ইণ্ডিয়ান বেংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইণ্ডিয়ান বেংক হৈছে ভাৰতৰ তামিলনাডুৰ চেন্নাইত মুখ্য কাৰ্যালয় থকা এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯০৭ চনত প্ৰতিষ্ঠা হোৱা এই বেংক ভাৰতৰ অন্যতম পুৰণি বেংক। সমগ্ৰ ভাৰততে বেংকটোৰ ৬ হাজাৰৰো অধিক শাখা আৰু ৭ হাজাৰৰো অধিক এটিএমৰ নেটৱৰ্ক আছে।[1]

ইণ্ডিয়ান বেংক
ধৰণ ৰাজহুৱা
উদ্যোগ বেংকিং, বিত্তীয় সেৱা
স্থাপিত ১৯০৭ চন
মুখ্য কাৰ্যালয় চেন্নাই, তামিলনাডু, ভাৰত
দেশ/অঞ্চল ভাৰত
পণ্য খুচুৰা বেংকিং, কৰ্পৰেট বেংকিং, বিত্ত আৰু বীমা, বিনিয়োগ বেংকিং, বন্ধকী ঋণ, ব্যক্তিগত বেংকিং, সম্পদ ব্যৱস্থাপনা, ক্ৰেডিট কাৰ্ড, সঞ্চয়, ছিকিউৰিটিজ
ৰাজহ ২৪,৫০৬.০২ কোটি (২০২০)
কাৰ্যকৰ আয় ৭,৬৬২.৯২ কোটি (২০২০)
মুঠ আয় ১,৬৩৫.৫০ কোটি (২০২০)
মুঠ সম্পত্তি ৪,৭৭,৭৪২.৭৭ কোটি (২০২০)
Total equity ৩০,৩৩৫.৫৬ কোটি (২০২০)
কৰ্মচাৰীৰ সংখ্যা ৪৩,৯১৩ (২০২০)
ৱেবছাইট www.indianbank.in

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "A BRIEF HISTORY OF THE BANK SINCE ITS INCORPORATION". indianbank.in. https://www.indianbank.in/departments/banks-profile/#.