বেংক অৱ মহাৰাষ্ট্ৰ
অৱয়ব
| ধৰণ | ৰাজহুৱা |
|---|---|
| উদ্যোগ | বেংকিং, বিত্তীয় সেৱা |
| স্থাপিত | ১৯৩৫ চন |
| মুখ্য কাৰ্যালয় | শিৱাজীনগৰ, পুনে, মহাৰাষ্ট্ৰ |
| দেশ/অঞ্চল | ভাৰত |
| পণ্য | খুচুৰা বেংকিং, কৰ্পৰেট বেংকিং, বিত্ত আৰু বীমা, বিনিয়োগ বেংকিং, বন্ধকী ঋণ, ব্যক্তিগত বেংকিং, সম্পদ ব্যৱস্থাপনা, ক্ৰেডিট কাৰ্ড, সঞ্চয়, ছিকিউৰিটিজ |
| ৰাজহ | ₹ ১২,৭১০.৫৮ কোটি (২০২০) |
| কাৰ্যকৰ আয় | ₹ ৪,৪৩০.০৩ কোটি (২০২০) |
| মুঠ আয় | ₹ ২৬৩.৬২ কোটি (২০২০) |
| মুঠ সম্পত্তি | ₹ ১১,৭৪৭.৫৭ কোটি (২০২০) |
| Total equity | ₹ ২,০৫,৮৯০ কোটি (২০২০) |
| কৰ্মচাৰীৰ সংখ্যা | ১৫,৭১০ (২০২০) |
| ৱেবছাইট | https://www.bankofmaharashtra.in |
বেংক অৱ মহাৰাষ্ট্ৰ ভাৰতৰ এটা ৰাজহুৱা খণ্ডৰ বেংক, যাৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত। ১৯৩৫ চনৰ ১৬ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হোৱা এই বেংকটোৱে ৮৫ বছৰতকৈও অধিক সময় ধৰি কাম কৰি আহিছে।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "The beginning, Bank of Maharashtra". bankofmaharashtra.in. https://bankofmaharashtra.in/the-begining.