সদস্য:Anshuman.dutta

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য:Anshuman.jrtৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

শুক্ৰবাৰ
23
August
অংশুমান দত্ত ৰ সদস্য পৃষ্ঠালৈ অাপোনাক স্বাগতম
Crystal Clear app messenger.png Crystal Clear app kedit.png
সদস্য বাৰ্তা মোৰ বৰঙণিসমূহ


Wikipedia:Babel
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
en-3 This user is able to contribute with an advanced level of English.
Search user languages
বিভিন্ন কথা
Noia 64 apps karm.svg এই সদস্যজন ৱিকিপিডিয়াত '৯ বছৰ, ২ মাহ, আৰু ৮ দিন ধৰি আছে।
Rhino logo Assam1.png This user comes from Assam.
এই সদস্যজন অসমৰ
Assamese Jaapi.png “জয় আই অসম”
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।
Anshuman.dutta
নাম অংশুমান দত্ত
লিংগ পুৰুষ
জন্ম দিন ২১ এপ্ৰিল
জন্ম স্থান যোৰহাট, অসম, ভাৰত
জাতীয়তা ভাৰতীয় ভাৰত
শিক্ষা আৰু নিযুক্তি
বিশ্ববিদ্যালয় MBA (Marketing) কাজিৰঙা বিশ্ববিদ্যালয়
যোগাযোগ
ই-মেইল anshuman.jrt@gmail.com
ফেচবুক Anshuman Dutta
গুগ'ল+ New-Bouncywikilogo.gif

মোৰ বিষয়ে

নমস্কাৰ, মোৰ নাম অংশুমান দত্ত । ঘৰ যোৰহাটৰ তৰাজানত। মই ব্যক্তিগত প্ৰতিস্থানত চাকৰি কৰো। মোৰ হবি হৈছে বাতৰি কাকত পঢ়া, ৱিকিপিডিয়াত সময় অতিবাহিত কৰা, ভ্ৰমণ কৰা, ক্ৰীড়া বিষয়ক চৰ্চা কৰা। অসমীয়া ৱিকিপিডিয়াৰ লগত মই ২০১০ চনৰ পৰা জড়িত। ইয়াৰ উপৰিও ইংৰাজী ৱিকিপিডিয়াৰ সৈতেও জড়িত ।

মই সৃষ্টি কৰা প্ৰৱন্ধ সমূহ

প্ৰাপ্ত পদক

Working Man's Barnstar.png The Working Wikipedian's Barnstar
বন্ধুবৰ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। Jyoti Prakash Nath 15:30, 20 ফেব্ৰুৱাৰী 2012 (UTC)
Resilient Barnstar.png ৱিকি উদ্যোগীৰ পদক
প্ৰিয় সতীৰ্থ, ৱিকিপিডিয়াত আপোনাৰ নেৰানেপেৰা চেষ্টাৰ বাবে এই পদক অৰ্পন কৰা হ'ল। প্রভাকৰ শৰ্মা নেওগ (talk) 05:46, 18 এপ্ৰিল 2014 (UTC)
Asia medal.svg The Asian Month Barnstar
ৱিকিপিডিয়া এছিয়ান মাহ, ২০১৫ত আপুনি আগবঢ়োৱা বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালো৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ! দিব্য দত্ত (বাৰ্তা) 10:42, 2 December 2015 (ইউ.টি.চি.)
Tireless Contributor Barnstar.gif অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশা কৰোঁ আপুনি আগলৈও এই প্ৰকল্পক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিব।

দিব্য দত্ত (বাৰ্তা) 12:48, 26 October 2016 (ইউ.টি.চি.)


এইখন ৱিকিপিডিয়াৰ এখন সদস্য পৃষ্ঠা

এইটো বিশ্বকোষৰ প্ৰবন্ধ নহয়। যদি আপুনি ৱিকিপিডিয়াৰ বাহিৰে অন্য ক'ৰবাত এই পৃষ্ঠাখন দেখা পায় তেন্তে সেয়া ইয়াৰ এক প্ৰতিলিপিহে মাথোন। এই পৃষ্ঠাৰ ম্যাদ উকলি যাব পাৰে বাবে সতৰ্ক হওক। এই সদস্যপৃষ্ঠাখন যিজন ব্যক্তিৰ, তেওঁ ৱিকিপিডিয়াৰ বাহিৰে অন্য কোনো ৱেবছাইটৰ সৈতে ব্যক্তিগতভাৱে জড়িত নহবও পাৰে। মূল ব্যৱহাৰকাৰীসকলৰ তালিকাখন তলৰ লিংকত পাব:
সক্ৰিয় ব্যৱহাৰকাৰীসকল

ৱিকিমিডিয়া ফাউণ্ডেশ্যন