. ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক
  50. ভূৰাগাঁও মহাবিদ্যালয়
  51. মণ্ডিয়ালী
  52. মহাসু পাহাড়ী
  53. মেন্দিপথাৰ
  54. যমুনামুখ
  55. যোগীজান
  56. লাহৰিঘাট
  57. শিলচাং
  58. সিৰমৌৰী
  59. সীতাজখলা দুগ্ধ উন্নয়ন সমবায় সমিতি
  60. স্বৰ্গ
  61. হয়বৰগাঁও
  62. হিণ্ডূৰী ভাষা
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
বাবুল বৈশ্য ৪৬৯ - - - -
চন্দন চিৰিং ফুকন ৪৪০ ১৪ ৫৭ - -
Dipankar Das ৮৬ - - - -
গীতাৰ্থ বৰদলৈ ৬২ - - -
পংকজ জ্যোতি মহন্ত - - - -
ঈশান কাশ্যপ হাজৰিকা ৩৯ - - - -
ঈশান জ্যোতি বৰা ৩১৮ - -
Jadab2018 ১৪ - - -
জলী ৰুমী বৰা ৬৩ ১৯৭ - - -
১০ জোনালী বৰুৱা ১৬ - - - -
১১ প্ৰাণজ্যোতি নাথ ৭০ - - -
১২ Kandarpajit Kallol ৩৩ - - - -
১৩ কুলধৰ ৰাভা ৬৭ ৪৮ ২১৯ ৫৬
১৪ মৃদুল সিংহ ফুকন - - - -
১৫ নয়ন জ্যোতি নাথ ৪৩৩ - ৫৭ -
১৬ প্ৰণামিকা অধিকাৰী ৫০৯ ১১৯ - -
১৭ ৰুমী বৰা ২৫ ১৫ - -
১৮ Sunandaranisaha ১২ - - - -
১৯ Pallabi Dutta.Baruah - - - -
২১ চন্দ্ৰিমা ৰাভা ১০ - - -
২২ দিব্য দত্ত ২৩৮ - - - -
২৩ দীপকজ্যোতি মহন্ত ৩৮ ২৪ - - -
২৪ পলাশজ্যোতি বৰা ২৪ - - - -
২৫ মৌচুমী ছেত্ৰী ১৩ - - - -
২৬ হিমাদ্ৰী হাজৰিকা বৰুৱা - - - -
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।