সদস্য বাৰ্তা:পলাশজ্যোতি বৰা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

AdoroniBot (বাৰ্তা) 18:46, 3 September 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিসভা[সম্পাদনা কৰক]

আজি সন্ধিয়া ৮ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মাৰ্চ মাহৰ অনলাইন ৱিকিসভালৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ।

গুগল মীটৰ লিংক: https://meet.google.com/yjb-azdx-she -Chandan Chiring Phukon Chat 13:26, 26 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

উদীয়মান সম্পাদক পদক[সম্পাদনা কৰক]

উদীয়মান সম্পাদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে এগৰাকী নতুন সদস্য হিচাপে আপুনি যোৱা মাহত অসমীয়া ৱিকিপিডিয়ালৈ আগবঢ়োৱা বৰঙণিলৈ চাই আপোনাক “উদীয়মান সম্পাদক” পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ


-Nayan j Nath (বাৰ্তা) 15:31, 31 March 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]