সদস্য বাৰ্তা:অংশুমান দত্ত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য বাৰ্তা:Anshuman.jrtৰ পৰা পুনঃনিৰ্দেশিত)
The Working Wikipedian's Barnstar
বন্ধুবৰ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:30, 20 ফেব্ৰুৱাৰী 2012 (UTC)

Bi-directional language Assamese[সম্পাদনা কৰক]

মাননীয় অংশুমান মহোদয়,

অসমীয়া উইকিপেদিয়াত আপুনি লাগি থকা দেখি ভাল লাগিল ৷ মই এটা কথা আপোনাক জনাব বিছাৰিছো যে আপোনি কৰা বিভিন্ন সাল সলনিত মই এক মত হ'ব পৰা নাই, আপুনি সম্ভৱ control panel ৰ regional and language options ৰ "install files for complex script and right-to-left language (Including Thai)" option টো on কৰা নাই ৷ অসমীয়া ভাষাটো bi-directional language , মানে both left to right and right to left ৷ যেনেদৰে left to right = অসম, right to left = কি , "কি" লিখিবৰ ববে হস্ৰ-ই কাৰৰ ববে right to left যাব লগীযা হয় ৷ আপোনি কৰা শোধৰনিত এই সমস্যা উদ্ভৱ হৈছে ৷ আশা কৰো এই সমস্য আপোনি অতি শীঘ্ৰে নিস্পত্তি কৰিব ৷ Vkborah ০৩:১৭, ২২ জুন ২০১০ (UTC)

I assume the text above is about the problem with the tool you are using to type assamese. unfortunately, your browser/typing tool settings does not seems to be correct on handling assamese rendering. please get some help and fix it. We really appreciate your help with the project, but it would be better if you could do it right. It may do more harm that good to the project, if the text is not input right.

Thanks --Jyothis ২২:১০, ২৩ জুন ২০১০ (UTC)

Hi Anshuman,
I am Shiju Alex from Malayalam wikipedia. Could you please send me a mail at shijualexonline@gmail.com I have some queries related to assamese wiki projects. --Shijualex ১৬:৩৯, ১১ নভেম্বৰ ২০১০ (UTC)


Hi Mr. Anshuman, I have a request, please do your contribution correctly.

Hi Anshuman.jrt Please contact me to know how to input Assamese correctly. There is an immense mess with wrong Assamese input on Assamese Wikipedia. Should you fail to respond within 3 days, I am going to block you from editing the Assamese Wikipedia. Thanks for your understanding. gahori ১৯:২৮, ২৩ নভেম্বৰ ২০১০ (UTC)

Dear Anshuman.jrt please send me a message. I have to talk to you about your contributions to the Assamese wikipedia.

gahori ১০:৪৪, ১ ডিচেম্বৰ ২০১০ (UTC)

স্থানান্তৰ[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি পৃষ্ঠা স্থানান্তৰ কৰাৰ আগতে শুদ্ধ নামটো পৰীক্ষা কৰি ল'ব। 'চলচিত্ৰ' ভুল শব্দ। ‍‍Gitartha.bordoloi 13:16, 20 জানুৱাৰী 2012 (UTC)

প্ৰথম অসমিয়া ৱিকিমিটআপ[সম্পাদনা কৰক]

অসমিয়া ৱিকিপিডিয়াৰ প্ৰথম গুৱাহাটী মিটআপখন অহা দেওবাৰ ২৯ জানুৱাৰী ২০১২ তাৰিখে পতাৰ সিদ্ধান্ত লোৱা হৈছে, স্থান:- কম্পিউটাৰ বিজ্ঞান বিভাগ , গুৱাহাটী বিশ্ববিদ্যালয়, সময়:- দিনৰ ২ বজাত অহা দেওবাৰে আপোনাক মিটআপত উপস্থিত থাকিবলৈ অনুৰোধ জনালো Jyoti Prakash Nath 11:04, 21 জানুৱাৰী 2012 (UTC)

আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1[সম্পাদনা কৰক]

আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 19:56, 22 জানুৱাৰী 2012 (UTC)

আপুনি সম্পাদনা দণ্ড এৰাই চলিবলৈ আপুনি কৰা সম্পাদনাৰ বাবে "সাৰাংশ" বাকচটোত চমুকৈ একলম লিখি ৰাখিব পাৰে৷ তেতিয়া পূৰ্বৰ সম্পাদকজনে আপোনাৰ নতুন সম্পাদনাখিনিৰ বিষয়ে অৱগত হ'ব৷ ধন্যবাদ৷ Anjal Borah 09:53, 23 জানুৱাৰী 2012 (UTC)

মোৰ কেইটামান প্ৰবন্ধত আ- কাৰ, ই-কাৰৰ সমস্যাই কিছুমান পাঠকক কিছুমান অসুবিধাই দেখা দিছিল। তেতিয়া মই অসমীয়া টাইপিঙত অভিজ্ঞ নাছিলো, এতিয়া মই সেই ভুলবোৰ আতৰাইছো। বৰ্তমান অসমীয়া ৱিকিৰ প্ৰবন্ধ ১১৪৩ হোৱা দেখি বহুত ভাল লাগিছে। এনেদৰে সকলোৱে লাগি থাকিলে, অসমীয়া ৱিকি বহুত ওপৰলৈ যোৱাৰ থল আছে। Anshuman.jrt , 24 জানুৱাৰী 2012

অসমীয়া ৱিকিপিডিয়াত আপুনি বহুদিনৰ পৰাই জড়িত হৈ আছে| ইতিহাসত আপুনি আগতে সৃষ্টি কৰা বহুটো পোখালি ম‍ই দেখা পাইছো| সেইসমূহৰ অলপ বিকাশ কৰিব পাৰিলে ভাল আছিল| দাৰি ছুটি কৰি থকাতকৈ সেইটোহে ডাঙৰ কথা| দ্দীঘল দাৰি ছুটি কৰা কাম ৱিকিপিডিয়াৰ বটে কৰিব পাৰে| সুফল আশা কৰিলো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 11:27, 24 ফেব্ৰুৱাৰী 2012 (UTC)

ধন্যবাদ| আপোনাৰ উত্তৰটো পাই ভাল লাগিল| আ- কাৰ, ই-কাৰৰ সমস্যাৰ বাহিৰে পোখালিৰ সমস্যাটোৱো গুৰুতৰ, সেয়ে আম্প্নাক ম‍ই অনুৰুধ জনাইছিলো| এতিয়া যিহেতু আপুনি অসমীয়া টাইপিঙত অভিজ্ঞ হৈ পৰিছে, আহক আমি একেলগে মিলিজুলি পোখালিবোৰ উঘালি পেলাওঁ| নে কি কয়? অসমীয়া ৱিকিৰ উন্নতিয়েই অসমীয়া ভাষাৰ উন্নতি। জয় আই অসম|

বি:দ্ৰ: কিবা অসুবিধা পালে, মনত পেলাব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:58, 24 ফেব্ৰুৱাৰী 2012 (UTC)

অংশুমান ডাঙৰীয়া, কিছুদিন আগতে হোৱা আলোচনামৰ্মে অসমীয়া ৱিকিপিডিয়াত নতুন পোখালি প্ৰবন্ধ সৃষ্টি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অনুগ্ৰহ কৰি এই পোখালিক পূৰ্ণাঙ্গ নহ'লেও তথ্যপূৰ্ণ চুটি প্ৰবন্ধৰ ৰূপ দিয়ক। অনুগ্ৰহ কৰি এটা পোখালি বিস্তাৰ নকৰাকৈ দ্বিতীয় এটাৰ সৃষ্টি নকৰিব। গীতাৰ্থ বৰদলৈ 09:29, 25 ফেব্ৰুৱাৰী 2012 (UTC)

স্থানান্তৰ[সম্পাদনা কৰক]

আপোনাক বিনম্ৰ ভাৱে জনাও যে, আপুনি সৃষ্টি কৰা প্ৰবন্ধকেইটা যিহেতু আপোনাক বাৰম্বাৰ অনুৰুধ কৰাৰ পাছতো অলপো বিস্তাৰ সাধন কৰা নাই, সেয়ে ৱিকিপ্ৰকল্পত লোৱা এক সিদ্ধান্ত অনুসৰি এন.ই.টিভি.ৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰবন্ধবোৰ সৃষ্টিকৰ্তাজনৰ সদস্য পৃষ্ঠাত সুমিয়াই দিয়াৰ পৰিকল্পনা কৰা হৈছে| সেই প্ৰবন্ধসমূহৰ উন্নতি সাধন হোৱাৰ পাছত পুণৰাই আপুনি প্ৰবন্ধলৈ স্থানান্তৰিত কৰি দিব| এই কথাত বোধকৰো একো ভুল নাই| আশাকৰো আশাপ্ৰদ সঁহাৰি পাম| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:40, 27 ফেব্ৰুৱাৰী 2012 (UTC)
অংশুমান ডাঙৰীয়া, অনুগ্ৰহ কৰি এই পৃষ্ঠাত থকা আলোচনা পঢ়ক: ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)/Archive 1#নতুন প্ৰবন্ধ

গীতাৰ্থ বৰদলৈ 17:29, 27 ফেব্ৰুৱাৰী 2012 (UTC)

পোখালি তালিকা[সম্পাদনা কৰক]

  1. অসম_কৃষি_বিশ্ববিদ্যালয়
  2. কৰিমগঞ্জ
  3. হাইলাকান্দি
  4. মৰিগাঁও
  5. শিলচৰ
  6. ওদালগুৰি_জিলা
  7. নলবাৰী
  8. বড়ো_জনগোষ্ঠী
  9. ডিফু
  10. ডিমা_হাছাও_জিলা
  11. কাৰ্বি_আংলং_জিলা
  12. নিউজিলেণ্ড
  13. পৃথিৱী
  14. গণিতৰ_ইতিহাস
  15. এন.ই. টিভি
  16. ডি. ৱাই. ৩৬৫
  17. টোকোলাই চাহ গৱেষণা কেন্দ্ৰ
  18. ডিমাছা
  19. ৰাভা
  20. মিচিং
  21. কাৰ্বি
  22. চাহ
  23. আলু ইত্যাদি কেইটামান আপুনি সৃষ্টি কৰা প্ৰবন্ধৰ পোখালি উদাহৰণ| আপুনি এই প্ৰবন্ধকেইটা সোনকালেই বহলাই তুলিব বুলি আশা কৰা হ’ল| বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:07, 27 ফেব্ৰুৱাৰী 2012 (UTC)

আপুনি যোৰহাটৰ নহয় জানো? মোক 8822842726 নাম্বাৰত ফোন কৰিবচোন। কথা পাতিম, পাৰিলে লগো কৰিম। -- গীতাৰ্থ বৰদলৈ (talk) 09:53, 15 মাৰ্চ 2012 (UTC)


গুৱাহাটী পৃষ্ঠাখন[সম্পাদনা কৰক]

গুৱাহাটী পৃষ্ঠাখন সদস্য:Gitartha.bordoloi/গুৱাহাটী বৰ্তমান ইয়াত পাবা| দীৰ্ঘদিন অনুবাদ নোহোৱাৰ বাবে সদস্যপৃষ্ঠালৈ লৈ যোৱা হ’ল| ইচ্ছা কৰিলে তুমিও অসম্পূৰ্ণ অনুবাদ কৰিবলগীয়াবোৰ কৰিব পাৰা| বিষ্ণু শইকীয়া 13:23, 1 ফেব্ৰুৱাৰী 2013 (UTC)

বাৰ্তা:অসম ৰাজ্যিক পৰিবহণ নিগম চোৱাচোন| তাত এই বিষয়ে আলোচনা কৰিছো| বিষ্ণু শইকীয়া 15:21, 7 ফেব্ৰুৱাৰী 2013 (UTC)

উদ্যমৰ বাবে পদক[সম্পাদনা কৰক]

ৱিকি উদ্যোগীৰ পদক
প্ৰিয় সতীৰ্থ, ৱিকিপিডিয়াত আপোনাৰ নেৰানেপেৰা চেষ্টাৰ বাবে এই পদক অৰ্পন কৰা হ'ল। প্রভাকৰ শৰ্মা নেওগ (talk) 05:46, 18 এপ্ৰিল 2014 (UTC)

Re:অষ্ট্ৰেলিয়া পৃষ্ঠা সৃষ্টিৰ বাবে অনুমতি[সম্পাদনা কৰক]

অনুমতিৰ প্ৰয়োজন নাই। ধুনীয়াকৈ অন্ততঃ এটা পৰিচ্ছেদ লিখি প্ৰবন্ধটো সৃষ্টি কৰিলেই হ'ব যাতে কাৰো আপত্তি নাথাকে। — গীতাৰ্থ বৰদলৈ (talk) 17:58, 7 November 2015 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপিডিয়া এছিয়ান মাহৰ অন্তিম সপ্তাহ[সম্পাদনা কৰক]

নমস্কাৰ!

ৱিকিপিডিয়া এছিয়ান মাহত অংশগ্ৰহণ কৰা প্ৰায় শতাধিক ৱিকিপিডিয়ানৰ মাজৰ এজন অংশগ্ৰহণকাৰী হিচাপে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজৰ বহু ৱিকিপিডিয়ানে এই সম্পাদনা মেলাত অতি উৎকৃষ্ট কাম কৰিছে আৰু বহুসংখ্যকে এতিয়াও এই অভিযান সফল কৰি তোলাৰ চেষ্টা কৰি আছে। ইয়াত আপোনাৰ জ্ঞাতাৰ্থে কেইটামান গুৰুত্বপূৰ্ণ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে:

  1. যদি আপুনি ৱিকিপিডিয়া এছীয় দূত সন্মান লাভ কৰিব বিচাৰিছে, তেন্তে সকলো অংশগ্ৰহণকাৰীৰ অগ্ৰগতি চাবলৈ ক্ৰিয়াকলাপ পৃষ্ঠা নিৰীক্ষণ কৰিব পাৰে।
  2. যিহেতু এই কাৰ্যসূচী অন্ত পৰিবলৈ মাত্ৰ আৰু এসপ্তাহহে বাকী আছে, গতিকে অহা ৩ ডিচেম্বৰ, ২০১৫ (ইউটিচি)ৰ ভিতৰত আপোনাৰ বৰঙণি জমা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। কেৱল নৱেম্বৰ মাহত কৰা সম্পাদনাবোৰহে বিবেচনা কৰা হ'ব।
  3. যদি আপুনি পাঁচটা প্ৰৱন্ধ জমা কৰিলে যদিও, কিবা সুক্ষ্ম কাৰণত (মাত্ৰ কেইটামান শব্দৰ বাবে ৩০০ টা শব্দৰ সীমা পাৰ কৰিব নোৱাৰিলে বা অগুৰুত্বপূৰ্ণ সমস্যাৰ টেগ আছে) ইয়াৰে এটা যোগ্য বিবেচিত হোৱা নাই, চিন্তা কৰাৰ প্ৰয়োজন নাই, আপোনালৈও প'ষ্টকাৰ্ড প্ৰেৰণ কৰা হ'ব।
  4. যদি আপুনি এই অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে, তথাপি আপোনাক এজন অংশগ্ৰহণকাৰী হিচাপে পায় আমি আনন্দিত হৈছোঁ আৰু এছিয়া বিষয়ক প্ৰৱন্ধসমূহ উন্নত কৰাৰ ক্ষেত্ৰত সহায় কৰা বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ!

এই সংক্ৰান্তত কিবা প্ৰশ্ন আছে যদি অনুগ্ৰহ কৰি যোগাযোগ কৰক। --দিব্য দত্ত

The Asian Month Barnstar![সম্পাদনা কৰক]

The Asian Month Barnstar
ৱিকিপিডিয়া এছিয়ান মাহ, ২০১৫ত আপুনি আগবঢ়োৱা বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালো৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ! দিব্য দত্ত (বাৰ্তা) 10:42, 2 December 2015 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Rio Olympics Edit-a-thon[সম্পাদনা কৰক]

Dear Friends & Wikipedians, Celebrate the world's biggest sporting festival on Wikipedia. The Rio Olympics Edit-a-thon aims to pay tribute to Indian athletes and sportsperson who represent India at Olympics. Please find more details here. The Athlete who represent their country at Olympics, often fail to attain their due recognition. They bring glory to the nation. Let's write articles on them, as a mark of tribute.

For every 20 articles created collectively, a tree will be planted. Similarly, when an editor completes 20 articles, a book will be awarded to him/her. Check the main page for more details. Thank you. Abhinav619 (sent using MediaWiki message delivery (talk) 16:54, 16 August 2016 (ইউ.টি.চি.), subscribe/unsubscribe)[উত্তৰ দিয়ক]

অক্লান্ত কৰ্মী পদক[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশা কৰোঁ আপুনি আগলৈও এই প্ৰকল্পক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিব।

- দিব্য দত্ত (বাৰ্তা) 12:48, 26 October 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Kindly use correct license statement while uploading film posters or magazine covers. Those fall under 'fair use rationale' which you can choose in file upload wizard. You cannot share those images under CCA-SA. — গীতাৰ্থ বৰদলৈ (talk) 21:01, 26 October 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এছিয়ান মাহলৈ আমন্ত্ৰণ[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ প্ৰতি আপোনাৰ আগ্ৰহ দেখি, আপোনাক ৱিকিপিডিয়া এছিয়ান মাহ যোগদান কৰিবলৈ আমন্ত্ৰণ জনালোঁ!

ৱিকিপিডিয়া এছিয়ান মাহ হৈছে প্ৰতিবছৰে অনুষ্ঠিত এটি অনলাইন সম্পাদনামেলা (এডিট-এ-থন) বিশেষ, যাৰ লক্ষ্য হৈছে এছিয়াৰ বিভিন্ন ৱিকিপিডিয়া সম্প্ৰদায়সমূহৰ মাজৰ বুজাপৰা বৃদ্ধি কৰা। এই বছৰো অহা নৱেম্বৰ মাহত এই সম্পাদনামেলা অনুষ্ঠিত কৰি এছিয়াৰ যিকোনো দেশ সম্বন্ধীয় নিৱন্ধৰ সংখ্যা আৰু গুণমান বৃদ্ধি কৰাৰ প্ৰচেষ্টা কৰা হৈছে। বিগত বৰ্ষত এই মেলাৰ জৰিয়তে ৪৩ টা ভাষাত প্ৰায় ৭,০০০ তকৈও অধিক প্ৰবন্ধ লিখা হৈছিল।

ৱিকিপিডিয়াৰ এছিয়ান সম্প্ৰদায়সমূহৰ বন্ধুত্বৰ চিন স্বৰূপে, প্ৰৱন্ধৰ গুৰুত্বপূৰ্ণ বৈশিষ্টসমূহ পূৰণ কৰা কমেও চাৰিটা প্ৰবন্ধ সৃষ্টি কৰা প্ৰত্যেকজন যোগদানকাৰীকে বিশেষভাৱে সজোৱা এটিকৈ পোস্টকাৰ্ড প্ৰদান কৰা হ'ব।

আটাইতকৈ অধিক প্ৰৱন্ধ সৃষ্টি কৰা ৱিকিপিডিয়ানজনক "ৱিকিপিডিয়া এছীয় দূত" সন্মানেৰে বিভূষিত কৰা হ'ব।

ধন্যবাদ সহকাৰে! দিব্য দত্ত (বাৰ্তা) 17:13, 27 October 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৰং (দূৰদৰ্শন)ৰ বাক্য বিলোপ[সম্পাদনা কৰক]

কোনোবা বেনামী ব্যক্তিয়ে Ip address ৰে পৃষ্ঠা খন বাৰে বাৰে খালি কৰি দিছে। কোনে কৰিছে মই জ্ঞাত নহয়। যোৱাকালি ভুলতে কৰা বুলি ঠিক কৰি দিছিলোঁ। আজি আকৌ কৰিছে। পৃষ্ঠা এখন ঠিক কৰা বহুত কঠিন কাম । কৰা সকলে হে বুজিব। খঙো উঠিছিল অলপ, সেয়ে ip address টোত বাৰ্তা এটা দি থৈছোঁ।-অজয় দাস (বাৰ্তা) 15:22, 10 November 2016 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শুভ নৱবৰ্ষ![সম্পাদনা কৰক]

Send New Year cheer by adding {{subst:Happy New Year}} to user talk pages.

Hello.

Can you translate and upload the articles en:Azerbaijan national football team and en:Azerbaijan Premier League in Assamese Wikipedia?

They should not be long.

Yours sincerely, Karalainza (talk) 16:43, 22 July 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]