খেৰসূতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

খেৰসূতী (১৫ শতিকা) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আইতাক আছিল। তেওঁৰ দেউতাক আছিল ৰাম চৌধাৰী। সূৰ্যবৰ ভূঞা আছিল তেওঁৰ পতি। শংকৰদেৱৰ মাতৃ সত্যসন্ধা শংকৰদেৱৰ নিচেই সৰু কালতে ঢুকোৱাৰ ফলত খেৰসূতীয়েই শংকৰদেৱক তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। শ্ৰীমন্ত শকৰদেৱ প্ৰথম বাৰ তীৰ্থ ভ্ৰমণৰ পৰা ঘূৰি অহাৰ পিছলৈকে খেৰসূতী জীয়াই আছিল[1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৬