সদস্য বাৰ্তা:Faruque Aziz

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


প্রভাকৰ শৰ্মা নেওগ (talk) 12:49, 12 ফেব্ৰুৱাৰী 2014 (UTC)

পদক[সম্পাদনা কৰক]

Wikipedia Motivation Award The Wikipedia Motivation Barnstar
প্ৰিয় সতীৰ্থ, এন আই টি শিলচৰত (National Institute of Technology, Silchar) ৱিকিপিডিয়াৰ প্ৰচাৰত কৰা আপোনাৰ অমূল্য অৱদানৰ বাবে এই পদক আগবঢ়ালোঁ। আশাকৰোঁ আপোনাৰ কষ্ট সফল হ'ব। প্রভাকৰ শৰ্মা নেওগ (talk) 15:50, 16 মাৰ্চ 2014 (UTC)

নাটক[সম্পাদনা কৰক]

ফাৰুক, নাটকৰ প্ৰবন্ধবোৰত "একশ্বনৰ দৃশ্যবোৰ সঁচাকৈ আকৰ্ষণীয় হৈছিল", "সংলাপ অস্পষ্ট শুনা গৈছিল" আদি নিজৰ অনুভৱ নিলিখিবা! কাহিনীত বাতৰি কাকতৰ শৈলীৰে প্ৰশ্নও কৰিব নালাগে। — গীতাৰ্থ বৰদলৈ (talk) 07:52, 13 মাৰ্চ 2015 (UTC) থিক আছে। মই বাতৰি কাকতলৈ পথোৱা এটা লেখাৰ পৰা কপি পেষ্ট মাৰি লিখি আছিলোঁ। এদিত কৰিব লগীয়া আছে।

প্ৰতিলিপ, উত্স[সম্পাদনা কৰক]

"ছোৱাইন ফ্লু" লেখাটো ফে'চবুকৰ পৰা প্ৰতিলিপি কৰা হৈছে। মূল লেখকৰ অনুমতি লোৱা হৈছিলনে? নাই হোৱা যদি সেইটো আঁতৰাই দিব লাগে। তথ্যসূত্ৰ হিচাপে ফে'চবুক, ব্লগ আদি উল্লেখ কৰিব নোৱাৰি— গীতাৰ্থ বৰদলৈ (talk) 21:07, 14 মাৰ্চ 2015 (UTC) অনুমতি লোৱা হৈছে। Faruque Aziz (talk) 07:09, 17 মাৰ্চ 2015 (UTC)— গীতাৰ্থ বৰদলৈ (talk)