চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া
অৱয়ব
(চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ পৰা পুনঃনিৰ্দেশিত)
চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া (ইংৰাজী: Central Bank of India) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত মুখ্য কাৰ্যালয় থকা এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯১১ চনত প্ৰতিষ্ঠা হোৱা এই বেংক ভাৰতৰ অন্যতম পুৰণি বেংক। সমগ্ৰ ভাৰততে এই বেংকটোৰ ৪ হাজাৰৰো অধিক শাখা আৰু ৫ হাজাৰৰো অধিক এটিএমৰ নেটৱৰ্ক আছে।[1]
| ধৰণ | ৰাজহুৱা খণ্ডৰ বেংক |
|---|---|
| উদ্যোগ | বেংকিং, বিত্তীয় সেৱা |
| স্থাপিত | ১৯১১ চন |
| মুখ্য কাৰ্যালয় | মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| দেশ/অঞ্চল | ভাৰত |
| পণ্য | খুচুৰা বেংকিং, কৰ্পৰেট বেংকিং, বিত্ত আৰু বীমা, বিনিয়োগ বেংকিং, বন্ধকী ঋণ, ব্যক্তিগত বেংকিং, সম্পদ ব্যৱস্থাপনা, ক্ৰেডিট কাৰ্ড, সঞ্চয়, ছিকিউৰিটিজ |
| ৰাজহ | ₹ ২৬,৮৭৫.৮১ কোটি (২০২০) |
| কাৰ্যকৰ আয় | ₹ ৪,৩২৪.৫৪ কোটি (২০২০) |
| মুঠ আয় | ₹ -২,৫১৩.৫২ কোটি (২০২০) |
| মুঠ সম্পত্তি | ₹ ৩,১১,৬৯৬.০৯ কোটি (২০২০) |
| Total equity | ₹ ১৬,৯০১.৭৫ কোটি (২০২০) |
| কৰ্মচাৰীৰ সংখ্যা | ৩১,৬৯২ (২০২০) |
| ৱেবছাইট | www.centralbankofindia.co.in |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Profile । Central Bank of India". centralbankofindia.com. Archived from the original on 2023-03-27. https://web.archive.org/web/20230327075735/https://www.centralbankofindia.co.in/en/about-us/profile.