ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০১৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা :: এপ্ৰিল, ২০১৩


অসমীয়া ৱিকিপিডিয়াৰ অনলাইন মাহেকীয়া দাপোণ

এই আলোচনীৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা।


এপ্ৰিল, ২০১৩অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:


অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ২২০০ টালৈ বৃদ্ধি পালে। (৩০ এপ্ৰিল, ২০১৩)


ভাল প্ৰবন্ধ


অন্যান্য কেইটামান উল্লেখনীয় প্ৰবন্ধ



হাজোৰ মাধৱ মন্দিৰত মাঘ বিহুত অনুষ্ঠিত হোৱা বুলবুলি চৰাইৰ যুঁজ। আলোকচিত্ৰশিল্পী: যুগল ভৰালী
নিৰ্বাচিত চিত্ৰ



অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম




প্ৰচাৰপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ সজোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল। ধন্যবাদ