ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০১৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা
তৃতীয় বৰ্ষ | মাৰ্চ | ২০১৪ | প্ৰথম সংখ্যা

অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ মাহেকীয়া দাপোণ

এই পৃষ্ঠাৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা।


মাৰ্চ, ২০১৪অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:


অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ২৮০০ টালৈ বৃদ্ধি পালে।
প্ৰচাৰ
  • ৰাষ্ট্ৰীয় উদ্যোগিক প্ৰতিষ্ঠান, শিলচৰত ৬ মাৰ্চত অসমীয়া ৱিকিপিডিয়াৰ এখন কৰ্মশালা অনুষ্ঠিত হয়।
  • অনলাইন আলোচনী "আৰম্ভণি"ত প্ৰভাকৰ শৰ্মা নেওগৰ প্ৰবন্ধ "ৱিকিপিডিয়া লিখোঁ আহক"।


পদক


কেইটামান উল্লেখনীয় প্ৰবন্ধ


নিৰ্বাচিত চিত্ৰ
নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ এক দৃশ্য। আলোকচিত্ৰশিল্পী: বিক্ৰমজিৎ কাকতি
নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ এক দৃশ্য।
নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ এক দৃশ্য।



মাৰ্চ মাহত অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম


অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১০০০ টালৈ বৃদ্ধি পালে।
পদক


লেখা
  • অনিমেষ বৰাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক "ৰূপালীম" ৱিকিউৎসত অন্তৰ্ভুক্ত কৰে। (ইউনিক'ড ৰূপ: দিগন্ত শ‌ইকীয়া)
  • নিতুল বৰাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰায় পঞ্চাশটা গীত ৱিকিউৎসত অন্তৰ্ভুক্ত কৰে। (ইউনিক'ড ৰূপ: দিগন্ত শ‌ইকীয়া)


ৱিকিপিডিয়াৰ সক্ৰিয় সদস্যসকল

এই পৃষ্ঠাখন শেহতীয়াভাৱে ৩১ মাৰ্চ, ২০১৪ ’ত ০০:০০ বজাত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি উক্ত সংযোগটো পৰীক্ষা কৰিব পাৰে।

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
জলি বৰা ২৯৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বিষ্ণু শইকীয়া (প্ৰশাসক) ২৫৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অংশুমান ২১৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰভাকৰ শৰ্মা নেওগ (প্ৰশাসক) ১৯৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনিমেষ বৰা ১০৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ (প্ৰশাসক) ১০৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চাইদুল ইছলাম ৭১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ফাৰুক আজিজ ৪৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )




প্ৰচাৰপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ সজোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল। ধন্যবাদ


অসমীয়া ৱিকিপিডিয়াৰ ফে'চবুক গোট: https://www.facebook.com/groups/assamwikigroup/

অসমীয়া ৱিকিপিডিয়াৰ ফে'চবুক পৃষ্ঠা: https://www.facebook.com/aswikipedia

মেইলিং লিষ্ট: https://lists.wikimedia.org/mailman/listinfo/wikipedia-as