ইণ্ডিয়ান অভাৰচিজ বেংক
অৱয়ব
| ধৰণ | ৰাজহুৱা |
|---|---|
| উদ্যোগ | বেংকিং, বিত্তীয় সেৱা |
| স্থাপিত | ১৯৩৭ চন |
| মুখ্য কাৰ্যালয় | চেন্নাই, তামিলনাডু, ভাৰত |
| দেশ/অঞ্চল | ভাৰত |
| পণ্য | খুচুৰা বেংকিং, কৰ্পৰেট বেংকিং, বিত্ত আৰু বীমা, বিনিয়োগ বেংকিং, বন্ধকী ঋণ, ব্যক্তিগত বেংকিং, সম্পদ ব্যৱস্থাপনা, ক্ৰেডিট কাৰ্ড, সঞ্চয়, ছিকিউৰিটিজ |
| ৰাজহ | ₹ ১২,১১১.১২ কোটি (২০২০) |
| কাৰ্যকৰ আয় | ₹ ২,৩৮৩.৪৪ কোটি (২০২০) |
| মুঠ আয় | ₹ -৫,২০৪.৪৭ কোটি (২০২০) |
| মুঠ সম্পত্তি | ₹ ২,৫৬,৮৫৮.২৪ কোটি (২০২০) |
| Total equity | ₹ ১৪,০৬০.০৪ কোটি (২০২০) |
| কৰ্মচাৰীৰ সংখ্যা | ২৬,৮৮৭ (২০২০) |
| ৱেবছাইট | www.iob.in |
ইণ্ডিয়ান অভাৰচিজ বেংক (আই অ’ বি) ভাৰতৰ এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯৩৭ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা এই বেংকটোৰ মুখ্য কাৰ্যালয় তামিলনাডুৰ চেন্নাইত আৰু ই সমগ্ৰ ভাৰতৰ ৩,৩০০ৰো অধিক শাখা আৰু বহিঃৰাজ্যত ৬টা শাখাৰ নেটৱৰ্কৰ জৰিয়তে কাম কৰে। এই বেংকে ব্যক্তিগত বেংকিং, কৰ্পৰেট বেংকিং, আন্তঃৰাষ্ট্ৰীয় বেংকিং, গ্ৰাম্য বেংকিংকে ধৰি বিভিন্ন বিত্তীয় সেৱা আগবঢ়ায়।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "About us, Indian Overseas Bank". iob.in. Archived from the original on 2023-03-27. https://web.archive.org/web/20230327055312/https://www.iob.in/aboutus.aspx#..