ধূপধৰা
অৱয়ব
ধূপধৰা নামনি অসমৰ গোৱালপাৰা জিলাৰ পূবে অৱস্থিত এখন গাঁও। ই মেঘালয়ৰ সীমান্তবৰ্তী এখন গাঁও।
ইয়াতে ধূপধৰা ষ্টেচন বুলি এখন ৰে'লওয়ে ষ্টেচন আছে। কামাখ্যা জংচন- নিউ বঙাইগাঁও ৰে'ল (গোৱালপাৰায়েদি) লাইনটো ইয়াৰ ওপৰেদি পাৰ হৈছে। গোৱালপাৰা হৈ নিউ বঙাইগাঁও-কামাখ্যা লাইনটোৰ দৈৰ্ঘ্য হৈছে ১৭৬ কিলোমিটাৰ, আৰু দুধনৈৰ পৰা ধূপধৰালৈকে ইয়াৰ দৈৰ্ঘ্য হৈছে ২৯.৭১ কিলোমিটাৰ।[1][2][3]
শিক্ষা
[সম্পাদনা কৰক]গাঁওখনত কেইবাখনো বিদ্যালয়-মহাবিদ্যালয় আছে। সেইকেইটা হ'ল;
- শংকৰদেৱ শিশু বিদ্যা নিকেতন, ধূপধৰা[4]
- ছেন্ট থেৰেছা ইংলিছ মিডিয়াম স্কুল
- ধূপধৰা হাইস্কুল
- চৰকাৰী বিষ্ণু ৰাভা প্ৰাথমিক বিদ্যালয়
- বিষ্ণুপুৰ মাধ্যমিক বিদ্যালয়
- জয়চন্দ্ৰ মেধি মাধ্যমিক বিদ্যালয়
- বিকালি মহাবিদ্যালয়
- ট্ৰিনিটি জুনিয়ৰ কলেজত
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ https://www.sentinelassam.com/guwahati-city/nf-railway-commissions-double-line-between-dudhnoi-and-dhupdhara-625569
- ↑ https://nenow.in/north-east-news/assam/assam-dudhnai-dhupdhara-double-line-under-nf-railway-commissioned.html
- ↑ https://easternmirrornagaland.com/double-line-between-dudhnai-and-dhupdhara-stations-commissioned/
- ↑ https://www.asomiyapratidin.in/homepage/silver-jubilee-preparation-in-shankardev-sishu-niketan-dhupdhara