কানাড়া বেংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা


কানাড়া বেংক
ধৰণ ৰাজহুৱা
উদ্যোগ বেংকিং, বিত্তীয় সেৱা
স্থাপিত ১৯০৬ চন
মুখ্য কাৰ্যালয় বেংগালুৰু, কৰ্ণাটক, ভাৰত
দেশ/অঞ্চল ভাৰত
পণ্য খুচুৰা বেংকিং, কৰ্পৰেট বেংকিং, বিত্ত আৰু বীমা, বিনিয়োগ বেংকিং, বন্ধকী ঋণ, ব্যক্তিগত বেংকিং, সম্পদ ব্যৱস্থাপনা, ক্ৰেডিট কাৰ্ড, সঞ্চয়, ছিকিউৰিটিজ
ৰাজহ ৫৬,০৬৫ কোটি (২০২০)
কাৰ্যকৰ আয় ১৫,৯৯০ কোটি (২০২০)
মুঠ আয় ৩,৮৫৮ কোটি (২০২০)
মুঠ সম্পত্তি ৭,৪২,০৯১ কোটি (২০২০)
Total equity ৫৪,৭৭৩ কোটি (২০২০)
কৰ্মচাৰীৰ সংখ্যা ৫৮,৩৫০ (২০২০)
ৱেবছাইট www.canarabank.com

কানাড়া বেংক ভাৰতৰ অন্যতম পুৰণি আৰু বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক, ইয়াৰ মুখ্য কাৰ্যালয় কৰ্ণাটকৰ বাংগালুৰুত অৱস্থিত। ১৯০৬ চনত প্ৰতিষ্ঠা হোৱা এই বেংকটোৱে ভাৰতৰ অন্যতম আগশাৰীৰ বেংক হিচাপে পৰিগণিত হৈছে, ইয়াৰ সমগ্ৰ দেশতে ১০,০০০ ৰো অধিক শাখা আৰু ১৩,০০০ এটিএমৰ নেটৱৰ্ক আছে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]